নামৰূপ দিল্লীঘাটত বনজ সম্পদৰ ব্যাপক লুণ্ঠন। দিনে-নিশাই অবৈধভাৱে শিল খনন। অসাধু ব্যৱসায়ীয়ে ১৫ খন jcbৰে চলাইছে ধ্বংসযজ্ঞ। ৰহস্যজনকভাৱে নীৰৱ বন বিভাগ, কাৰ অংকত ধ্বংস হৈছে দিল্লীঘাট?