• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰ জুৰি সূৰ্যই ৰাজ কৰিব, সোণৰ দৰে উজলি থাকিব এইকেইটা দিনত জন্ম হোৱা ব্যক্তি

বছৰ জুৰি সূৰ্যই ৰাজ কৰিব, সোণৰ দৰে উজলি থাকিব এইকেইটা দিনত জন্ম হোৱা ব্যক্তি

10 months ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

2 minutes ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

54 minutes ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

1 hour ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

3 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

4 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

4 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

5 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

6 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

7 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

7 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

8 hours ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰ জুৰি সূৰ্যই ৰাজ কৰিব, সোণৰ দৰে উজলি থাকিব এইকেইটা দিনত জন্ম হোৱা ব্যক্তি

বছৰ জুৰি সূৰ্যই ৰাজ কৰিব, সোণৰ দৰে উজলি থাকিব এইকেইটা দিনত জন্ম হোৱা ব্যক্তি

editor by editor
January 1, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বছৰ জুৰি সূৰ্যই ৰাজ কৰিব, সোণৰ দৰে উজলি থাকিব এইকেইটা দিনত জন্ম হোৱা ব্যক্তি
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰ ২০২৬ চনৰ যোগফল১৷ এই বছৰৰ সংখ্যা ১৷ যি সূৰ্যৰ সংখ্যা৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই বছৰজুৰি কৰ্তৃত্ব কৰিব গ্ৰহৰাজে৷ ৰাশিচক্ৰত সূৰ্যই ভাল স্থানত থাকিলে বছৰটো শুভ হ’ব৷ সূৰ্যৰ আশীৰ্বাদত পাব পাৰে খ্যাতি আৰু সাফল্য৷ আৰু সংখ্যাতত্ত্বৰ হিচাপত কোৱা হৈছে যে এই বছৰ শুভ হ’ব এইকেইটা তাৰিখত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ৷

মূল্যংক ১(জন্মতাৰিখ ১, ১০, ১৯ আৰু ২৮)

সংখ্যাতত্ত্ব অনুসৰি মূল্যাংক ১ৰ ব্যক্তিসকলৰ সমগ্ৰ বছৰ বেছ শুভ হ’ব৷ এই বছৰৰ ৰুলিং নম্বৰ ১৷ সূৰ্যৰ অধীন৷ মূল্যাংক ১ৰ অধিপতী গ্ৰহো সূৰ্য৷ এই বছৰ এটাৰ পাছত আনটো ৰৈ থকা কাম সম্পন্ন হব৷ এই সংখ্যাৰ জাতকৰ সন্মান বৃদ্ধি পাব৷ নতুন বছৰত নতুন চাকৰিৰ অফাৰ পাব পাৰে৷ উচ্চাকাঙ্ক্ষা পূৰণ হব পাৰে৷ নতুন ঘৰ বা মাটি কিনিব পাৰে৷ ব্যৱসায়ত বিকাশৰ বাবে নতুন চুক্তি চহী কৰিব পাৰে৷ ব্যৱসায় সম্প্ৰসাৰণৰ পথ সহজ হব৷ নতুন কিছু কাম আৰম্ভ কৰিব খুজিলে এই সময় ভাল সময়৷

মূল্যাংক ২(জন্মতাৰিখ ২, ১১, ২০ আৰু ২৯)

মূল্যাংক-২ৰ অধিপতি গ্ৰহ চন্দ্ৰ৷ এই বছৰ মূল্যাংক-২ৰ ব্যক্তিয়ে আনন্দেৰে কটাব৷ দীৰ্ঘদিন প্লেন কৰি ৰৈ থকা কাম এইবাৰ সম্পন্ন হ’ব৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে সচেতন থাকক৷ আৱেগৰ বশত সিদ্ধান্ত নোলোৱাই ভাল৷ পিতৃ-মাতৃৰ স্বাস্থ্যৰ দিশত খেয়াল ৰাখক৷ এই বছৰ কেৰিয়াৰত বৃহৎ সাফল্য আহিব৷ নেতিবাচকতা দূৰৈত থাকিব, মানসিক চাপৰ পৰা মুক্তি পাব৷

মূল্যাংক ৩(জন্মতাৰিখ ৩, ১২, ২১ আৰু ৩০)

মূল্যাংক-৩ৰ অধিপতি গ্ৰহ বৃহস্পতি৷ বৃহস্পতি জ্ঞানৰ প্ৰতীক৷ গুৰুগ্ৰহ নামেৰেও পৰিচিত৷ সূৰ্যৰ সৈতেও বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে৷ ২০২৬ চন সূৰ্যৰ বছৰ হোৱাত মূল্যাংক-৩ ৰ জাতকে এই বছৰ তাৰ সুফল পাব৷ ব্যৱসায় বৃদ্ধিৰ বাবে কোনো বৃহৎ চুক্তিত চহী কৰিব পাৰে৷ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ দীৰ্ঘম্যাদি কোনো পৰিকল্পনা থাকিলে তাৰ কাম আৰম্ভ কৰিব পাৰে৷ আৰ্থিক লাভৰ পথ উন্মুক্ত হব৷ আত্মবিশ্বাস বাঢ়িব৷ আধ্যাত্মিক বিষয়ত আগ্ৰহ বাঢ়িব পাৰে৷

মূল্যাংক ৫(জন্মতাৰিখ ৫, ১৪ আৰু ২৩)

মূল্যাংক-৫ৰ অধীনত জন্মহোৱা ব্যক্তিয়ে জীৱন অত্যন্ত শুভ হ’ব৷ এই বছৰত কৰ্মসূত্ৰে প্ৰচুৰ ভ্ৰমণ কৰিব পাৰে মূল্যাংক ৫ৰ ব্যক্তিয়ে৷ ঘৰত কম সময় থাকিব পাৰিব৷ ব্যৱসায়ত উল্লেখযোগ্য লাভ হব পাৰে৷ সমগ্ৰ বছৰ আনন্দেৰে কটাব৷ সামাজিক পৰিসৰত সন্মান অৰ্জন বাঢ়িব৷ এনে ব্যক্তিৰ সৈতে মিলামিছা কৰক যিসকলে আপোনাৰ কেৰিয়াৰৰ উন্নতিৰ দুৱাৰ খুলি দিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত
অসম

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

October 16, 2026
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!
বাণিজ্য

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

October 16, 2026
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ
জীৱনশৈলী

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

October 16, 2026
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ
প্ৰযুক্তি

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

October 16, 2026
Next Post
নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট

নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট

পাকিস্তানৰ ক’ত ক’ত আছে পাৰমাণৱিক কেন্দ্ৰ? দিল্লীক হিচাপ দিলে ইছলামাবাদে, চুক্তিৰ চৰ্ত মানি তালিকা দেখুৱালে ভাৰতেও

পাকিস্তানৰ ক’ত ক’ত আছে পাৰমাণৱিক কেন্দ্ৰ? দিল্লীক হিচাপ দিলে ইছলামাবাদে, চুক্তিৰ চৰ্ত মানি তালিকা দেখুৱালে ভাৰতেও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.