• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাধাৰণ ৰন্ধন তেলৰ পৰাই বাঢ়িছে কলন কেন্সাৰ, কেনেকৈ নিজকে ৰক্ষা কৰি চলিব?

সাধাৰণ ৰন্ধন তেলৰ পৰাই বাঢ়িছে কলন কেন্সাৰ, কেনেকৈ নিজকে ৰক্ষা কৰি চলিব?

2 years ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

2 minutes ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

23 minutes ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

40 minutes ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

58 minutes ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

1 hour ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

2 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

3 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

3 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

5 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

5 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

6 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাধাৰণ ৰন্ধন তেলৰ পৰাই বাঢ়িছে কলন কেন্সাৰ, কেনেকৈ নিজকে ৰক্ষা কৰি চলিব?

সাধাৰণ ৰন্ধন তেলৰ পৰাই বাঢ়িছে কলন কেন্সাৰ, কেনেকৈ নিজকে ৰক্ষা কৰি চলিব?

editor by editor
December 14, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সাধাৰণ ৰন্ধন তেলৰ পৰাই বাঢ়িছে কলন কেন্সাৰ, কেনেকৈ নিজকে ৰক্ষা কৰি চলিব?
0
SHARES
709
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্কট নামটো শুনিলেই সকলোৰে মাজত এক আতংকময় পৰিবেশ তৈয়াৰ হয়৷ কৰ্কটৰ বিভিন্ন নামৰ মাজত অন্যতম হিচাপে আছে কলন কৰ্কট৷ আমেৰিকাবাসীৰ মাজত বৰ্তমান বাঢ়িছে এই কলন কেন্সাৰৰ প্ৰবণতা৷ সমীক্ষাৰ পৰা দেখা গৈছে নামী প্ৰতিষ্ঠানৰ ৰন্ধন তেলৰ পৰা দেহত তৈয়াৰ হৈছে অতিৰিক্ত চৰ্বি৷ ইয়াৰ পৰাই হয় কলন কেন্সাৰ৷ দেখা গৈছে ৮০ শতাংশ কলন কৰ্কট ৰন্ধন তেলৰ পৰাই হৈছে৷

এই ৰন্ধন তেল নামী প্ৰতিষ্ঠানৰ হ’লেও এয়া কৰ্কটৰ অন্যতম বাহক হিচাপে দেখা দিছে৷ দেহৰ ভিতৰত এটি সৰু টিউমাৰৰ জন্ম হৈছে৷ তাৰ পৰাই ধীৰে ধীৰে বাঢ়িছে এই কলন কেন্সাৰ৷ ইয়াৰ পৰা ৰক্ষা পোৱাৰ এটি বিশেষ উপায় বাহিৰ কৰিছে চিকিৎসকে৷ ৰন্ধাৰ সময়ত যদি তেলৰ মাত্ৰা কমোৱা যায় তেতিয়া কমিব পাৰে এই কলন কেন্সাৰৰ প্ৰৱণতা৷ ইয়াৰ পৰা হাৰ্ট এটেক, আৰ্থাৰাইটিছ অতি সহজেই হ’ব পাৰে৷

চিকিৎসকৰ মতে ৰন্ধাৰ তেল গছৰ বীজৰ পৰা তৈয়াৰ হৈছে কোনো ফলৰ পৰা নহয়৷ ইয়াৰ মাজত এনে কিছু প্ৰটিন আছে যিসমূহৰ পৰা কৰ্কট হ’ব পাৰে৷ ৰন্ধাৰ সময়ত তেলৰ ব্যৱহাৰ কৰিবই লাগিব৷ কিন্তু সেই তেলেই যদি হৈ উঠে বিষৰ ভাণ্ডাৰ হৈ উঠে তেতিয়া কি কৰিব? ইয়াৰোপৰি মাটিৰ পৰা এই তেলৰ বীজসমূহ কাৰখানালৈ লৈ আহি নানান ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি তেল বাহিৰ কৰা হয়৷ সেয়া দেহৰ পক্ষেও যথেষ্ট ক্ষতিকাৰক৷

চিকিৎসকে জনাইছে যে ৩০ৰ পৰা আৰম্ভ কৰি ৮৫ বছৰ বয়সৰ মাজত এই কলন কেন্সাৰৰ প্ৰভাৱ সকলোতকৈ বেছি থাকে৷ দেহৰ ভিতৰত অযাচিত টিউমাৰে বাঁহ বান্ধিলে সেয়া বিচাৰি পোৱাও কঠিন হয়৷ ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় হৈছে অলিভ অইল৷ এয়া ব্যৱহাৰ কৰিলে কলন কেন্সাৰৰ পৰা ৰক্ষা পোৱা যায়৷ কিন্তু অলিভ অইলেৰে ৰান্ধিলে কলন কেন্সাৰৰ সমস্যাৰ পৰা ৰেহাই পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

September 6, 2026
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

September 6, 2026
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক
জীৱনশৈলী

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

September 6, 2026
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা
ভাৰত

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

September 6, 2026
Next Post
২০২৫ত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, এই ৩ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব অৰ্থ সাফল্য

২০২৫ত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, এই ৩ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব অৰ্থ সাফল্য

আজি বছৰৰ শেষ পূৰ্ণিমাত ঘৰ সলাব সূৰ্যই, ৫ ৰাশি উঠিব সাফল্যৰ শীৰ্ষত, আহিব ধন

আজি বছৰৰ শেষ পূৰ্ণিমাত ঘৰ সলাব সূৰ্যই, ৫ ৰাশি উঠিব সাফল্যৰ শীৰ্ষত, আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.