• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুম্বাই যান-বাহন আৰক্ষীলৈ ভাবুকি ভৰা ফোন- মোদী সন্দৰ্ভত বিশেষ পৰিকল্পনা অজ্ঞাতৰ

মুম্বাই যান-বাহন আৰক্ষীলৈ ভাবুকি ভৰা ফোন- মোদী সন্দৰ্ভত বিশেষ পৰিকল্পনা অজ্ঞাতৰ

2 years ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

11 minutes ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

21 minutes ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

1 hour ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

1 hour ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

2 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

2 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

3 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

6 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

6 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

8 hours ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মুম্বাই যান-বাহন আৰক্ষীলৈ ভাবুকি ভৰা ফোন- মোদী সন্দৰ্ভত বিশেষ পৰিকল্পনা অজ্ঞাতৰ

editor by editor
November 28, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
মুম্বাই যান-বাহন আৰক্ষীলৈ ভাবুকি ভৰা ফোন- মোদী সন্দৰ্ভত বিশেষ পৰিকল্পনা অজ্ঞাতৰ
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুম্বাই যান-বাহন আৰক্ষীলৈ ভাবুকি ভৰা ফোন- মোদী সন্দৰ্ভত বিশেষ পৰিকল্পনা অজ্ঞাতৰ

মুম্বাইৰ যান-বাহন আৰক্ষীয়ে লাভ কৰিছে এক বিশেষ ভাবুকি ভৰা ফোন। কোনো অজ্ঞাতৰ ফালৰ পৰা লাভ কৰিছে এই ফোনকল। লাভ কৰা ভাবুকি অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ পৰিকল্পনা অজ্ঞাতৰ।

ফোন লাভ কৰাৰ পাছতে তদন্তত নামি পৰিছে মুম্বাই আৰক্ষী। সেই তদন্ততে ধৰা পৰে অজ্ঞাতৰ পৰিচয়। এগৰাকী ৩৪ বৰ্ষীয় মহিলাই দিছিল মোদীক হত্যা কৰাৰ ভাবুকি। বৰ্তমানে সেই মহিলাগৰাকীক আটক কৰিছে মুম্বাই আৰক্ষীয়ে।

এই ভাবুকি ভৰা ফোন কল মুম্বাই আৰক্ষীয়ে লাভ কৰিছিল বুধবাৰ ২৭ নৱেম্বৰ তাৰিখে। ফোনত মহিলাই ভাবুকি দিছিল যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে। ফোনৰ পাছতে সক্ৰিয় হৈ পৰে মুম্বাই আৰক্ষী। মহিলাৰ ফোনকল ট্ৰেক কৰি আটক কৰে মহিলাগৰাকীক। পাছত আৰক্ষীয়ে জানিব পাৰে যে, মানসিক ভাৱে অসুস্থ মহিলাগৰাকী।

উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্বত আছে স্পেচিয়েল প্ৰটেক্সন গ্ৰুপ (SPG)। বিগত বছৰ বোৰত কেইবাবাৰো প্ৰাণৰ হুমকিভৰা বাৰ্তা লাভ কৰিছিল মোদীয়ে। ২০১৮ চনত মহাৰাষ্ট্ৰৰ মহমম্দ আলাউদ্দিন নামৰ এগৰাকী লোকে সামাজিক মাধ্যমত মোদীক হত্যাৰ ভাবুকি দিছিল।

২০২২ চনত এক চিঠিও লাভ কৰিছিল, য’ত লিখা আছিল- ৰাজীৱ গান্ধীৰ দৰেই অৱস্থা হব মোদীৰো। ২০১৩ চনত এক ভিডিঅ যোগে আহিছিল এনে ভাবুকি। পাছে আৰক্ষীয়ে প্ৰধানমন্ত্ৰীৰ সুৰক্ষীৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ক্ষিপ্ৰতাৰে তদন্তত কৰি সকলো ভাবুকি দিয়া লোককে আটক কৰিবলৈ সক্ষম হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: lMumbai PoliceMumbai Trafick PolicePm Modi . Narendra ModiThreat Call
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
বৃহস্পতি গ্ৰহৰ বাবে ২০২৫ৰ ১০ এপ্ৰিললৈ ৫ ৰাশিৰ অতিকে ভাল দিন

বৃহস্পতি গ্ৰহৰ বাবে ২০২৫ৰ ১০ এপ্ৰিললৈ ৫ ৰাশিৰ অতিকে ভাল দিন

এটা এটকাৰ বাবেই ক্ৰিকেটৰ ভগৱান হৈ পৰিছিল শচীন তেণ্ডুলাকৰ

এটা এটকাৰ বাবেই ক্ৰিকেটৰ ভগৱান হৈ পৰিছিল শচীন তেণ্ডুলাকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.