• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা টিয়াৰ অভিশাপতেই অযোধ্যালৈ উভতি আহিয়েই আকৌ বনবাসলৈ যাব লগা হৈছিল সীতা। সীতাৰ এই কাহিনী জানেনে?

এটা টিয়াৰ অভিশাপতেই অযোধ্যালৈ উভতি আহিয়েই আকৌ বনবাসলৈ যাব লগা হৈছিল সীতা। সীতাৰ এই কাহিনী জানেনে?

3 years ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

9 minutes ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

28 minutes ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

46 minutes ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

9 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

9 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

9 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

10 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

10 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

11 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

12 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

13 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এটা টিয়াৰ অভিশাপতেই অযোধ্যালৈ উভতি আহিয়েই আকৌ বনবাসলৈ যাব লগা হৈছিল সীতা। সীতাৰ এই কাহিনী জানেনে?

editor by editor
January 11, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
এটা টিয়াৰ অভিশাপতেই অযোধ্যালৈ উভতি আহিয়েই আকৌ বনবাসলৈ যাব লগা হৈছিল সীতা। সীতাৰ এই কাহিনী জানেনে?
0
SHARES
925
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰামায়ণৰ কাহিনী আমি প্ৰত্যেকেই জানো। আমি যিখিনি জানো সেইখিনিক লৈ চৰ্চা হয় যদিও এনে বহু কথা আছে যিসমূহ আজিও বহুতে নাজানে। ৰামায়ণত সীতাৰ অপহৰণৰ পাছতেই ৰাম আৰু সীতাই ১৪ বছৰ পৃথকে থাকিব লগা হৈছিল। ১৪ বছৰৰ পাছত অযোধ্যালৈ উভতি আহি দুয়ো বেছিদিন একেলগে থাকিব নোৱাৰিলে। বিশেষ কাৰণত ৰামে সীতাক অকলেই বনবাসলৈ পঠিয়াই দিয়ে। কিন্তু কিয় ৰাম আৰু সীতাৰ এই বিচ্ছেদ হৈছিল জানেনে?

লোককথা অনুসৰি এটা টিয়া চৰাইৰ অভিশাপৰ কাৰণে ৰাম আৰু সীতাই লংকাৰ পৰা উভতি আহি অকলে থাকিব লগা হৈছিল। কিন্তু টিয়া চৰাইৰ অভিশাপ প্ৰকৃততে কোনে পাইছিল? ৰাম নে সীতা? লোকপ্ৰবাদ অনুসৰি সৰুতে সীতাই লগৰীয়াৰ সৈতে খেলি থাকোতে হঠাতে সীতাৰ চকু এহাল টিয়া চৰাইৰ ওপৰত পৰে। মতা টিয়া চৰাইটোৱে মাইকী টিয়া চৰাইৰ সৈতে কথা পাতি আছিল। সীতাই লুকাই লুকাই চৰাইকেইটাৰ কথা শুনি আছিল। টিয়া দুটাই কথা পাতি আছিল, ‘ভৱিষ্যতে ৰাম নামৰ এজন প্ৰভাৱশালী ৰজা হ’ব। সেই ৰজাই সীতা নামৰ এগৰাকী সুন্দৰী যুৱতীক বিয়া কৰাই আনিব।’ সীতাই এই কথা শুনি আৰু ৰ’ব নোৱাৰিলে।

চৰাই দুটিৰ সন্মুখত দেখা দিয়েই টিয়া হালক সীতাই প্ৰশ্ন কৰে, ‘তোমালোকে এইবোৰ কথা কেনেকৈ জানিলা?’ তেতিয়া টিয়াহালে কয় যে, দুয়োৱে মহৰ্ষি বাল্মিকীৰ পৰা এই কথা গম পাইছে। টিয়াহালক তেতিয়া সীতাই কয় যে, তেৱেই সীতা। এই কথা শুনা মাত্ৰকে টিয়াহালে ভয় খাই উৰি যায়। তেতিয়া সীতাই চৰাই হালক বাট ভেঁটি ধৰে। সীতাই কয় যে তেওঁ টিয়াহালক নিজৰ লগত ৰাখিব। তেতিয়াই টিয়াহালে কয়, ‘আমি স্বাধীন। আমাক বলপূৰ্বক বান্ধি ৰাখিব কোনেও নোৱাৰে।’ তেতিয়া সীতাই কয়, ‘মই তোমালোকৰ পৰা আৰু কাহিনী শুনিব বিচাৰো।’ টিয়াহালে কিন্তু যথেষ্ট কাকুতি মিনতি কৰি আমাক এৰি দিয়ক বুলি সীতাক কয়। সীতাই তেতিয়া কেৱল পুৰুষ টিয়াটোকহে মুক্ত কৰি দিবলৈ ৰাজী হয়। সীতাই কয় যে স্ত্ৰী টিয়াটোক তেওঁ কোনোকাৰণতে এৰি দিব নোৱাৰে।

তেতিয়াই পুৰুষ টিয়াটোৱে কয় যে তেওঁৰ পত্নী টিয়া গৰ্ভৱতী। সেয়ে সীতাই বান্ধি নাৰাখি দুজনক একেলগে থাকিবলৈ দিয়ক বুলি কাকুতি মিনতি কৰে। সীতাই কিন্তু তেওঁলোকৰ কোনো কথাতেই কাণ নিদিলে। পুৰুষ টিয়াক এৰি মহিলা টিয়াক বন্দি কৰি ৰাখে। স্ত্ৰীৰ বিৰহ সহ্য কৰিব নোৱাৰিলেই পুৰুষ টিয়াই সীতাক অভিশাপ দিয়ে। ‘মই যেনেকৈ জীৱনসংগীৰ বিৰহ বেদনা সহ্য কৰিছো তেনেকৈ সীতাইয়ো এদিন স্বামীৰ বিৰহ সহ্য কৰিব লাগিব।’ এই অভিশাপ দি কিছুদিন পাছতেই পুৰুষ টিয়াটোৱে দেহত্যাগ কৰে।

টিয়াৰ সেই অভিশাপৰ কাৰণেই লংকালৈ উভতি আহিও সীতাই মহৰ্ষি বাল্মিকীৰ আশ্ৰমতে থাকিব লগা হয়। উল্লেখ্য যে ১৪ বছৰীয়া বনবাস সমাপ্ত কৰি ৰাৱনবধৰ পাছত সীতাক লংকাৰ পৰা উদ্ধাৰ কৰি অযোধ্যালৈ উভতি আহিছিল ৰাম। ইয়াৰ পাছতেই আকৌ সীতাৰ পবিত্ৰতাক লৈ প্ৰশ্ন উঠে। প্ৰজাৰ কথাক গুৰুত্ব দি সীতাক ৰাজপ্ৰসাদৰ পৰা বাহিৰ হ’বলৈ আদেশ দিয়ে ৰামে। এই সময়ত সীতা গৰ্ভবতী আছিল। মহৰ্ষি বাল্মিকীৰ আশ্ৰমতেই লৱ কুশৰ জন্ম দিয়ে সীতাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে
বিনোদন

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

October 8, 2026
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড
বিনোদন

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

October 8, 2026
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
Next Post
বুধ আৰু সূৰ্যৰ দ্বিগ্ৰহী যোগত গঠিত হ’ব হৰ্ষণা যোগ, লক্ষ্মীৰ আশীৰ্বাদ থাকিব এই ৫ ৰাশিৰ ওপৰত

বুধ আৰু সূৰ্যৰ দ্বিগ্ৰহী যোগত গঠিত হ’ব হৰ্ষণা যোগ, লক্ষ্মীৰ আশীৰ্বাদ থাকিব এই ৫ ৰাশিৰ ওপৰত

শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ ফ্ৰান্সত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত, সমকামী গেব্ৰিয়েল এটেলক দিয়া হ’ল ফ্ৰান্সৰ প্রধানমন্ত্ৰীৰ দায়িত্ব

শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ ফ্ৰান্সত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত, সমকামী গেব্ৰিয়েল এটেলক দিয়া হ’ল ফ্ৰান্সৰ প্রধানমন্ত্ৰীৰ দায়িত্ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.