• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা এটকাৰ বাবেই ক্ৰিকেটৰ ভগৱান হৈ পৰিছিল শচীন তেণ্ডুলাকৰ

এটা এটকাৰ বাবেই ক্ৰিকেটৰ ভগৱান হৈ পৰিছিল শচীন তেণ্ডুলাকৰ

2 years ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

33 minutes ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

1 hour ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

2 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

2 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

3 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

4 hours ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

4 hours ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

21 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

22 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

22 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

24 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এটা এটকাৰ বাবেই ক্ৰিকেটৰ ভগৱান হৈ পৰিছিল শচীন তেণ্ডুলাকৰ

editor by editor
November 28, 2024
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
এটা এটকাৰ বাবেই ক্ৰিকেটৰ ভগৱান হৈ পৰিছিল শচীন তেণ্ডুলাকৰ
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা এটকাৰ বাবেই ক্ৰিকেটৰ ভগৱান হৈ পৰিছিল শচীন তেণ্ডুলাকৰ

ভাৰতীয় আৰু ক্ৰিকেট, এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। প্ৰায় সকলো ভাৰতীয়ৰে হৃদয়ে হৃদয়ে নিহিত হৈ আছে ক্ৰিকেট। আৰু এই ভাৰতৰে এগৰাকী খেলুৱৈয়ে লাভ কৰিছে বিশ্বৰ ভিতৰতে এক অনবদ্য সন্মান। ক্ৰিকেটৰ ভগৱান তথা God Of Cricket. যাৰ নামত আছে ক্ৰিকেটৰ বহু ৰেকৰ্ডো।

পাছে শচীন তেণ্ডুলকাৰে কেনেকৈ লাভ কৰিলে ক্ৰিকেটৰ ভগৱান আখ্যা? শচীন তেণ্ডুলকাৰে অনুশীলন কৰা খেলপথাৰখনৰ নাম শিৱাজী পাৰ্ক। আজিও এই উদ্যানখনত ৭০০ৰো অধিক ক্ৰিকেটাৰে অনুশীলন কৰে। শচীন তেণ্ডুলকাৰ আৰু শিৱাজী গ্ৰাউণ্ডৰ সৈতে জড়িত এটা আমোদজনক কাহিনী।

মুম্বাইৰ শিৱাজী পাৰ্কত কেৱল শচীনেই নহয়, অজিত ৱাডেকৰ, বিজয় মাঞ্জেকৰ, একনাথ সোলকৰ, অজিত আগাৰকাৰ, বিনোড কাম্বলী, অজ্যিংকা ৰাহানে, পৃথ্বী শ্বো আদিৰ দৰে বহু খেলুৱৈ খেলৰ অনুশিলন কৰিছে। এই খেলপথাৰত অনুশীলন কৰোৱা প্ৰশিক্ষক আছিল- ৰমাকান্ত বিত্তল আচৰেকাৰ আছিল মুম্বাইৰ ভাৰতীয় ক্ৰিকেট প্ৰশিক্ষক।

মুম্বাইৰ খেলুৱৈসকলৰ মাজত তেওঁতকৈ জনপ্ৰিয় প্ৰশিক্ষক নোহোৱাৰ দৰেই। শচীন তেণ্ডুলকাৰো তেওঁৰ শিষ্য হৈ পৰিছিল। যাৰ বাবে পাছলৈ সাধাৰণ মানুহৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল ৰমাকান্ত ছাৰ।

শচীন তেণ্ডুলকাৰক ক্ৰিকেট অনুশীলন কৰাই থাকোঁতে ৰমাকান্ত বিত্তল আচৰেকাৰে শচীনৰ প্ৰদৰ্শন উন্নত কৰাৰ বাবে এটা উত্তম পদ্ধতি উলিয়াছিল। যাৰ বাবেই শচীন টেণ্ডুলকাৰে পিছলৈ দীৰ্ঘদিন ধৰি বেটিং কৰিবলৈ সক্ষম হৈছিল।

ৰমাকান্ত বিত্তলে লগত এটা এক টকীয়া মুদ্ৰা ৰাখিছিল, যদি শচীনে বেটিং কৰি আউট নোহোৱাকৈ বহু সময়ধৰি খেলি থাকিব পাৰিছিল, তেন্তে সেই মুদ্ৰাটো শচীনত উপহাৰ হিচাপে দিছিল। এইদৰে শচীনে বহু একটকীয়া মুদ্ৰা সংগ্ৰহ কৰিছিল প্ৰশিক্ষক ৰমাকান্তৰ পৰা।

যিবোৰ আজিও সংৰক্ষণ কৰি ৰাখিছে শচীন তেণ্ডুলকাৰে। শচীনৰ বাবে এই মুদ্ৰাবোৰ কোনো বঁটাতকৈ কম নহয়। সেই অনুশীলনেই ভৱিষ্যতে কামত দিছে শচীনৰ। যাৰ ফলতেই বহু সময় ধৰি খেলপথাপত টিকি থাকি বেটেৰে কোবাই গৈছিল এটাৰ পাছত এটা শক্তিশালী বল। কৰি গৈছিল ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketGod Of CricketIndian CricketerSachine TendulkarTendulkar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম
ক্ৰীড়া

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

June 6, 2026
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ
জীৱনশৈলী

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

June 6, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

June 6, 2026
Next Post
আজি শপত পাঠ লোৱা দুই নেতাৰ সম্পত্তি, কাৰোবাৰ ৪ কোটিৰ ধাৰ, কাৰোবাৰ ১ কোটিৰো অধিক সোণ

আজি শপত পাঠ লোৱা দুই নেতাৰ সম্পত্তি, কাৰোবাৰ ৪ কোটিৰ ধাৰ, কাৰোবাৰ ১ কোটিৰো অধিক সোণ

প্ৰেমিকাৰ পৰা ৰেহাই পাবৰ বাবেই প্ৰেমিকে সংঘটিত কৰে শিহৰণকাৰী ঘটনা, দেশজুৰি চাঞ্চল্য

প্ৰেমিকাৰ পৰা ৰেহাই পাবৰ বাবেই প্ৰেমিকে সংঘটিত কৰে শিহৰণকাৰী ঘটনা, দেশজুৰি চাঞ্চল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.