• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ ফ্ৰান্সত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত, সমকামী গেব্ৰিয়েল এটেলক দিয়া হ’ল ফ্ৰান্সৰ প্রধানমন্ত্ৰীৰ দায়িত্ব

শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ ফ্ৰান্সত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত, সমকামী গেব্ৰিয়েল এটেলক দিয়া হ’ল ফ্ৰান্সৰ প্রধানমন্ত্ৰীৰ দায়িত্ব

3 years ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

49 minutes ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

1 hour ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

14 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

15 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

16 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

16 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

17 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

17 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

18 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

18 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

19 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ ফ্ৰান্সত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত, সমকামী গেব্ৰিয়েল এটেলক দিয়া হ’ল ফ্ৰান্সৰ প্রধানমন্ত্ৰীৰ দায়িত্ব

editor by editor
January 11, 2024
in বিশ্ব, ৰাজনীতি
0
শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ ফ্ৰান্সত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত, সমকামী গেব্ৰিয়েল এটেলক দিয়া হ’ল ফ্ৰান্সৰ প্রধানমন্ত্ৰীৰ দায়িত্ব
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁ সমকামী। বয়স মাত্ৰ ৩৪ বছৰ। মঙলবাৰে গেব্ৰিয়েল এটেলক ফ্ৰান্সৰ প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ তুলি দিলে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰণে। তেঁৱেই দেশৰ সৰ্বকনিষ্ঠ প্রধানমন্ত্ৰী। ইয়াৰোপৰি তেওঁ ফ্ৰান্সৰ প্ৰথমগৰাকী সমকামী প্ৰধানমন্ত্ৰীও। প্রধানমন্ত্ৰীৰ আসনত বহাৰ পূৰ্বে গেব্ৰিয়েল এটেল ফ্ৰান্সৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল। শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ হিচাপে পৰিচিত ফ্ৰান্সে এইবাৰ লোৱা সিদ্ধান্তই দৃষ্টি কাঢ়িছে বিশ্ববাসীৰ।

সোমবাৰৰ দিনটোতেই নিজ পদৰ পৰা ইস্তাফা দিছে পূৰ্বৰ প্রধানমন্ত্ৰী এলিজাবেথ বোৰ্নে। ৩৪ বছৰীয়া গেব্ৰিয়েল এটেলক ফ্ৰান্সৰ প্রধানমন্ত্ৰী হিচাপে ৰাষ্ট্ৰপতি ইমানুয়েল মেক্ৰণে নিযুক্তি দিয়াৰ আঁৰত আছে কেইটামান বিশেষ কাৰণ। বিগত সময়ছোৱাত ফ্ৰান্সৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল গেব্ৰিয়েল এটল। গেব্ৰিয়েল এটেলক নতুন প্রধানমন্ত্ৰী হিচাপে দায়িত্ব অৰ্পন কৰি নিজৰ হেৰুওৱা জনপ্ৰিয়তা পুনৰোদ্ধাৰৰ চেষ্টা চলাইছে মেক্ৰণে! বিগত সময়ছোৱাত ইমানুৱেল মেক্ৰণৰ জনপ্ৰিয়তা বহু পৰিমানে কমি গৈছিল। জনমতৰ সমীক্ষাত পোৱা অনুসৰি সোঁপন্থী নেতা মেৰিন লে পেনৰ দলতকৈয়ো প্ৰায় ৮শতাংশৰ পৰা ১০ শতাংশ পিছুৱাই আছে মেক্ৰণপন্থী। এই সময়ত এটলৰ জনপ্ৰিয়তাক কামত লগাব খুজিছে মেক্ৰণে।

ফ্ৰান্সৰ প্রধানমন্ত্ৰী হিচাপে গেব্ৰিয়েল এটল সৰ্বকনিষ্ঠ। ইয়াৰোপৰি তেঁৱেই প্ৰথম ফৰাচী প্রধানমন্ত্ৰী যিয়ে নিজকে খোলাখুলিকৈ সমকামী বুলি ঘোষণা কৰিছে। ২০১৭ চনত মেক্ৰণ যেনেকৈ ফৰাচীসকলৰ নয়নৰ মণি আছিল তেনেদৰেই বৰ্তমান গেব্ৰিয়েল এটলো সাধাৰণ জনতাৰ মাজত খুবেই জনপ্ৰিয়। ২০১৭ চনত সৰ্বকনিষ্ঠ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লৈছিল মেক্ৰণে। এইবাৰ মেক্ৰণে প্ৰধানমন্ত্ৰীৰ বাবে বাচনি কৰিছে নিজৰ দৰেই এজন সৰ্বকনিষ্ট নেতাক।

কভিডৰ ভয়াৱহতাৰ সময়তেই গেব্ৰিয়েল এটলৰ জনপ্ৰিয়তা বৃদ্ধি হৈছিল। ফৰাচী চৰকাৰৰ মুখপাত্ৰ হিচাপে তেওঁৰ নাম ফ্ৰান্সৰ প্ৰতিঘৰ মানুহেই জানে বুলিলেও ভুল নহয়। সাম্প্ৰতিক জনমতৰ সমীক্ষাত দেশৰ অন্যতম জনপ্ৰিয় ৰাজনীতিবিদ হিচাপেও তেওঁৰ নাম শীৰ্ষত আছে। শিক্ষামন্ত্ৰী হিচাপে দায়িত্বত থাকোতে গেব্ৰিয়েলে দীঘল পোছাক পিন্ধা বন্ধ কৰিছিল। এটেলে কৈছিল, ‘মুছলমানহে এই পোছাক পিন্ধে। কিন্তু এই পোছাকে বিদ্যালয়ৰ ধৰ্মনিৰপেক্ষতাৰ পৰিবেশ ধ্বংস কৰিছে। স্কুলত পোছাকৰ বিভিন্নতাই যাতে শিক্ষাৰ্থীৰ মনোযোগ আঁতৰাই নানে তাৰবাবে পাবলিক স্কুলসমূহত ইউনিফৰ্মক লৈ কিছু সালসলনি কৰাটো জৰুৰী।’

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
Next Post
হীৰেণ গোঁহাই ডুপ্লিকেট মালঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হীৰেণ গোঁহাই ডুপ্লিকেট মালঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

২ টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই পাব ৫ লাখ টকা! কেনেকৈ বিক্ৰী কৰিব ২টকীয়া মুদ্ৰাটো?

২ টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই পাব ৫ লাখ টকা! কেনেকৈ বিক্ৰী কৰিব ২টকীয়া মুদ্ৰাটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.