• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘চাৰিগৰাকীলৈকে বিয়া কৰাব পাৰে মুছলমানে’, কিন্তু মানিব লাগিব এইকেইটা চৰ্ত, কি কি চৰ্তৰ কথা সোঁৱৰাই দিলে  এলাহবাদ হাইকৰ্টে?

8 months ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

3 hours ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

4 hours ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

5 hours ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

6 hours ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

8 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

9 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘চাৰিগৰাকীলৈকে বিয়া কৰাব পাৰে মুছলমানে’, কিন্তু মানিব লাগিব এইকেইটা চৰ্ত, কি কি চৰ্তৰ কথা সোঁৱৰাই দিলে এলাহবাদ হাইকৰ্টে?

‘চাৰিগৰাকীলৈকে বিয়া কৰাব পাৰে মুছলমানে’, কিন্তু মানিব লাগিব এইকেইটা চৰ্ত, কি কি চৰ্তৰ কথা সোঁৱৰাই দিলে এলাহবাদ হাইকৰ্টে?

editor by editor
May 15, 2025
in জীৱনশৈলী, ভাৰত
0
‘চাৰিগৰাকীলৈকে বিয়া কৰাব পাৰে মুছলমানে’, কিন্তু মানিব লাগিব এইকেইটা চৰ্ত, কি কি চৰ্তৰ কথা সোঁৱৰাই দিলে  এলাহবাদ হাইকৰ্টে?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকীতকৈ বেছি বিয়া কৰোৱাত আইনী বাধা নাই মুছলমান পুৰুষৰ৷ এইবাৰ স্পষ্ট কৰি দিলে এলাহবাদ হাইকৰ্টে৷ বিবাহ সংক্ৰান্তিয় গোচৰত উচ্চন্যায়ালয়ৰ পৰ্যবেক্ষণ, ‘মুছলমান পুৰুষে বিচাৰিলে ৪গৰাকী পৰ্যন্ত বিয়া কৰাব পাৰিব৷ চৰ্ত এটাই, সকলোকে ভালে ৰাখিব লাগিব৷’

মহিলা এগৰাকীৰ অভিযোগ আছিল যে, তেওঁৰ স্বামীয়ে প্ৰথম বিবাহৰ কথা লুকুৱাই গোপনে তেওঁক বিয়া কৰাই আনিছিল৷ আনকি বিবাহৰ পাছত তেওঁক ধৰ্ষণো কৰিছে৷ মোৰাদাবাদ থানাত দাখিল হোৱা অভিযোগক লৈ মোৰাদাবাদ নিম্ন আদালতত দীৰ্ঘদিন বিচাৰপ্ৰক্ৰিয়া চলে৷ স্বামী ফুৰকানৰ অধিবক্তাৰ দাবী, অভিযোগকাৰীয়ে নিজেই স্বীকাৰ কৰিছে যে ফুৰকানে দ্বিতীয় বিবাহেই কৰাইছে৷ আৰু ইছলামত দ্বিতীয় বিবাহ অপৰাধ নহয়৷ আৰু বিবাহৰ পাছত ধৰ্ষণৰ অভিযোগ বৈধ হ’ব নোৱাৰে৷

এই গোচৰ এলাহবাদ হাইকৰ্টলৈ যায়৷ সম্প্ৰতি এলাহবাদ হাইকৰ্টৰ ন্যায়াধীশ অৰুণ কুমাৰ সিঙ দেশৱালে এই গোচৰৰ পৰ্যবেক্ষণত জনাইছে, ‘মুছলমান পুৰুষে এগৰাকীতকৈ বেছি বিয়া কৰাব পাৰে৷ কাৰণ ভাৰতত মুছলমানসকলৰ বিবাহ সংক্ৰান্তিয় সকলো আইন শৰিয়তৰ নিয়ম অনুসৰি নিয়ন্ত্ৰিত৷ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত এই গোচৰ নপৰে৷ আৰু শৰিয়ত অনুসৰি মুছলমান পুৰুষে ৪গৰাকী পৰ্যন্ত বিয়া কৰাব পাৰে৷ চৰ্ত এটাই, সকলোকে ভালে ৰাখিব লাগিব৷ ন্যায়াধীশৰ পৰ্যবেক্ষণ, কোৰাণ অনুসৰি বৈধ কাৰণ থাকিলে মুছলমানে এটাতকৈ বেছি বিয়া কৰাব পাৰে৷ কিন্তু সেই নিয়মৰ অপব্যৱহাৰ বাঢ়িছে৷ বহুতেই ব্যক্তিগত স্বাৰ্থত বেছি বেছিকৈ বিয়া কৰাইছে৷ যাৰকাৰণে অভিন্ন দেৱানী বিধি আৰম্ভ হোৱাটো জৰুৰী বুলি ধাৰণা কৰিছে আদালতে৷’ শেষ পৰ্যন্ত অন্তৰ্বৰ্তীকালীন ৰায়ত ফুৰকানৰ দুই বিবাহকেই বৈধ বুলি জনাইছে আদালতে৷ আগন্তুক ২৬ মে’ত আকৌ গোচৰৰ শুনানি হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?
জীৱনশৈলী

January 15, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?
জীৱনশৈলী

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

January 15, 2026
Next Post
বুধাদিত্য যোগৰ প্ৰভাৱত উন্নতিৰ জখলাৰে বগাব আপুনিও! ২৩মে’ৰ পৰা জীৱন সলনি হৈ পৰিব এই ৫ৰাশিৰ

লাহে লাহে সাগৰৰ বুকুত জাহ গৈছে এখন বিলাসী বিমানবন্দৰ, ১৩ লাখ কোটিতকৈ আধিক ব্যয়েৰে নিৰ্মাণ হৈছিল এই বিমান বন্দৰ, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন