• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানী সুন্দৰীৰ যৌনতাৰ ফান্দত বায়ু সেনাৰ জোৱান, আইএছআইক ধৰিলে তথ্যৰ যোগান

পাকিস্তানী সুন্দৰীৰ যৌনতাৰ ফান্দত বায়ু সেনাৰ জোৱান, আইএছআইক ধৰিলে তথ্যৰ যোগান

4 years ago
শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

8 hours ago
ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

9 hours ago
নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

9 hours ago
বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

10 hours ago
কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

11 hours ago
সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

11 hours ago
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

13 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

14 hours ago
২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

14 hours ago
২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

15 hours ago
কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

1 day ago
মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পাকিস্তানী সুন্দৰীৰ যৌনতাৰ ফান্দত বায়ু সেনাৰ জোৱান, আইএছআইক ধৰিলে তথ্যৰ যোগান

editor by editor
May 12, 2022
in অপৰাধ, ভাৰত
0
পাকিস্তানী সুন্দৰীৰ যৌনতাৰ ফান্দত বায়ু সেনাৰ জোৱান, আইএছআইক ধৰিলে তথ্যৰ যোগান
0
SHARES
134
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেহতীয়াকৈ পাকিস্তানৰ সুন্দৰী যুৱতীৰ যৌনতাৰ লালসাত পৰি ভাৰতীয় বায়ুসেনাৰ এক জোৱানে আইএছআইক তথ্য যোগান ধৰাৰ খবৰে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰিছে৷

প্ৰকাশিত খবৰ অনুসৰি ভাৰতীয় বায়ু সেনাৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট(জিডি) দেবীন্দ্ৰ শৰ্মাই আইএছআইৰ এজেণ্ট পাকিস্তানী সুন্দৰীৰ যুৱতীৰ যৌনতাৰ ফান্দত পৰি বায়ু সেনাৰ গোপন তথ্য প্ৰদান কৰিছে৷

৩২ বছৰীয়া জোৱানগৰাকী দিল্লীস্থ সুব্ৰত পাৰ্কৰ বায়ুসেনা কাৰ্যালয়ৰ ৰেক’ৰ্ড বিভাগত কৰ্মৰত আছিল৷ ইতিমধ্যে জোৱান শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে৷

লগতে পঢ়ক অবিশ্বাস্য হ’লেও সত্য এযোৰ জীৰ্ণ জোতাৰ মূল্য ১.৪৪ লাখ টকা!

উল্লেখ্য যে ভাৰতীয় নিৰাপত্তা সংক্ৰান্তীয় গোপন তথ্য হাচিল কৰিবলৈ ভাৰতীয় সেনাৰ জোৱান-বিষয়া আদিক পাকিস্তানে যুৱতীৰ যৌনতাৰ টোপ দি অহাটো নতুন কথা নহয়৷ ইয়াৰ পূৰ্বেও ভাৰতীয় সেনা বাহিনীৰ জোৱানসহ বিষয়াও এনে জালত ভৰি দিয়াৰ উদাহৰণ আছে৷

এইবাৰ দিল্লী আৰক্ষীৰ গোপন সূত্ৰই খবৰ পাই যে সুন্দৰী যুৱতীৰ যৌনতাৰ ফান্দত পৰি বায়ুসেনাৰ কোনো বিষয়াই আইএছাইৰ এজেণ্টক গোপন তথ্য যোগান ধৰি আছে৷ ইয়াৰ পিছতে বিষয়টো সংক্ৰান্তত তদন্ত আৰম্ভ কৰে আৰু দিল্লীস্থ সুব্ৰত পাৰ্কৰ বায়ুসেনা কাৰ্যালয়ৰ ৰেক’ৰ্ড বিভাগত কৰ্মৰত জোৱান দেবীন্দ্ৰ শৰ্মাই এই কাণ্ড সংঘটিত কৰাৰ তথ্য লাভ কৰে৷

লগতে পঢ়ক বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

ইয়াৰ পিছতে জোৱানগৰাকীক জেৰা কৰা হয় আৰু জেৰাত তেওঁ সেই কথা স্বীকাৰ কৰিছে৷ দেবীন্দ্ৰই স্বীকাৰ কৰিছে যে তেওঁৰ সৈতে যৌন সম্পৰ্ক গঢ়ি আইএছআই এজেণ্ট পাকিস্তানী সুন্দৰীগৰাকীয়ে বিভিন্ন গোপন তথ্য সৰকাই নিয়ে৷

দেবীন্দ্ৰ শৰ্মাই এই কথা স্বীকাৰ কৰাৰ পিছতে যোৱা ৬ মে’ত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ahmedabad serial blastasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIAF
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ
জীৱনশৈলী

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

January 22, 2026
প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?
অপৰাধ

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

January 21, 2026
এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত
জীৱনশৈলী

এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

January 21, 2026
ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?
ক্ৰীড়া

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

January 20, 2026
Next Post
হাই হিল পিন্ধা নাৰীৰ প্ৰতি আকৃষ্ট হয় নেকি পুৰুষ! অধ্যয়নে কি কয়?

হাই হিল পিন্ধা নাৰীৰ প্ৰতি আকৃষ্ট হয় নেকি পুৰুষ! অধ্যয়নে কি কয়?

দাঁতৰ ক্ষয়ৰোগৰ পৰা কেনেকৈ বাচি থাকিব?

দাঁতৰ ক্ষয়ৰোগৰ পৰা কেনেকৈ বাচি থাকিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.