• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰযান-৩ ৰ সাফল্যৰ কৃতিত্ব কাৰ? মোদী নে নেহৰুৰ? সমীক্ষাত আপোনাৰো চকু কঁপালত উঠিব

চন্দ্ৰযান-৩ ৰ সাফল্যৰ কৃতিত্ব কাৰ? মোদী নে নেহৰুৰ? সমীক্ষাত আপোনাৰো চকু কঁপালত উঠিব

3 years ago
IPL ত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন RCB, আহমেদাবাদত GTৰ বিৰুদ্ধে খিতাপ দখল

IPL ত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন RCB, আহমেদাবাদত GTৰ বিৰুদ্ধে খিতাপ দখল

2 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনি অহাত সমস্যা? কি ভিটামিনৰ অভাৱ ঘটিছে শৰীৰত জানক

3 hours ago
নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!

নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!

4 hours ago
জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

5 hours ago
আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

5 hours ago
প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!

প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!

6 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

সন্তান সুখৰ বাবে কেনেকৈ কৰিব শিৱৰ আৰাধনা? জানক নিয়ম

6 hours ago
কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

8 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

9 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

9 hours ago
কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

10 hours ago
কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চন্দ্ৰযান-৩ ৰ সাফল্যৰ কৃতিত্ব কাৰ? মোদী নে নেহৰুৰ? সমীক্ষাত আপোনাৰো চকু কঁপালত উঠিব

editor by editor
August 28, 2023
in ভাৰত, ৰাজনীতি
0
চন্দ্ৰযান-৩ ৰ সাফল্যৰ কৃতিত্ব কাৰ? মোদী নে নেহৰুৰ? সমীক্ষাত আপোনাৰো চকু কঁপালত উঠিব
0
SHARES
742
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰযান-৩ ৰ ঐতিহাসিক সাফল্যৰ পাছতেই কৃতিত্বক লৈ ৰাজনৈতিক টানাটানি চলি আছে৷ কংগ্ৰেছে এই সাফল্যৰ কৃতীত্ব দিছে প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক৷ কংগ্ৰেছৰ দাবী দেশৰ প্রথম প্ৰধানমন্ত্ৰী আছিল বিজ্ঞানমনস্ক৷ বৈজ্ঞানিক গৱেষণাত ভাৰতক আগুৱাই নিয়াত জৱাহৰলাল নেহৰুৰ ভুমিকা অপৰিহীম৷ আনহাতে চন্দ্ৰযান-৩ৰ সাফল্যৰ ক্ৰেডিট দিয়া হৈছে নৰেন্দ্ৰ মোদীক৷ বিজেপি দলে প্রধানমন্ত্ৰী মোদীৰ বাবেই চন্দ্ৰযান-৩ সফল হোৱা বুলি মন্তব্য কৰিছে৷

কোনগৰাকী প্ৰধানমন্ত্ৰীৰ চন্দ্ৰমিছনত ভুমিকা বেছি সেই সন্দৰ্ভত এবিপি চি ভোটাৰে এক সমীক্ষা চলাইছিল৷ ইছৰোৰ এই ঐতিহাসিক সাফল্যৰ কৃতিত্ব কাক দিয়া উচিত? জৱাহৰলাল নেহৰু নে প্ৰধানমন্ত্ৰী মোদীক? এই প্ৰশ্নই কৰা হৈছে সমীক্ষাত অংশগ্ৰহণ কৰা প্ৰায়সংখ্যক ব্যক্তিক৷ স্বাভাৱিকভাৱে এনডিএৰ সমৰ্থকসকলে চন্দ্ৰযান-৩ৰ সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ক্ৰেডিট দিছে৷ বিজ্ঞানৰ অগ্ৰগতিত তেওঁৰ ভুমিকা অপৰিহীম বুলি জনাইছে এনডিএ সমৰ্থক ভোটাৰে৷ ৩৫.৫ শতাংশ এন ডি এ সমৰ্থকসকলৰ মতে এই সাফল্যৰ কৃতিত্বৰ অধিকাৰী বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ৫.৮ শতাংশ লোকেহে এই সফলতাৰ বাবে জৱাহৰলাল নেহৰুক ক্ৰেডিট দিছে৷ ৩.৯ শতাংশই অৱশ্যে কোনো ৰায় দিয়া নাই৷ ৫৩.৯ শতাংশই এই সফলতাৰ বাবে বিজ্ঞানীক কৃতিত্ব দিছে৷ ১.৩ শতাংশই এই বিষয়টো সম্পৰ্কে জ্ঞাত নহয়৷

আনহাতে বিৰোধী সমৰ্থকসকলৰ মাজত ২১.৯ শতাংশই চন্দ্ৰযান ৩ ৰ সফলতাৰ বাবে মোদীৰ কৃতিত্ব স্বীকাৰ কৰিছে৷ ১০.৫ শতাংশৰ ধাৰণা যে এই সাফল্যৰ ক্ৰেডিট দেশৰ প্রথমগৰাকী প্ৰধানমন্ত্ৰীৰ৷ ৫.৫ শতাংশই বিশ্বাস কৰে যে দুইগৰাকী নেতাই ইয়াৰ বাবে সমান প্ৰশংসাৰ অধিকাৰী৷ ৬০.৩ শতাংশৰ ধাৰণা যে ইছৰোৰ বিজ্ঞানীসকলে এই সাফল্যৰ অধিকাৰী৷ তেওঁলোকৰ বাবেই চন্দ্ৰযান-৩ সফল হৈছে৷

ইয়াৰোপৰি এবিপি চি ভোটাৰে সমীক্ষা চলাইছিল যে চন্দ্ৰযান-৩ ক লৈ ৰাজনৈতিক মুনাফা আদায় কৰাটো কিমানদূৰ গ্ৰহণযোগ্য? এই প্ৰশ্নৰ উত্তৰত NDAৰ সমৰ্থকসকলৰ ৫৪.১ শতাংশই কয় যে এয়া উচিত নহয়৷ ২৯.৫ শতাংশৰ ধাৰণা যে এই সাফল্যৰ বাবে কাৰোবাক ক্ৰেডিট দিয়াৰ এয়া সময় নহয়৷ ১৬.৮ শতাংশই এই সন্দৰ্ভত মন্তব্য কৰিবলৈ ৰাজী নহয়৷

বিৰোধী পক্ষৰ সমৰ্থকৰ মাজত ৫৯.৮ শতাংশৰ এই সফলতাৰ বাবে বিজ্ঞানীকেই কৃতিত্ব আগবঢ়াইছে৷ ২১.৫ শতাংশৰ বিশ্বাস যে এই সফলতাৰ অধিকাৰী কেৱল বিজ্ঞানীয়েই৷ ১৮. ৭ শতাংশই এই বিষয়ত কোনো মতামত দিয়া নাই৷ বিগত ২৩ আগষ্টত মহাকাশ গৱেষণাত ইতিহাস ৰচিছে ভাৰতে৷ প্ৰথম কোনো দেশ হিচাপে চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি থৈছে ভাৰতে৷ এই সফলতাক লৈ দেশবাসীৰ লগতে প্রধানমন্ত্ৰী মোদীও উচ্ছ্বাসিত৷ তেওঁ মুন লেণ্ডিং পয়েণ্টৰ নাম শিৱশক্তি পয়েণ্ট ৰাখি আকৌ এবাৰ চৰ্চাত আছে প্ৰধানমন্ত্ৰী মোদী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ
ভাৰত

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

May 29, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক
জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

May 28, 2026
Next Post
দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ

দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ

বিক্ৰম ছাৰাভাইৰ পৰা সোমনাথ! ইছৰোৰ চেয়াৰমেন পদত বহিছে এই ১০গৰাকী বিজ্ঞানী, তেওঁলোকৰ সাফল্যৰ খতিয়ান জানিবলৈ এতিয়া বহুজনেই আগ্ৰহী

বিক্ৰম ছাৰাভাইৰ পৰা সোমনাথ! ইছৰোৰ চেয়াৰমেন পদত বহিছে এই ১০গৰাকী বিজ্ঞানী, তেওঁলোকৰ সাফল্যৰ খতিয়ান জানিবলৈ এতিয়া বহুজনেই আগ্ৰহী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.