• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
AI বাবে চাকৰি হেৰুৱাব নেকি সকলোৱে? পেৰিছৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিশ্ববাসীক বুজাই দিলে ইয়াৰ উপকাৰিতা

AI বাবে চাকৰি হেৰুৱাব নেকি সকলোৱে? পেৰিছৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিশ্ববাসীক বুজাই দিলে ইয়াৰ উপকাৰিতা

2 years ago
Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ

Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ

22 minutes ago
১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!

১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!

3 hours ago
ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত

3 hours ago
আজি ৫ ৰাশিৰ ওপৰত থাকিব ভাগ্যৰ বিশেষ আশীৰ্বাদ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা

আজি ৫ ৰাশিৰ ওপৰত থাকিব ভাগ্যৰ বিশেষ আশীৰ্বাদ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা

3 hours ago
সৌভাগ্যই মাৰিব আপোনাৰ জীৱনত টোকৰ! ১২ ৰাশিৰ আজিৰ আৰ্থিক অৱস্থা, প্ৰেম আৰু স্বাস্থ্যৰ পূৰ্বাভাস

সৌভাগ্যই মাৰিব আপোনাৰ জীৱনত টোকৰ! ১২ ৰাশিৰ আজিৰ আৰ্থিক অৱস্থা, প্ৰেম আৰু স্বাস্থ্যৰ পূৰ্বাভাস

4 hours ago
দীপাৱলীৰ বোনাছক লৈ ভয়ংকৰ হ*ত্যাকাণ্ড!

দীপাৱলীৰ বোনাছক লৈ ভয়ংকৰ হ*ত্যাকাণ্ড!

12 hours ago
পুৱা ৬ বজাত, ১১ বজাত নে আবেলি?

পুৱা ৬ বজাত, ১১ বজাত নে আবেলি?

13 hours ago
দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

14 hours ago
ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

14 hours ago
জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

15 hours ago
৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

15 hours ago
জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

AI বাবে চাকৰি হেৰুৱাব নেকি সকলোৱে? পেৰিছৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিশ্ববাসীক বুজাই দিলে ইয়াৰ উপকাৰিতা

editor by editor
February 11, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
AI বাবে চাকৰি হেৰুৱাব নেকি সকলোৱে? পেৰিছৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিশ্ববাসীক বুজাই দিলে ইয়াৰ উপকাৰিতা
0
SHARES
550
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

AI বাবে চাকৰি হেৰুৱাব নেকি সকলোৱে? পেৰিছৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিশ্ববাসীক বুজাই দিলে ইয়াৰ উপকাৰিতা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমান গ্ল’বেল এ আই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফ্ৰান্স ভ্ৰমণত আছে। মঙলবাৰে তেওঁ পেৰিছৰ পৰা এআইৰ উপকাৰিতাৰ বিষয়ে বিশ্ববাসীৰ আগত কয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এআইৰ বাবে সকলোৱে চাকৰি হেৰুৱাব বুলি জল্পনা-কল্পনা চলি আছে যদিও ইতিহাস সাক্ষি আছে, নতুন প্ৰযুক্তিয়ে নতুন সুযোগ সৃষ্টি কৰে।

এই সন্মিলনত বিভিন্ন দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰিছে। এআইৰ ক্ৰমবৰ্ধমান প্ৰভাৱ আৰু ইয়াৰ দ্বাৰা সৃষ্টি হোৱা সম্ভাৱ্য সুযোগ আৰু ভাবুকিসমূহ শীৰ্ষ সন্মিলনত আলোচনাৰ মূল বিষয়।

সমগ্ৰ বিশ্বৰ মানুহ চিন্তিত যে এআইৰ ফলত বৃহৎ সংখ্যক চাকৰি হেৰুৱাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ল’বেল ফ’ৰামৰ জৰিয়তে সমগ্ৰ বিশ্বক বুজাবলৈ চেষ্টা কৰিছিল যে নতুন প্ৰযুক্তিৰ আগমনে নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰে।

পেৰিছত অনুষ্ঠিত হোৱা এআই সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন প্ৰযুক্তিৰ প্ৰতি থকা আশংকা দূৰ কৰাৰ চেষ্টা কৰে। নতুন প্ৰযুক্তিৰ তীব্ৰ পোষকতা কৰি তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে চাকৰি হেৰুৱাৰ জল্পনা-কল্পনা চলি আছে যদিও নতুন প্ৰযুক্তিয়েও নতুন কৰ্মসংস্থাপন আৰু চাকৰিৰ সুযোগ সৃষ্টি কৰিব, তাৰ সাক্ষী ইতিহাস।

পেৰিছৰ গ্ৰেণ্ড পেলেছত অনুষ্ঠিত হোৱা এআই একচন ছামিটত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘এটা সহজ পৰীক্ষাৰ পৰা আৰম্ভ কৰোঁ। যদি আপুনি আপোনাৰ চিকিৎসা প্ৰতিবেদন AI এপত আপলোড কৰে, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে ইয়াৰ অৰ্থ কি সেয়া কোনো ধৰণৰ শব্দৰ ব্যৱহাৰ নকৰাকৈ সহজ ভাষাত বুজাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AI Summitfrancenarendra-modiPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ
ভাৰত

Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ

November 11, 2026
১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!
বিনোদন

১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!

November 11, 2026
ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত
অসম

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত

November 11, 2026
আজি ৫ ৰাশিৰ ওপৰত থাকিব ভাগ্যৰ বিশেষ আশীৰ্বাদ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা
জীৱনশৈলী

আজি ৫ ৰাশিৰ ওপৰত থাকিব ভাগ্যৰ বিশেষ আশীৰ্বাদ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা

November 11, 2026
Next Post
এই আখৰেৰে আৰম্ভ হোৱা নামৰ মানুহৰ পত্নী অতিকে ভাগ্যৱান, সদায়ে থাকে সুখত

এই আখৰেৰে আৰম্ভ হোৱা নামৰ মানুহৰ পত্নী অতিকে ভাগ্যৱান, সদায়ে থাকে সুখত

বুমৰাহ অবিহনেও চেম্পিয়নছ ট্ৰফীৰ প্ৰৱল দাবীদাৰ ভাৰত, বুমৰাহৰ বিকল্প দলৰ হাতত

বুমৰাহ অবিহনেও চেম্পিয়নছ ট্ৰফীৰ প্ৰৱল দাবীদাৰ ভাৰত, বুমৰাহৰ বিকল্প দলৰ হাতত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.