• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২ বছৰৰ পাছত সূৰ্য-বৃহস্পতিৰ নৱপঞ্চম যোগ, এই যোগৰ বাবে হাতলৈ ধন অহাই নহয় চাকৰিৰো যোগ আছে ৩ ৰাশিৰ

১২ বছৰৰ পাছত সূৰ্য-বৃহস্পতিৰ নৱপঞ্চম যোগ, এই যোগৰ বাবে হাতলৈ ধন অহাই নহয় চাকৰিৰো যোগ আছে ৩ ৰাশিৰ

3 years ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

2 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

3 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

3 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

4 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

4 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

5 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

5 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

6 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

8 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

9 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১২ বছৰৰ পাছত সূৰ্য-বৃহস্পতিৰ নৱপঞ্চম যোগ, এই যোগৰ বাবে হাতলৈ ধন অহাই নহয় চাকৰিৰো যোগ আছে ৩ ৰাশিৰ

editor by editor
January 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১২ বছৰৰ পাছত সূৰ্য-বৃহস্পতিৰ নৱপঞ্চম যোগ, এই যোগৰ বাবে হাতলৈ ধন অহাই নহয় চাকৰিৰো যোগ আছে ৩ ৰাশিৰ
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সূৰ্য আৰু বৃহস্পতিয়ে তৈয়াৰ কৰিছে নৱপঞ্চম ৰাজযোগ। বৰ্তমান সূৰ্য আৰু বৃহস্পতিৰ ৰাশিয়ে ধনুত বিচৰণ কৰিছে। অন্যহাতে বৃহস্পতি মেষ ৰাশিত বিৰাজমান। এই সময়ত বৃহস্পতি আৰু সূৰ্যই পৰস্পৰৰ নৱম আৰু পঞ্চম স্থানত বিৰাজমান। সূৰ্য আৰু বৃহস্পতিয়ে ত্ৰিকোণ অৱস্থাত আছে। যাৰ ফলত ১২ বছৰ পাছত তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ। জ্যোতিষ অনুযায়ী নৱপঞ্চম ৰাজযোগ কেইটামান ৰাশিৰ বাবে শুভ। গ্ৰহণ ৰজা আৰু দেৱতাসকলৰ গুৰুৰ গোচৰৰ ফলত সৃষ্ট এই ৰাজযোগে কোন কোম ৰাশিৰ জীৱনলৈ আশাৰ পোহৰ কঢ়িয়াই আনিব জানি থওক সবিশেষ।

মেষ ৰাশি
এই ৰাশিৰ প্ৰথম কক্ষত বৃহস্পতি আৰু নৱমকক্ষত সূৰ্য বিৰাজমান। নৱপঞ্চম ৰাজযোগে এই ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। সন্তানৰ তৰফৰ পৰা সুসংবাদ লাভ কৰিব। ইয়াৰোপৰি ব্যৱসায়ত লাভ অৰ্জন কৰিব পাৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব। চাকৰিয়াল জাতকসকলে লাভ অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা লাভ কৰিব। এই সময়ত কোনো ডাঙৰ দায়িত্বও লাভ কৰিব পাৰে মেষ ৰাশিৰ জাতকে। নতুন চাকৰিৰ সন্ধান কৰি থকাসকলৰ বাবে ভাল খবৰ। ভায়েক ভনীয়েকৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। পঢ়াশুনাত ভাল ফলাফল লাভ কৰিব।

কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে এই ৰাজযোগ অত্যন্ত লাভজনক। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব। ধন ধ্যান বাঢ়িব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ থকাসকলে সাফল্য লাভ কৰিব। উচ্চশিক্ষা লাভৰ সপোন পূৰণ হ’ব। চাকৰিয়াল জাতকসকলে সহকৰ্মীসকলৰ সৈতে সু সম্পৰ্ক বজায় ৰাখিব। মিলামিছাৰে কাম কৰাৰ সুযোগ পাব। ব্যৱসায়ীসকলে ভাল মুনাফা লাভ কৰিব। নতুন চুক্তি স্বাক্ষৰিত হ’ব। ইয়াৰোপৰি বেটিং বা শ্বেয়াৰত লগ্নি কৰাৰ সুযোগ পাব। এয়া আপোনাৰ বাবে লাভজনক।

বৃশ্চিক ৰাশি
সূৰ্য আৰু বৃহস্পতিৰ নৱপঞ্চম যোগত বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত অনুকূল প্ৰভাৱ পৰিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। পিতৃ মাতৃৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। কামৰ কাৰণে নতুন যাত্ৰা কৰিব পাৰিব এই ৰাশিৰ জাতকে। দাম্পত্য জীৱনত আনন্দ বৰ্তী থাকিব। এই ৰাশিৰ জাতকে চাকৰিৰ প্ৰস্তুতি চলাই থাকিলে সুফল লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব
জীৱনশৈলী

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

August 27, 2026
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…
জীৱনশৈলী

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

August 27, 2026
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?
জীৱনশৈলী

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

August 27, 2026
Next Post
২০ দিন পাছতেই উত্থাপিত হ’ব ২০২৪ৰ বাজেট, নিৰ্মলা সীতাৰমণৰ বাজেটত মধ্যবিত্তৰ বাবে কি কি ভালখবৰ থাকিব পাৰে?

২০ দিন পাছতেই উত্থাপিত হ’ব ২০২৪ৰ বাজেট, নিৰ্মলা সীতাৰমণৰ বাজেটত মধ্যবিত্তৰ বাবে কি কি ভালখবৰ থাকিব পাৰে?

এটা টিয়াৰ অভিশাপতেই অযোধ্যালৈ উভতি আহিয়েই আকৌ বনবাসলৈ যাব লগা হৈছিল সীতা। সীতাৰ এই কাহিনী জানেনে?

এটা টিয়াৰ অভিশাপতেই অযোধ্যালৈ উভতি আহিয়েই আকৌ বনবাসলৈ যাব লগা হৈছিল সীতা। সীতাৰ এই কাহিনী জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.