• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ কণ্ডৰ বিজ্ঞাপনে ভাৰতত যৌনতাৰ বিপ্লৱ আনিছিল’ কোনে কৰিলে এই দাবী?

‘মোৰ কণ্ডৰ বিজ্ঞাপনে ভাৰতত যৌনতাৰ বিপ্লৱ আনিছিল’ কোনে কৰিলে এই দাবী?

4 years ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

37 minutes ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

1 hour ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

2 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

2 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

4 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

5 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

5 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

6 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

7 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

8 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

8 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘মোৰ কণ্ডৰ বিজ্ঞাপনে ভাৰতত যৌনতাৰ বিপ্লৱ আনিছিল’ কোনে কৰিলে এই দাবী?

editor by editor
May 12, 2022
in বাণিজ্য, বিনোদন, ভাৰত
0
‘মোৰ কণ্ডৰ বিজ্ঞাপনে ভাৰতত যৌনতাৰ বিপ্লৱ আনিছিল’ কোনে কৰিলে এই দাবী?
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী ভাৰতীয় অভিনেত্ৰীয়ে দাবী কৰিছে যে তেওঁ কণ্ডমৰ বিজ্ঞাপন দিয়াৰ পিছতেই ভাৰতত যৌনতাৰ বিপ্লৱ সৃষ্টি হৈছিল৷ এই দাবী কৰা ভাৰতীয় অভিনেত্ৰীগৰাকী হৈথে পূজা বেদী৷

সেয়া আছিল ১৯৯১ চন৷ অভিনেত্ৰী তথা মডেল পূজা বেদীৰ মাৰ্ক ৰবিনচনৰ সৈতে কৰা এটা বিজ্ঞাপনে সমগ্ৰ দেশজুৰি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ দেশবাসীৰ অধিকাংশই এই বিজ্ঞাপনটোক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷

বিজ্ঞাপনটোত বিদেশী পুৰুষ ৰবিনচনৰ সৈতে ভাৰতীয় অভিনেত্ৰী পূজা বেদীয়ে অতি ঘণিষ্ঠ তথা অন্তৰংগ মুহূৰ্তৰ দৃশ্য আছিল৷ এই দৃশ্য দেখি ৰক্ষণশীল দেশবাসীৰ একাংশই জ্বলি পকি উঠিছিল৷

লগতে পঢ়ক বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

উক্ত বিজ্ঞাপনটো আছিল কণ্ডমৰ৷ তেতিয়া ভাৰতবৰ্ষত গৰ্ভনিৰোধকৰ নাম নুখ লোৱাটোক পাপ বুলিয়ে মানি অহা হৈছিল৷ দেশবাসীৰ সমালোচনা আৰু ৰক্ষণশীলতাক সন্মান কৰি দুৰদৰ্শনে বিজ্ঞাপনটো নিষিদ্ধ কৰে৷ অৱশ্যে দেশৰ কেবল টেলিভিচনত বিজ্ঞাপনটো প্ৰচাৰ হৈ থাকে৷

অতি সম্প্ৰতি সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত উক্ত কণ্ডম বিজ্ঞাপনটোৰ প্ৰসংগ আনি পূজা বেদীয়ে ওপৰত কোৱাৰ দৰে এই দাবী কৰিছে৷

‘‘দেশে আমাৰ কণ্ডম বিজ্ঞাপনটো নিন্দা আৰু সমালোচনা কৰিলেও মই লক্ষ্য কৰিছিলো যে সেই বিজ্ঞাপনে ভাৰতত যৌনতাৰ বিপ্লৱ সূচনা কৰিছিল৷’ পূজা বেদীয়ে কয়৷

লগতে পঢ়ক সংকটত উত্তৰ কোৰিয়া! লকডাউন ঘোষণা একনায়ক কিমৰ! কিয় কৰিলে এই ঘোষণা?

সেই সময়তে একাংশ ব্ৰিটিছ সংবাদ পত্ৰই এই দাবী কৰিছিল বুলি কৈ পূজা বেদীয়ে লগতে আৰু কয় যে দেশত বিজ্ঞাপনটো নিষিদ্ধ কৰিলে সি একাধিক পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷

‘‘বিজ্ঞাপন জগতত ই নজিৰ স্থাপন কৰিছিল৷ যৌনতাৰ পথপ্ৰদৰ্শক হ’বলৈ পাই মোৰ নিজৰেই ভাল লাগিছিল৷’’ পূজাই লগতে আৰু কয়৷

লগতে পঢ়ক অসমীয়া ভাষালৈ স্বীকৃতি! গুগ’লত উপলব্ধ হ’ল অসমীয়া ভাষা

‘’যোৱা ৩০ বছৰত পৰিস্থিতিৰ অনেক পৰিৱৰ্তন হৈছে৷ এতিয়া দেশবাসীয়ে যৌনতাৰ বিষয়ে যথেষ্ট খোলাখুলিকৈ আলোচনা কৰে৷ এইটো ভাল কথা৷’’ পূজা বেদীয়ে সাক্ষাৎকাৰটোত কয়৷

৩০ বছৰৰ পূৰ্বে কণ্ডমৰ বিজ্ঞাপন দি দেশজুৰি চৰ্চা লাভ কৰা এই পূজা বেদী হৈছে বলিউদৰ অভিনেতা কবীৰ বেদীৰ কন্যা৷ পূজাৰ মাতৃ আছিল এগৰাকী লোক নৃত্যশিল্পী৷ পূজাৰ পিতৃ-মাতৃও যৌনতাক যথেষ্ট মুকলিকৈ আলোচনা কৰিছিল৷ পূজাই পিতৃ-মাতৃৰ পৰাই এই সাহস লাভ কৰা বুলিও প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamcondomPuja Bedi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!
বাণিজ্য

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

October 16, 2026
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ
প্ৰযুক্তি

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

October 16, 2026
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone
বিশ্ব

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

October 16, 2026
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
Next Post
পাকিস্তানী সুন্দৰীৰ যৌনতাৰ ফান্দত বায়ু সেনাৰ জোৱান, আইএছআইক ধৰিলে তথ্যৰ যোগান

পাকিস্তানী সুন্দৰীৰ যৌনতাৰ ফান্দত বায়ু সেনাৰ জোৱান, আইএছআইক ধৰিলে তথ্যৰ যোগান

হাই হিল পিন্ধা নাৰীৰ প্ৰতি আকৃষ্ট হয় নেকি পুৰুষ! অধ্যয়নে কি কয়?

হাই হিল পিন্ধা নাৰীৰ প্ৰতি আকৃষ্ট হয় নেকি পুৰুষ! অধ্যয়নে কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.