• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুমৰাহ অবিহনেও চেম্পিয়নছ ট্ৰফীৰ প্ৰৱল দাবীদাৰ ভাৰত, বুমৰাহৰ বিকল্প দলৰ হাতত

বুমৰাহ অবিহনেও চেম্পিয়নছ ট্ৰফীৰ প্ৰৱল দাবীদাৰ ভাৰত, বুমৰাহৰ বিকল্প দলৰ হাতত

1 year ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

1 hour ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

2 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

2 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

3 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

4 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

5 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

6 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

7 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

7 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

8 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

8 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বুমৰাহ অবিহনেও চেম্পিয়নছ ট্ৰফীৰ প্ৰৱল দাবীদাৰ ভাৰত, বুমৰাহৰ বিকল্প দলৰ হাতত

editor by editor
February 11, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বুমৰাহ অবিহনেও চেম্পিয়নছ ট্ৰফীৰ প্ৰৱল দাবীদাৰ ভাৰত, বুমৰাহৰ বিকল্প দলৰ হাতত
0
SHARES
599
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুমৰাহ অবিহনেও চেম্পিয়নছ ট্ৰফীৰ প্ৰৱল দাবীদাৰ ভাৰত, বুমৰাহৰ বিকল্প দলৰ হাতত

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’বলৈ মাজত এতিয়া ১০ দিনতকৈও কম সময় বাকি। টিম ইণ্ডিয়াকে ধৰি সকলো দলে নিজৰ দলত পৰিৱৰ্তন কৰাৰ অন্তিম তাৰিখ আজি ১১ ফেব্ৰুৱাৰী। দলসমূহৰ হাতত এতিয়া কেৱল নিশা ১২ বজালৈকে সময়, দলত যিকোনো পৰিৱৰ্তন কৰাৰ বাবে।

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত অষ্ট্ৰেলিয়া ভ্ৰমণত আঘাতপ্ৰাপ্ত ভাৰতৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহে প্ৰত্যাৱৰ্তন কৰিব পাৰিব বুলি আশা কৰা হৈছিল যদিও সেয়া সম্ভৱ হৈ উঠা নাই।

এই বৃহৎ প্ৰতিযোগিতাখনৰ বাবে বুমৰাহ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ আৰু যদি তেওঁ চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হয় তেন্তে ভাৰতীয় দলটো নিশ্চিতভাৱে হতাশ হ’ব। কিন্তু দলৰ হাতত বুমৰাৰ বিকল্প আছেনে। বুমৰাহ অবিহনে টিম ইণ্ডিয়াই এই প্ৰতিযোগিতাত জয়ী হ’ব পাৰিবনে!

উল্লেখ্য যে, অষ্ট্ৰেলিয়া ভ্ৰমণত খেলা অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত আঘাতপ্ৰাপ্ত হৈছিল জশপ্ৰিত বুমৰাহ। বুমৰাহ পিঠিৰ আঘাতৰ বাবে দ্বিতীয় ইনিংছত বল কৰিব পৰা নাছিল আৰু টিম ইণ্ডিয়াই মেচখনত ৬ উইকেটত পৰাস্ত হৈছিল।

বৰ্তমান বুমৰাহ এনচিএত, য’ত তেওঁ অতি সোনকালে সুস্থ হৈ উঠিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। বুমৰাহ দলৰ বাবে অতিকে গুৰুত্বপূৰ্ণ খেলুৱৈ, কিন্তু তেওঁৰ অবিহনেও টিম ইণ্ডিয়া চেম্পিয়নছ ট্ৰফী জয়ৰ শক্তিশালী প্ৰতিদ্বন্দ্বী।

চেম্পিয়নছ ট্ৰফীত অন্তৰ্ভুক্ত হৈছে বুমৰাহৰ উপৰি দুগৰাকী বেগী বলাৰ। তেওঁৰ লগতে মহম্মদ শ্বামী আৰু অৰ্শদীপ সিঙকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে অৰ্শদীপ সিঙে যি ধৰণে বলিং কৰিছিল, সেইটোৱে দলক আত্মবিশ্বাস প্ৰদান কৰিছে ।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে মহম্মদ শ্বামীয়েও কামবেক কৰিছে। আনহাতে শ্বামীৰ বহু অভিজ্ঞতা আছে। ১০৩খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত ১৯৭টা উইকেট দখল কৰিছে।

ইয়াৰ উপৰি ভাৰতীয় দলটোত ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা ৰূপত ৪ জন স্পিনাৰ আছে, ইয়াৰে ৩ জন খেলুৱৈয়ে প্লেইং ১১ ত থাকিব পাৰে। লগতে বেটিম অৰ্ডাৰো শক্তিশালী ভাৰতৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Champions Trophycricketindian teamJashprit Boomrah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
এডভাণ্টেজ আসামৰ ২.০ৰ বিনিয়োগকাৰীক সাক্ষাতৰ উদ্দেশ্যে ছিংগাপুৰত মুখ্যমন্ত্ৰী শৰ্মা, দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাতে লাভ কৰিছে বিশেষ চৰ্চা

এডভাণ্টেজ আসামৰ ২.০ৰ বিনিয়োগকাৰীক সাক্ষাতৰ উদ্দেশ্যে ছিংগাপুৰত মুখ্যমন্ত্ৰী শৰ্মা, দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাতে লাভ কৰিছে বিশেষ চৰ্চা

ৰাম নগৰীত শোকৰ বন্যা, ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান

ৰাম নগৰীত শোকৰ বন্যা, ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.