• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

4 years ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

10 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

10 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

11 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

11 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

12 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

13 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

14 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

15 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

15 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

16 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

17 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

editor by editor
May 12, 2022
in ক্ৰীড়া, বিশ্ব
0
বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?
0
SHARES
145
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফ’ৰ্বছ-এ যোৱা ১২ টা মাহত সৰ্বাধিক ধন উপাৰ্জনকাৰী এথলিটসকলৰ তালিকা প্ৰকাশ কৰিছে৷ ফ’ৰ্বছ ২০২২ৰ তালিকাত সৰ্বাধিক ধন উপাৰ্জনকাৰী শীৰ্ষত আছে বৰ্তমান বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ আজেণ্টিনাৰ লিয়নেল মেছি৷ ২০২১ বৰ্ষৰো বেলন ড’ৰ বঁটা লাভ কৰা মেছিয়ে বাৰ্চিলোনা ত্যাগ কৰি পেৰিছ ছেণ্ট-জাৰ্মেইনত যোগদান কৰি এইবাৰ আটাইতকৈ উপাৰ্জনকাৰী খেলুৱৈৰ তালিকাৰ শীর্ষত আছে৷ মেছিয়ে খেলপথাৰৰ পৰা ৭৫ মিলিয়ন মাৰ্কিন ড’লাৰ লাভ কৰাৰ বিপৰীতে বিভিন্ন বিজ্ঞাপনৰ লাভ কৰা ধনৰ পৰিমাণ হ’ল ৫৫ মিলিয়ন মাৰ্কিন ড’লাৰ৷ বিগত বৰ্ষত মেছিৰ মুঠ উপাৰ্জন হৈছে ১৩০ মিলিয়ন মাৰ্কিন ড’লাৰ৷

 

 

ফ’ৰ্বছৰ এই তালিকাৰ দ্বিতীয় স্থানত আছে আমেৰিকাৰ বাস্কেটবল খেলুৱৈ লেব্ৰণ জেমছ৷ জেমছে বিগত বৰ্ষৰ উপাৰ্জন কৰিছে ১২১ মিলিয়ন মাৰ্কিন ড’লাৰ৷ জেমছৰ খেলৰ পৰা উপাৰ্জনৰ পৰিমাণ হৈছে ৪১.২ মিলিয়ন মাৰ্কিন ড’লাৰ৷ আনহাতে বিজ্ঞাপনৰ পৰা উপাৰ্জন কৰিছে ৮০ মিলিয়ন মাৰ্কিন ড’লাৰ৷

 

লগতে পঢ়ক অসমীয়া ভাষালৈ স্বীকৃতি! গুগ’লত উপলব্ধ হ’ল অসমীয়া ভাষা

 

তালিকাৰ তৃতীয় স্থানত আছে বিশ্ব আন এগৰাকী অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ পটুৰ্গীজৰ ক্ৰিষ্টিয়ানো ৰ’ণাল্ডো৷ পূৰ্বতে তালিকাৰ শীৰ্ষত থকা ৰণাল্ডোৱে বিগত বৰ্ষত উপাৰ্জন কৰিছে ১১৫ মিলিয়ন মাৰ্কিন ড’লাৰ৷ ৰ’ণাল্ডোৱে খেলপথাৰৰ পৰা ৬০ মিলিয়ন মাৰ্কিন ড’লাৰ উপাৰ্জন কৰাৰ বিপৰীতে বিজ্ঞাপনৰ লগতে অন্য ক্ষেত্ৰৰ পৰা ৫৫ মিলিয়ন মাৰ্কিন ড’লাৰ উপাৰ্জন কৰিছে৷

 

 

লগতে পঢ়ক চৰকাৰী চিকিৎসালয়তে গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰ্মচাৰীৰ

বিশ্বৰ অন্য এগৰাকী শ্ৰেষ্ঠ ফুটবলাৰ ব্ৰাজিলৰ নেইমাৰে আছে তালিকাৰ চতুৰ্থ স্থানত৷ নেইমাৰে খেলপথাৰৰ পৰা ৭০ মিলিয়ন মাৰ্কিন ড’লাৰ উপাৰ্জন কৰাৰ বিপৰীতে বিজ্ঞাপনসহ বিভিন্ন ক্ষেত্ৰৰ পৰা ২৫ মিলিয়ন মাৰ্কিন ড’লাৰ উপাৰ্জন কৰিছে৷ বিগত বৰ্ষত তেওঁৰ মুঠ উপাৰ্জনৰ পৰিমাণ হৈছে ৯৫ মিলিয়ন মাৰ্কিন ড’লাৰ৷

 

 

তালিকাৰ পঞ্চম স্থানত আছে মাৰ্কিন বাস্কেটবল খেলুৱৈ ষ্টিফেন কাৰীয়ে৷ ষ্টিফেনে বিগত বৰ্ষত ৯২.৮ মিলিয়ন মাৰ্কিন ড’লাৰ উপাৰ্জন কৰিছে৷ ষ্টীফেনে খেলপথাৰৰ পৰা ৪৫.৮ মিলিয়ন আৰু বিজ্ঞাপন আৰু বিভিন্ন উৎসৰ পৰা ৪৭ মিলিয়ন মাৰ্কিন ড’লাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷

 

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assamka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcristiano ronaldoForbes'LeBron JamesLionel Messi'NeymarStephen Curry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং
বিনোদন

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

October 20, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
Next Post
অবিশ্বাস্য হ’লেও সত্য এযোৰ জীৰ্ণ জোতাৰ মূল্য ১.৪৪ লাখ টকা!

অবিশ্বাস্য হ’লেও সত্য এযোৰ জীৰ্ণ জোতাৰ মূল্য ১.৪৪ লাখ টকা!

‘মোৰ কণ্ডৰ বিজ্ঞাপনে ভাৰতত যৌনতাৰ বিপ্লৱ আনিছিল’ কোনে কৰিলে এই দাবী?

‘মোৰ কণ্ডৰ বিজ্ঞাপনে ভাৰতত যৌনতাৰ বিপ্লৱ আনিছিল’ কোনে কৰিলে এই দাবী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.