• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণেশ চতুৰ্থীত নৱপঞ্চম যোগ! সুসময় আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ, লাকি ৰাশিৰ লিষ্টত কোন কোন?

গণেশ চতুৰ্থীত নৱপঞ্চম যোগ! সুসময় আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ, লাকি ৰাশিৰ লিষ্টত কোন কোন?

11 months ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

16 minutes ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

43 minutes ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

1 hour ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

2 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

3 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

4 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

5 hours ago
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

5 hours ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

5 hours ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

6 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

7 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গণেশ চতুৰ্থীত নৱপঞ্চম যোগ! সুসময় আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ, লাকি ৰাশিৰ লিষ্টত কোন কোন?

গণেশ চতুৰ্থীত নৱপঞ্চম যোগ! সুসময় আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ, লাকি ৰাশিৰ লিষ্টত কোন কোন?

editor by editor
August 26, 2025
in জীৱনশৈলী
0
গণেশ চতুৰ্থীত নৱপঞ্চম যোগ! সুসময় আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ, লাকি ৰাশিৰ লিষ্টত কোন কোন?
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ পৰাই আৰম্ভ হৈছে গণেশ চতুৰ্থী৷ জ্যোতিষমতে এইবাৰ একাধিক শুভ যোগ পৰিছে গণেশ চতুৰ্থীত৷ চলিত বছৰৰ ২৭ আগষ্ট ২০২৫চনত পৰিছে গণেশ চতুৰ্থী৷ এইবাৰ গণেশ চতুৰ্থীত পৰিছে নৱপঞ্চম যোগ৷ নৱপঞ্চম যোগৰ হাতত ধৰি একাধিক ৰাশিৰ ভাগ্য সলনি হব৷ কোন কোন ৰাশিৰ ভাগ্যলৈ আহিব শুভ সময়?

মিথুন ৰাশি

নৱপঞ্চম যোগ আপোনাৰ বাবে খুবেই লাভপ্ৰদ হব৷ এই সময়ত ভাগ্যৰ সহযোগিতা পাব৷ আপোনাৰ ৰৈ থকা কাম এইবাৰ সম্পন্ন হব৷ এই সময়ত কোনো ব্যৱসায়িক ডিল হব পাৰে৷ অংশীদাৰিৰ ব্যৱসায়ত লাভ হব৷ যাৰ ফলত বহু লাভ হব৷ কৰোবালৈ ধাৰ্মিক যাত্ৰা কৰিব পাৰে৷ এই সময়ত আপুনি ধন ছেভিংছ কৰিব পাৰিব৷

কৰ্কট ৰাশি

এই সময়ত আপোনাৰ কামৰ দিশত উন্নতি হব পাৰে৷ সামাজিক আৰু পেছাগত কোনো সাফল্য পাব পাৰে৷ বন্ধু আৰু বাকীসকলৰ সৈতেও সম্পৰ্ক ভালৰ দিশলৈ যাব৷ মান সন্মান প্ৰতিষ্ঠা হব৷ আপোনাৰ আয় বৃদ্ধি পাব৷ দৈনিক নতুন নতুন ৰাস্তা ওলাব পাৰে৷ বহু ধৰণৰ ইচ্ছা পূৰণ হব৷

কন্যা ৰাশি

চাকৰিয়ালৰ কৰ্মস্থলত খুবেই লাভ হব৷ কোনো ডাঙৰ দায়িত্ব পাব৷ কৰোবালৈ দীৰ্ঘ যাত্ৰা কৰিব পাৰে৷ নতুন দায়িত্ব পাব৷ আপুনি তীৰ্থ ভ্ৰমণ কৰিব পাৰে৷ ব্যৱসায় আৰু চাকৰিত নতুন সুযোগ পাব পাৰে৷ আপুনি লক্ষ্যত উপনীত হবলৈ হলে উৎসাহক কামত লগাওক৷ আপুনি কোনো সামাজিক অনুষ্ঠানত যোগ দিব পাৰে৷ দেশ বিদেশৰ যাত্ৰাও কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

July 13, 2026
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক
জীৱনশৈলী

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

July 13, 2026
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!
জীৱনশৈলী

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

July 13, 2026
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!
জীৱনশৈলী

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

July 13, 2026
Next Post
আকৌ তছনছ কাশ্মীৰ, বৈষ্ণোদেৱী যাত্ৰাত ভয়ংকৰ বিপত্তি, ভূমিস্খলনত মৃত্যু ৩০গৰাকী লোকৰ, মৃতকৰ সংখ্যা বঢ়াৰ আশংকা

আকৌ তছনছ কাশ্মীৰ, বৈষ্ণোদেৱী যাত্ৰাত ভয়ংকৰ বিপত্তি, ভূমিস্খলনত মৃত্যু ৩০গৰাকী লোকৰ, মৃতকৰ সংখ্যা বঢ়াৰ আশংকা

গণেশ চতুৰ্থীত ৫ মহাশুভ যোগ, প্ৰচুৰ অৰ্থলাভ, বেংক একাউণ্ট উপচি পৰিব ৫ৰাশিৰ

গণেশ চতুৰ্থীত ৫ মহাশুভ যোগ, প্ৰচুৰ অৰ্থলাভ, বেংক একাউণ্ট উপচি পৰিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.