• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

4 months ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

26 minutes ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

1 hour ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

2 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

2 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

3 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

4 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

4 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

4 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

5 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

6 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

7 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

editor by editor
May 16, 2026
in জীৱনশৈলী
0
LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ
0
SHARES
341
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে পেট্ৰল ডিজেলৰ সৰবৰাহত বাধা আহিছে৷ কেৱল সেয়াই নহয় ৰন্ধন গেছক লৈয়ো হাহাকাৰ চলিছে৷ এই পৰিস্থিতিত পাঁচ দেশ ভ্ৰমণৰ বাবে গৈছে দেশৰ প্ৰধানমন্ত্ৰী মোদী৷ শুকুৰবাৰে সংযুক্ত আৰৱ আমিৰশাহীত উপস্থিত হৈয়ে দুখনকৈ ডাঙৰ চুক্তিত চহী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ইন্ধনৰ সংকট মোকাবিলা কৰিবলৈ এলপিজি সৰবৰাহ আৰু পেট্ৰোলিয়াম মজুতক লৈ মউ চহী কৰিছে দুখন দেশে৷ ইয়াৰ সৈতে চুক্তি হৈছে প্ৰতিৰক্ষা বিষয়তো৷

বিগত দেওবাৰে তেলেঙ্গানাৰ এখন সভাৰ পৰা পেট্ৰল, ডিজেল ব্যৱহাৰত কিছু সতৰ্কতা অৱলম্বন কৰাৰ কথা কৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে৷ ইয়াৰোপৰি আগন্তুক এবছৰৰ বাবে বিদেশ ভ্ৰমণ আৰু সোণ কিনা বন্ধ ৰখাৰ পৰামৰ্শ দিছিল তেওঁ৷ তাৰপিছতেই এইদিনটোত পেট্ৰল ডিজেলৰ দাম ৩টকা বঢ়াই দিয়ে তেল সংস্থাসমূহে৷ চিএনজিৰ দামো কিঃগ্রাঃয়ে প্ৰতি ২টকা বাঢ়িছে৷ ইয়াৰপাছতেই এই দিনটো সংযুক্ত আৰৱ আমিৰশাহিত উপস্থিত হৈছে মোদী৷

এইদিনটোত দুপৰীয়া ১২ বজাত আবু ধাবি আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰে মোদীয়ে৷ তাতেই গাৰ্ড অফ অনাৰ দিয়া হয় তেওঁক৷ তাৰপিছতেই তেওঁ প্ৰেছিডেণ্টৰ বাসভৱনলৈ যায়৷ আমিৰশাহিৰ প্ৰেচিডেণ্ট শেখ মহম্মদ বিন জায়েৰ আল নাইয়ানৰ সৈতে বৈঠকত বহে তেওঁ৷ তাতেই এলপিজিক লৈ দুই দেশৰ চুক্তি স্বাক্ষৰ কৰে৷ চুক্তি অনুসৰি ভাৰতত দীৰ্ঘম্যাদত এলপিজি সৰবৰাহ নিশ্চিত কৰিব সংযুক্ত আৰৱ আমিৰশাহিয়ে৷ যুদ্ধৰ মাজত ভাৰতত ৰন্ধন গেছৰ সৰবৰাহত যাতে কোনো সমস্যা নহয় তাৰবাবেই এই পদক্ষেপ৷

ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম এলপিজি আমদানিকাৰক দেশ৷ ফলত পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে এলপিজিৰ ভাড়াতো প্ৰভাৱ কৰিছে৷ অৱশ্যে পৰ্যাপ্ত মজুত আছে বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ তাৰমাজতেই এই চুক্তিক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰিছে আন্তৰ্জাতিক সম্পৰ্ক বিশেষজ্ঞসকলৰ একাংশই৷

ইয়াৰোপৰি ষ্ট্ৰেটেজিক পেট্ৰলিয়াম মজুতক লৈয়ো মউ চহী কৰিছে দুই দেশে৷ ইয়াত তেল মজুত আৰু জৰুৰী পৰিস্থিতিত ইন্ধনৰ সংকট যাতে নহয় তাৰবাবে কান্ধত কান্ধ মিলাই কাম কৰিব ভাৰত আৰু সংযুক্ত আৰৱ আমিৰশাহিয়ে৷ ভৱিষ্যতে যুদ্ধ, আন্তৰ্জাতিক সংকট বা হঠাৎ তেলৰ দাম বৃদ্ধিৰ দৰে বিষয়সমূহ চম্ভালিবলৈ পূৰ্বৰে পৰাই তেল মজুত কৰে নতুনদিল্লীয়ে৷ ইয়াৰবাবে এতিয়াৰে পৰাই নতুনদিল্লীক সহায় কৰিব সংযুক্ত আৰৱ আমিৰশাহিয়ে৷ মূলত সৰবৰাহ যাতে বিঘ্নিত নহয় সেই বিষয়ক গুৰুত্ব দিব তেওঁলোকে৷

ইয়াৰসৈতে গুজৰাটৰ ভাদিনাৰাত চিপ ৰিপেয়াৰ ক্লাষ্টাৰ তৈয়াৰক লৈয়ো চুক্তি চহী কৰিছে দুই দেশে৷ ইয়াত বাণিজ্যিক, তেলবাহী জাহাজ আৰু মালবাহী জাহাজৰ মেৰামতিও হ’ব৷ ইয়াৰোপৰি কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্বক লৈ চুক্তিও কৰিছে দুই দেশে৷ সামৰিক আৰু নিৰাপত্তা ক্ষেত্ৰতো একেলগে কাম কৰাৰ ৰূপৰেখা তৈয়াৰ কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’
ভাৰত

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

August 31, 2026
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত
বিনোদন

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

August 31, 2026
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক
জীৱনশৈলী

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

August 31, 2026
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক
জীৱনশৈলী

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

August 31, 2026
Next Post
জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.