• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংকটত উত্তৰ কোৰিয়া! লকডাউন ঘোষণা একনায়ক কিমৰ! কিয় কৰিলে এই ঘোষণা?

সংকটত উত্তৰ কোৰিয়া! লকডাউন ঘোষণা একনায়ক কিমৰ! কিয় কৰিলে এই ঘোষণা?

1 week ago
পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

24 mins ago
কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

1 hour ago
কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

3 hours ago
ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

4 hours ago
কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

4 hours ago
দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

5 hours ago
বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

7 hours ago
স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

8 hours ago
পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

1 day ago
অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

1 day ago
পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

1 day ago
‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

1 day ago
  • About
  • Advertise
  • Careers
Saturday, May 21, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সংকটত উত্তৰ কোৰিয়া! লকডাউন ঘোষণা একনায়ক কিমৰ! কিয় কৰিলে এই ঘোষণা?

editor by editor
May 12, 2022
in বিশ্ব, স্বাস্থ্য
0
সংকটত উত্তৰ কোৰিয়া! লকডাউন ঘোষণা একনায়ক কিমৰ! কিয় কৰিলে এই ঘোষণা?
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ কোৰিয়াত ৰাষ্ট্ৰীয় লকডাউন ঘোষণা কৰিছে একনায়কত্ববাদী শাসক কিম জং উনে৷ দেশখনত কোভিড সংক্ৰমণৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছতে শাসক কিম জং উনে এই নিৰ্দেশনা জাৰি কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ যোৱা ৮ মে’ত দেশখনৰ ৰাজধানীত নমুমা সংগ্ৰহ কৰি পৰীক্ষাৰ কৰাৰ পিছতে পিয়ংয়ঙত কোভিডৰ অ’মিক্ৰণ ভেৰিয়েণ্ট ধৰা পৰিছে৷

কোভিড পৰীক্ষা ইয়াৰ পিছতে শাসক কিমে বৃহস্পতিবাৰে পাৰ্টিৰ ৰাষ্ট্ৰীয় পলিটব্যুৰ বৈঠক আহ্বান কৰি দেশখনত ৰাষ্ট্ৰজোৰা লকডাউন বলৱৎ আৰু চিকিৎসা সামগ্ৰী মজুতকৰণ, যোগান আৰু বিতৰণ সম্পৰ্কীয় কেবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷

 

লগতে পঢ়ক চৰকাৰী চিকিৎসালয়তে গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰ্মচাৰীৰ

দেশখনত কোভিড সংক্ৰমণে ধৰাৰ পৰা পিছতে ভয়াৱহ সংকটে দেখা বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য যে উত্তৰ কোৰিয়াৰ স্বাস্থ্য খণ্ড অতিকৈ শোচনীয় আৰু আন্তঃগাঁথনি তথৈৱচ৷ দেশখনৰ শোচনীয়া স্বাস্ব্য খণ্ডই মহামাৰীৰ সৈতে কেনেকৈ মোকাবিলা কৰিব তাকেলৈ বিশ্বজুৰি দুঃচিন্তা আৰম্ভ হোৱা দেখা গৈছে৷

ইফালে দেশখনৰ শাসক কিম জং উনে কোভিড প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা কোনো সঁহাৰি গ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছিল৷ মিত্ৰ দেশ বুলি চৰ্চা লাভ কৰি অহা চীনৰ পৰাও উত্তৰ কোৰিয়াই ভেকচিনৰ সাহায্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল৷

যাৰ ফলত দেশখনৰ অধিকাংশ লোকেই ভেকচিন গ্ৰহণ কৰা নাই বুলি ধাৰণা কৰা হৈছে৷ দেশখনে এতিয়াও যে বৰ্হিৰাষ্ট্ৰৰ পৰা চিকিৎসা সাহায্য গ্ৰহণ কৰিব সেয়া লৈ বিশ্ব সম্প্ৰদায় সন্দিহান হৈ আছে৷ দেশখনে কোভিড ভেকচিন গ্ৰহণ নকৰি দেশৰ সীমান্তৰ পথসমূহ সম্পূৰ্ণ বন্ধ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল৷

 

লগতে পঢ়ক বিদেশী ৰমণীৰে ৰমণ বিলাসৰ লোভ, ২১ লাখ হেৰুওৱালে ৬৩ বছৰীয়া এক বৃদ্ধই

ইফালে দেশখনত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে শাসক কিমে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পথসমূহ বন্ধ কৰি কঠোৰ কোৱাৰেণ্টাইন ব্যৱস্থাও বলবৎ কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও কিমে ২০২০ চনৰ জুলাই মাহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি দক্ষিণ কোৰিয়াৰ সীমান্তৰ ওচৰৰ কায়েছঙত তিনি সপ্তাহৰ বাবে লকডাউন বলৱৎ কৰিছিল৷

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থা(WTO)ৰ শেহতীয়া তথ্য অনুসৰি উত্তৰ কোৰিয়াৰ ২.৫ কোটি লোকৰ ভিতৰত ৬৪,২০৭ জন লোকে ৩১ মাৰ্চলৈকে ক’ভিড-১৯ পৰীক্ষা লাভ কৰিছিল যদিও তেওঁলোকৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল। কিন্তু এইবাৰ দেশখনত কোভিড সংক্ৰমণ ধৰা পৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkim jong-unnorth korea
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ
বিশ্ব

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

May 21, 2022
ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক
ভাৰত

ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

May 21, 2022
কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?
ৰাজনীতি

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

May 21, 2022
স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?
স্বাস্থ্য

স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

May 21, 2022
Next Post
বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

অবিশ্বাস্য হ’লেও সত্য এযোৰ জীৰ্ণ জোতাৰ মূল্য ১.৪৪ লাখ টকা!

অবিশ্বাস্য হ’লেও সত্য এযোৰ জীৰ্ণ জোতাৰ মূল্য ১.৪৪ লাখ টকা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.