• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ বাবেই প্ৰাণ হেৰুৱালে বেহাৰবাৰী ধাৰাবাহিক খ্যাত অভিনেতা মৃগাংকই

প্ৰেমৰ বাবেই প্ৰাণ হেৰুৱালে বেহাৰবাৰী ধাৰাবাহিক খ্যাত অভিনেতা মৃগাংকই

10 months ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

19 minutes ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

55 minutes ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

2 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

2 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

12 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

12 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

13 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

14 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

14 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

15 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

15 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰেমৰ বাবেই প্ৰাণ হেৰুৱালে বেহাৰবাৰী ধাৰাবাহিক খ্যাত অভিনেতা মৃগাংকই

editor by editor
May 13, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
প্ৰেমৰ বাবেই প্ৰাণ হেৰুৱালে বেহাৰবাৰী ধাৰাবাহিক খ্যাত অভিনেতা মৃগাংকই
0
SHARES
17.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমৰ বাবেই প্ৰাণ হেৰুৱালে বেহাৰবাৰী ধাৰাবাহিক খ্যাত অভিনেতা মৃগাংকই

তিনিকোনীয়া প্ৰেমৰ বাবেই অকালতে প্ৰাণ হেৰুৱালে এগৰাকী উদীয়মান অভিনেতাই। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট খ্যাত অভিনেতা মৃগাংক বৰ্মণক গুৱাহাটী মহানগৰীত হত্যা।

এই ঘটনা সংঘটিত হৈছে গড়চুকৰ ছিলভাৰ আৰকেড মাৰ্কেটিং কমপ্লেক্সৰ বেচমেণ্টত। তিনিকোনীয়া প্ৰেমৰ বাবেই অকালতে প্ৰাণ হেৰুৱাব লগা হয় মৃগাংক বৰ্মণে। ঘটনা সন্দৰ্ভত গড়চুক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ৰাজু আলী নামৰ এগৰাকী লোকক।

আৰক্ষীয়ে জনোৱা অনুসৰি ৰাজু আলীয়ে মৃগাংক বৰ্মণক উপৰ্যুপৰি চুৰিৰে আঘাত কৰিছিল। আঘাতপ্ৰাপ্ত অৱস্থাত মৃগাংকক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালতে চিকিৎসাধীন অৱস্থাত মৃ্ত্যুক আকোঁৱালী লয়।

এই ঘটনা সংঘটিত হৈছিল কালি ১২ মেক সন্ধিয়া প্ৰায় ৪ মান বজাত। ঘটনাৰ পাছতে আৰক্ষীয়ে তদন্ত কৰি মাথো ৩ ঘণ্টাৰ ভিতৰতে অভিযুক্ত ৰাজু আলীক আটক কৰিবলৈ সক্ষম হয়।

আজি বিয়লি প্ৰায় ৪:০০ বজাত গৰ্চুক আৰক্ষী থানাই গোৰ্চুকৰ ছিলভাৰ আৰ্কেড মাৰ্কেটিং কমপ্লেক্সৰ বেছমেণ্টত সংঘটিত হোৱা আক্ৰমণৰ কাণ্ডৰ সন্দৰ্ভত তথ্য লাভ কৰে।

ততাতৈয়াকৈ গড়চুক পি এছৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দল সংঘটিত হোৱা স্থানলৈ (পি অ’) উপস্থিত হয়। আহত ব্যক্তিজনক তৎক্ষণাত চিকিৎসাৰ বাবে এক্সেল কেয়াৰ হাস্পতাললৈ স্থানান্তৰ কৰা হয়। অৱশ্যে পিছত আহত ব্যক্তিজনে আঘাতৰ বাবে মৃত্যুক সাৱটি লয়।

চিচি টিভি কেমেৰাত ধৰা পৰিছে, পালচাৰ বাহনেৰে আহিছিল হত্যাকাৰী ৰাজু আলী। ঘটনা সংঘটিত কৰি পলায়ন কৰাৰ দৃশ্যও বন্দী হৈছিল চিচি কেমেৰাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Garchuk PoliceGuwahati Murder casemurder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
Next Post
বিষাক্ত পানীয় পান কৰি প্ৰাণ হেৰুৱালে ১৪ গৰাকীয়ে, কেইবাজনৰো অৱস্থা সংকটজনক

বিষাক্ত পানীয় পান কৰি প্ৰাণ হেৰুৱালে ১৪ গৰাকীয়ে, কেইবাজনৰো অৱস্থা সংকটজনক

আজিৰে পৰা কাঁন ফেষ্টিভেল, প্ৰকাশ পালে নতুন নিয়ম, স্বল্প বস্ত্ৰ আৰু ডাঙৰ ছাইজৰ কাপোৰ নিষিদ্ধ

আজিৰে পৰা কাঁন ফেষ্টিভেল, প্ৰকাশ পালে নতুন নিয়ম, স্বল্প বস্ত্ৰ আৰু ডাঙৰ ছাইজৰ কাপোৰ নিষিদ্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.