• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হায়ৰে ! মাজৰাস্তাতে এম্বুলেঞ্চত তেল শেষ, হাস্পতালতো নাই কাৰেণ্ট, মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰোতে গ’ল প্ৰাণ

2 years ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

4 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

5 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

6 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

7 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

8 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

9 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হায়ৰে ! মাজৰাস্তাতে এম্বুলেঞ্চত তেল শেষ, হাস্পতালতো নাই কাৰেণ্ট, মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰোতে গ’ল প্ৰাণ

editor by editor
May 2, 2024
in ভাৰত
0
হায়ৰে ! মাজৰাস্তাতে এম্বুলেঞ্চত তেল শেষ, হাস্পতালতো নাই কাৰেণ্ট, মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰোতে গ’ল প্ৰাণ
0
SHARES
320
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হায়ৰে ! মাজৰাস্তাতে এম্বুলেঞ্চত তেল শেষ, হাস্পতালতো নাই কাৰেণ্ট, মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰোতে গ’ল প্ৰাণ

হায়ৰে উন্নয়নশীল ভাৰত। উন্নতৰ দিনত ইমানেই আগবাঢ়িছে ভাৰত যে, ঘটনাৰ বিষয়ে সদৰি হোৱাৰ লগে লগে লাজ লগা কথা তথা অতিকে হৃদয়বিদাৰক। দেশৰ আৰ্থিক ৰাজধানী মুম্বাইত সংঘটিত হৈছে এক ঘটনা। যি ঘটনাই চকু কপালত তুলিছে বহুতৰে।

এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱজনিত কাৰণত হাস্পতাললৈ নিয়াৰ পথতে এম্বুলেঞ্চত তেল শেষ হয়। দ্বিতীয়খন এম্বুলেঞ্চ অহালৈ সময় লগাই এঘণ্টা।

তাৰ পাছত আকৌ হাস্পতালত গৈ উপস্থিত হোৱাৰ পাছতে বিজুলী গুচি যায়। ইনভাৰ্টাৰৰো ব্যৱস্থা ভাল নোহোৱাত শেষত মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰে মহিলাৰ।

কিন্তু সেই মোবাইলৰ পোহৰত কৰা অস্ত্ৰোপচাৰত প্ৰাণ হেৰুৱাই মহিলাগৰাকীৰ লগতে নৱজাত শিশুৱেও। কালি নিশা সংঘটিত হৈছে এই ঘটনা। যি ঘটনাই এতিয়া তোলপাৰ লগাইছে মুম্বাইত। মহিলাগৰাকীৰ স্বামীয়েও আৰক্ষীৰ কাষ চাপিছে ন্যায় বিচাৰি।

এখন ভৰিৰে পংগু স্বামীয়ে গোচৰ তুলি কয় যে, হাস্পতাললৈ অনাৰ সময়ত মহিলাগৰাকী সম্পূৰ্ণ সুস্থ আছিল। এম্বুলেঞ্চৰ সমস্যা হলেও দিনৰ ভাগতে আহি পাইছিল হাস্পতাল। পাছে সকলো ঠিকে থকা বুলি নিশালৈ অপেক্ষা কৰে ডাক্তৰে।

শেষত নিশাৰ ভাগত পৰিস্থিতি বিষম বুলি অস্ত্ৰোপচাৰ কৰিবলৈ যো-জা কৰে, পাছে হেন সময়তে কাৰেণ্ট নোহোৱা হয়। আনফালে ইনভাৰ্টাৰ অন নহয়, যাৰ বাবে মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰে। কিন্তু তেতিয়ালৈ মাতৃৰ গৰ্ভতে মৃত্যু হয় শিশুৰ। পাছত মাতৃৰো মৃত্যু।

হাস্পতালৰ গাফিলতিৰ বাবেই সংঘটিত হয় এই অতিকে নিদাৰুণ ঘটনা। তাকো মুম্বাইৰ দৰে দেশ তথা বিশ্বৰ ভিতৰতে অন্যতন এখন চহৰত। যি ঘটনাক লৈ এতিয়া আৰক্ষীৰ লগতে ৰাজনৈতিক ক্ষেত্ৰতো তোলপাৰ লাগি গৈছে।

নিৰ্বাচনৰ সময়তে এনে এক ঘটনা সংঘটিত হোৱাত এতিয়া সকলো ৰাজনৈতিক দলেই দুৰ্ভগীয়া পৰিয়ালটোৰ হৈ মাত মাতিছে। এতিয়া সময়তহে দেখা যাব পৰিয়ালটোৱে ন্যায় লাভ কৰে নে নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ambulancemumbaiMumbai CityMumbai Hospital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

March 31, 2026
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

March 31, 2026
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?
জীৱনশৈলী

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

March 31, 2026
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং
জীৱনশৈলী

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

March 31, 2026
Next Post
কোভিশ্বীল্ডৰ ওপৰত বিবাদ চলি থকাৰ সময়তে এইবাৰ কোভেক্সিনৰ ফালৰ পৰা এই মন্তব্য

কুণ্ডলীত কি গ্ৰহৰ দোষ হ’লে প্ৰেমত প্ৰতাৰণাৰ সন্মুখিন হয় লোক

কুণ্ডলীত কি গ্ৰহৰ দোষ হ'লে প্ৰেমত প্ৰতাৰণাৰ সন্মুখিন হয় লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন