• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত যোগ্য শক্তিমান বিচাৰি পালে মুকেশ খান্নাই- ‘অল্লু অৰ্জুনৰ আছে যোগ্যতা’

অৱশেষত যোগ্য শক্তিমান বিচাৰি পালে মুকেশ খান্নাই- ‘অল্লু অৰ্জুনৰ আছে যোগ্যতা’

2 years ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মূৰৰ বিষৰ নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান! নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান!

18 minutes ago
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

1 hour ago
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

1 hour ago
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

2 hours ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

4 hours ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

5 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

7 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অৱশেষত যোগ্য শক্তিমান বিচাৰি পালে মুকেশ খান্নাই- ‘অল্লু অৰ্জুনৰ আছে যোগ্যতা’

editor by editor
December 16, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
অৱশেষত যোগ্য শক্তিমান বিচাৰি পালে মুকেশ খান্নাই- ‘অল্লু অৰ্জুনৰ আছে যোগ্যতা’
0
SHARES
204
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত যোগ্য শক্তিমান বিচাৰি পালে মুকেশ খান্নাই- ‘অল্লু অৰ্জুনৰ আছে যোগ্যতা’

মুকেশ খান্নাই অৱশেষত বিচাৰি পালে নিজৰ পছন্দৰ শক্তিমান। যোগ বুলি বিবেচিত কৰিলে দক্ষিণৰ ছুপাৰষ্টাৰ অল্লু অৰ্জুনক। অল্লু অৰ্জুনেহে হ’ব পাৰিব পৰৱৰ্তী শক্তিমান। ৰনবীৰক কোনোপধ্যেই দিয়া নহয় শক্তিমান হোৱাৰ বাবে অনুমতি।

এই কথা নিজে সদৰি কৰিলে শক্তিমান খ্যাত অভিনেতা মুকেশ খান্নাই। দীৰ্ঘদিনৰে পৰা চলি অহা শক্তিমানৰ ওপৰত নিৰ্মিত হব লগা শক্তিমান চিনেমাৰ মুখ্যচৰিত্ৰৰ অভিনেতাৰ সন্ধান অৱশেষত শেষ কৰিলে মুকেশ খান্নাই।

বহু দিনৰ পূৰ্বৰে পৰা চলি আহিছে যশৰাজ ফিল্মে শক্তিমানৰ ওপৰত ছুপাৰপাৱাৰৰ চিনেমা নিৰ্মাণ কৰাৰ কথা। যাৰ বাবে যশৰাজ ফিল্মে ইয়াৰ ৰাইটছ ক্ৰয় কৰাৰ বাবে মুকেশ খান্নাৰ কাষো চাপিছিল। ৰনবীৰেও শক্তিমান হোৱাৰ ইচ্ছাৰে কাষ চাপিছিল মুকেশ খান্নাৰ।

পাছে সেই অফাৰ পোনচাটেই নাকচ কৰিছিল অভিনেতাগৰাকীয়ে। কোনোপধ্যেই শক্তিমাৰ ৰাইটছ বিক্ৰী নকৰে মুকেশ খান্নাই। যাৰ বাবে চিনেমাখনৰ ওপৰত কাম কৰিব পৰা নাছিল। মুকেশ খান্নাই কৈছিল যোগ্য শক্তিমানৰ অভাৱ, যেতিয়াই ইয়াৰ সন্ধান অন্ত পৰিব তেতিয়াই আৰম্ভ হব শক্তিমান চিনেমা নিৰ্মাণৰ কাম।

কিন্তু সেই সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত মুকেশ খান্নাই সদৰি কৰিলে পছন্দৰ শক্তিমানৰ নাম। একপ্ৰকাৰ মোহৰ মাৰি দিলে অভিনেতা অল্লু অৰ্জুনৰ ওপৰত। মুখেশ খান্নাই কয়- শক্তিমানৰ দৰে এটা চৰিত্ৰ কৰাৰ বাবে অল্লু অৰ্জুন সুযোগ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Allu ArjunIndian MovieIndian SuperHeroIndian SupermanMukesh KhannaSaktiman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

মূৰৰ বিষৰ নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান! নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান!

October 22, 2026
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ
বিশ্ব

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

October 22, 2026
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!
বাণিজ্য

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

October 22, 2026
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?
অসম

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

October 22, 2026
Next Post
চিৰ বিদায় ওস্তাদ তবলাবাদকৰ, পাছে জানেনে পত্নীৰো বিশ্বজুৰি সুনাম আছে সাংস্কৃতিক জগতত

চিৰ বিদায় ওস্তাদ তবলাবাদকৰ, পাছে জানেনে পত্নীৰো বিশ্বজুৰি সুনাম আছে সাংস্কৃতিক জগতত

৯০ বছৰৰ মূৰত বিস্তৰ ক্ষতি, চিডো ঘূৰ্ণীবতাহৰ তাণ্ডৱ- প্ৰাণ হেৰুৱালে হাজাৰৰো অধিক লোকে

৯০ বছৰৰ মূৰত বিস্তৰ ক্ষতি, চিডো ঘূৰ্ণীবতাহৰ তাণ্ডৱ- প্ৰাণ হেৰুৱালে হাজাৰৰো অধিক লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.