• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই মৃত অৱস্থাতে পাইছিলো, পৰিস্থিতি দেখি ভয় খাই পলাই আহিছিলো, একো কৰা নাই’

‘মই মৃত অৱস্থাতে পাইছিলো, পৰিস্থিতি দেখি ভয় খাই পলাই আহিছিলো, একো কৰা নাই’

2 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

12 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

12 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

12 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

13 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

14 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

14 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

15 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

16 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

17 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

18 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

19 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘মই মৃত অৱস্থাতে পাইছিলো, পৰিস্থিতি দেখি ভয় খাই পলাই আহিছিলো, একো কৰা নাই’

editor by editor
September 2, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
‘মই মৃত অৱস্থাতে পাইছিলো, পৰিস্থিতি দেখি ভয় খাই পলাই আহিছিলো, একো কৰা নাই’
0
SHARES
658
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মই মৃত অৱস্থাতে পাইছিলো, পৰিস্থিতি দেখি ভয় খাই পলাই আহিছিলো, একো কৰা নাই’

কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ এগৰাকী চিকিৎসকৰ হত্যা আৰু ধৰ্ষণৰ গোচৰত অভিযুক্ত সঞ্জয় ৰয়ে নিজৰ অধিবক্তা কবিতা সৰকাৰক কয় যে তেওঁ নিৰ্দোষী আৰু তেওঁক জড়িত কৰা হৈছে। কবিতা সৰকাৰে কৈছে যে পলিগ্ৰাফ টেষ্টৰ সময়তো সঞ্জয়ে নিজ নিৰ্দোষী বুলি ঘোষণা কৰিছিল।

সঞ্জয় ৰয়ক ১০টা প্ৰশ্ন কৰা হৈছিল, তাৰেই ভিতৰত এটা আছিল- মহিলা চিকিৎসকগৰাকীক হত্যা কৰাৰ পিছত সঞ্জয়ে পৰৱৰ্তী সময়ত কি কৰিলে।এই প্ৰশ্নৰ উত্তৰত সঞ্জয়ে চিবিআই বিষয়াসকলক কৈছিল যে প্ৰশ্নটো ভুল কাৰণ সি চিকিৎসকগৰাকীক হত্যা কৰা নাই।

পলিগ্ৰাফ টেষ্টত সঞ্জয়ে দাবী কৰে যে চিকিৎসালয়খনৰ চেমিনাৰ হলত​প্ৰৱেশ কৰাৰ সময়ত মহিলাগৰাকী অচেতন হৈ আছিল। সঞ্জয়ে দাবী কৰে যে যোৱা ৯ আগষ্টত চেমিনাৰ হলত​মহিলাগৰাকীক তেজেৰে লুতুৰি পুতুৰি অৱস্থাত থকা দেখিছিল। যি দৃশ্য দেখি সঞ্জয়ে আতংকিত হৈ কোঠাৰ পৰা দৌৰি ওলাই আহিছিল।

লগতে সঞ্জয় ৰয়ে ইয়াকো দাবী কৰে যে সি ভুক্তভোগীক চিনি নাপায় তাৰ ওপৰত এই অভিযোগ জাপি দিয়া হৈছে।

যোৱা মাহত কলকাতাৰ আৰ জি কাৰ হাস্পতালত প্ৰশিক্ষাৰ্থী হিচাপে কৰ্মৰত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত তেওঁৰ শৰীৰত যৌন নিৰ্যাতন আৰু ২৫টা বাহ্যিক আৰু আভ্যন্তৰীণ আঘাত পোৱা গৈছিল। প্ৰাৰম্ভিক তদন্তত বহু প্ৰমাণৰ ভিত্তিত অভিযুক্ত সঞ্জয় ৰায়ক গ্ৰেপ্তাৰ কৰা হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: kolkataKolkata caseKolkata rape and murder caserape and murder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
Next Post
আজি সোমৱতী অমাৱস্যা, ৰাশি অনুযায়ী দান কৰৰক এই সামগ্ৰী, সফলতা আনক ভাগ্যলৈ

আজি সোমৱতী অমাৱস্যা, ৰাশি অনুযায়ী দান কৰৰক এই সামগ্ৰী, সফলতা আনক ভাগ্যলৈ

শোকাৱহ, চৰকাৰী চাকৰিৰ শাৰীৰিক পৰিক্ষাৰ সময়ত প্ৰাণ হেৰুৱালে ১১ গৰাকী প্ৰাৰ্থীয়ে

শোকাৱহ, চৰকাৰী চাকৰিৰ শাৰীৰিক পৰিক্ষাৰ সময়ত প্ৰাণ হেৰুৱালে ১১ গৰাকী প্ৰাৰ্থীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.