• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, ধুমুহাৰ তাণ্ডৱৰ ফলত ১০০ ফুট ওখ হ’ৰ্ডিং ভাঙি পৰি ১৪ গৰাকী লোক নিহত, ৭০ৰো অধিক আহত

অতিকে শোকাৱহ, ধুমুহাৰ তাণ্ডৱৰ ফলত ১০০ ফুট ওখ হ’ৰ্ডিং ভাঙি পৰি ১৪ গৰাকী লোক নিহত, ৭০ৰো অধিক আহত

2 years ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

2 minutes ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

17 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

18 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

18 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

19 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

20 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

21 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

22 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

22 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

23 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

24 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অতিকে শোকাৱহ, ধুমুহাৰ তাণ্ডৱৰ ফলত ১০০ ফুট ওখ হ’ৰ্ডিং ভাঙি পৰি ১৪ গৰাকী লোক নিহত, ৭০ৰো অধিক আহত

editor by editor
May 14, 2024
in ভাৰত, ৰাজনীতি
0
অতিকে শোকাৱহ, ধুমুহাৰ তাণ্ডৱৰ ফলত ১০০ ফুট ওখ হ’ৰ্ডিং ভাঙি পৰি ১৪ গৰাকী লোক নিহত, ৭০ৰো অধিক আহত
0
SHARES
248
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, ধুমুহাৰ তাণ্ডৱৰ ফলত ১০০ ফুট ওখ হ’ৰ্ডিং ভাঙি পৰি ১৪ গৰাকী লোক নিহত, ৭০ৰো অধিক আহত

ধুমুহাৰ তাণ্ডৱ, প্ৰচণ্ড জোৰে অহা ধুমুহাৰ ফলত এখন ১০০ ফুট ওখ হ’ৰ্ডিং ভাঙি পৰি ১৪ গৰাকী লোক নিহত হয়, তাৰোপৰি ৭৪ গৰাকী লোক এই ঘটনাৰ ফলত আহত হয়। ইয়াৰে এগৰাকী লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

মুম্বাইৰ ঘাটকোপাৰত সংঘটিত হৈছে এই অতিকে শোকাৱহ দুৰ্ঘটনাটো। ধুমুহাৰ ফলত ১০০ ফুট ওখ হ’ৰ্ডিং ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে। মুম্বাই পৌৰ নিগমৰ তথ্য অনুসৰি বৰ্তমান ৪৩ জন আহত লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে ৩১ জন আহতক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। আহত এজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

এজন বিষয়াই জনোৱা মতে, সোমবাৰে সন্ধিয়া প্ৰায় ৩.৩০ বজাত জিমখানাৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। তাৎক্ষণিক সাহায্য প্ৰদানৰ বাবে নেশ্যনেল ডিজাষ্টাৰ ৰেচপন্স ফৰ্চ (এন ডি আৰ এফ), অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দলক স্থানলৈ প্ৰেৰণ কৰা হয়। তেওঁ কয় যে এই দুৰ্ঘটনাত বহু লোক আহত হৈছে। সাহায্য আৰু উদ্ধাৰ অভিযানৰ সময়ত ক্ৰেন আৰু গেছ কাটাৰ ব্যৱহাৰ কৰা হৈছে।

ঘাটকোপাৰত সংঘটিত দুৰ্ঘটনাৰ পিছত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে মুম্বাইৰ মুলুণ্ড অঞ্চলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনী সভা বাতিল কৰিছে। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

দুৰ্ঘটনাটোৰ ক্ষেত্ৰত মুম্বাই পৌৰ নিগমে ৰে’লৱে আৰু বিজ্ঞাপন কোম্পানী ইগো মিডিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব। বিএমচিয়ে কয় যে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ৰে’লৱে আৰু বিজ্ঞাপন কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব। আনহাতে, কেন্দ্ৰীয় ৰে’লৱেৰ বিষয়া স্বপ্নীল নীলাই কয় যে যি মাটিত হ’ৰ্ডিং খন লগোৱা হৈছিল সেই মাটি কেন্দ্ৰীয় ৰে’লৱেৰ নহয়, চৰকাৰী ৰে’ল আৰক্ষীৰ (জি আৰ পি)।

ইফালে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে সন্ধিয়া ঘাটকোপাৰত সংঘটিত হ’ৰ্ডিং ভাঙি পৰা কাণ্ডৰ পিছত সেই স্থান পৰিদৰ্শন কৰি মুম্বাই চহৰৰ সকলো হ’ৰ্ডিং ষ্ট্ৰাকচাৰৰ অডিট কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে হ’ৰ্ডিং সৰি পৰাৰ ফলত নিহতহোৱা লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentbillboard collapseGhatkoparhoarding collapsemumbai
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
বাণিজ্য

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

June 4, 2026
Next Post
টকাই টকা, দুর্নীতি নিবাৰক শাখাই গুৱাহাটীৰ কাৰ্যবাহী অভিযন্তাৰ ঘৰত অভিযান চলাই পালে প্ৰায় ৮০ লাখ টকা

টকাই টকা, দুর্নীতি নিবাৰক শাখাই গুৱাহাটীৰ কাৰ্যবাহী অভিযন্তাৰ ঘৰত অভিযান চলাই পালে প্ৰায় ৮০ লাখ টকা

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে ট্ৰাকত খুন্দা মৰাৰ ফলত নিহত ৬ লোক

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে ট্ৰাকত খুন্দা মৰাৰ ফলত নিহত ৬ লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.