নাহৰকটীয়াৰ নামফাকে গাঁৱত টাইফাকেৰ ‘পয় চাংকেন’। গৌতম বুদ্ধৰ মূৰ্তি পানীৰে ধোৱাইছে। মঠ প্ৰাংগন পানীৰে ধুই পৰিষ্কাৰ কৰিছে।