• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অঘটন, ৰাজপথতে আততায়ীৰ আক্ৰমণত নিহত NCPৰ নেতা

অঘটন, ৰাজপথতে আততায়ীৰ আক্ৰমণত নিহত NCPৰ নেতা

2 years ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

8 seconds ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

53 minutes ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

1 hour ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

19 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

20 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

21 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

21 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

22 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

23 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

23 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অঘটন, ৰাজপথতে আততায়ীৰ আক্ৰমণত নিহত NCPৰ নেতা

editor by editor
September 2, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অঘটন, ৰাজপথতে আততায়ীৰ আক্ৰমণত নিহত NCPৰ নেতা
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অঘটন, ৰাজপথতে আততায়ীৰ আক্ৰমণত নিহত NCPৰ নেতা

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনেৰ পৰা পোহৰলৈ আহিছে এটা ডাঙৰ গোচৰ। ইয়াত অজিত পাৱাৰৰ প্ৰাক্তন এন চি পি কৰ্পৰেটৰক গুলীয়াই হত্যা কৰা হয়। নেতাগৰাকীৰ নাম বনৰাজ আন্দেকাৰ।

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি বনৰাজক কোনো দীঘলীয়া ধাৰ থকা অস্ত্ৰৰে আক্ৰমণ কৰা হয়। এই আক্ৰমণত মৃত্যু হয় এন চি পিৰ নেতাগৰাকীৰ। বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ তদন্তত ব্যস্ত।

আৰক্ষীৰ জানিবলৈ দিয়া অনুসৰি, দেওবাৰে নিশা পুনেৰ নানা পেঠ অঞ্চলত সংঘটিত হয় এই ঘটনা। পিষ্টলেৰে কেইবাজাঁই গুলীচালনা কৰে আক্ৰমণকাৰীয়ে। পিছত গুৰুতৰভাৱে আহত নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বনৰাজক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান সময়ত আৰক্ষীয়ে এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ হিচাপে পাৰস্পৰিক প্ৰতিদ্বন্দ্বিতা আৰু আধিপত্যৰ বাবে যুঁজ বুলি কাৰণ দাঙি ধৰিছে।

বৰ্তমানে আক্ৰমণকাৰীৰ সন্ধানত ব্যস্ত আৰক্ষী। ইয়াৰ বাবে বিশেষ দলো গঠন কৰা হৈছে। উল্লেখ্য যে, ২০১৭ চনৰ নিৰ্বাচনত পৌৰ নিগমৰ কৰ্পৰেটৰ হিচাপে নিৰ্বাচিত হৈছিল বনৰাজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: attackNCPNCP LeaderNCP Leader died
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

April 30, 2026
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

April 30, 2026
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

April 30, 2026
Next Post
ভয়ংকৰ ভৱিষ্যতৰ আগজাননী, ৮২.২ ডিগ্ৰীলৈ বৃদ্ধি তাপমাত্ৰা

ভয়ংকৰ ভৱিষ্যতৰ আগজাননী, ৮২.২ ডিগ্ৰীলৈ বৃদ্ধি তাপমাত্ৰা

‘মই মৃত অৱস্থাতে পাইছিলো, পৰিস্থিতি দেখি ভয় খাই পলাই আহিছিলো, একো কৰা নাই’

'মই মৃত অৱস্থাতে পাইছিলো, পৰিস্থিতি দেখি ভয় খাই পলাই আহিছিলো, একো কৰা নাই'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.