• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ, চৰকাৰী চাকৰিৰ শাৰীৰিক পৰিক্ষাৰ সময়ত প্ৰাণ হেৰুৱালে ১১ গৰাকী প্ৰাৰ্থীয়ে

শোকাৱহ, চৰকাৰী চাকৰিৰ শাৰীৰিক পৰিক্ষাৰ সময়ত প্ৰাণ হেৰুৱালে ১১ গৰাকী প্ৰাৰ্থীয়ে

2 years ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

11 minutes ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

34 minutes ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

50 minutes ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

1 hour ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

1 hour ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

2 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

3 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

4 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

6 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

6 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

9 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শোকাৱহ, চৰকাৰী চাকৰিৰ শাৰীৰিক পৰিক্ষাৰ সময়ত প্ৰাণ হেৰুৱালে ১১ গৰাকী প্ৰাৰ্থীয়ে

editor by editor
September 2, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
শোকাৱহ, চৰকাৰী চাকৰিৰ শাৰীৰিক পৰিক্ষাৰ সময়ত প্ৰাণ হেৰুৱালে ১১ গৰাকী প্ৰাৰ্থীয়ে
0
SHARES
618
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোকাৱহ, চৰকাৰী চাকৰিৰ শাৰীৰিক পৰিক্ষাৰ সময়ত প্ৰাণ হেৰুৱালে ১১ গৰাকী প্ৰাৰ্থীয়ে

এক অতিকে শোকাৱহ ঘটনা পোহৰলৈ আহিছে। চৰকাৰী চাকৰিৰ শাৰীৰিক পৰিক্ষাৰ সময়ত প্ৰাণ হেৰুৱাই ১১ গৰাকীকৈ পৰিক্ষাৰ্থীয়ে। ইয়াৰ উপৰিও আন ৪৭ গৰাকী প্ৰাৰ্থী অচেতন হৈ পৰে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত।

কালি ১ ছেপ্টেম্বৰ তাৰিখ দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, ঝাৰখণ্ড চৰকাৰে আবকাৰী কনিষ্টবল নিযুক্তি অভিযানৰ শাৰীৰিক পৰীক্ষা ৰাউণ্ডৰ সময়ত কেন্দ্ৰসমূহৰ দুটামান কেন্দ্ৰত ১১ জন প্ৰাৰ্থীৰ মৃত্যু হয়।

ঝাৰখণ্ডৰ আবকাৰী কনিষ্টবল প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যোৱা ২২ আগষ্টৰ পৰা ৰাজ্যখনৰ সমগ্ৰ ৰাঁচী, হাজৰিবাগ, পালামু, গিৰিডিহ, চাহেবগঞ্জ আৰু পূব সিংভূম জিলাৰ সাতটা কেন্দ্ৰত শাৰীৰিক পৰীক্ষা আৰম্ভ হয়।

পালামুত চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গিৰিডিহ আৰু হাজৰিবাগত দুজনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও আই জি (অপাৰেচন) আমোল ভি হোমকাৰে জনোৱা মতে, ৰাঞ্চিৰ জাগুয়াৰ কেন্দ্ৰত এজনৰ মৃত্যু, আৰু ইষ্ট সিংভূমৰ মোছাবানি আৰু চাহেবগঞ্জ কেন্দ্ৰত এজনকৈ প্ৰাৰ্থীৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে।

৩০ আগষ্টলৈকে মুঠ ১,২৭,৭৭২ জন প্ৰাৰ্থীয়ে শাৰীৰিক পৰীক্ষাৰ বাবে উপস্থিত হৈছিল, ইয়াৰে ৭৮,০২৩ জনে এই পৰীক্ষা ক্লিয়াৰ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে এইদৰে প্ৰাৰ্থীৰ মৃত্যু আৰু অচেতন হৈ পৰাৰ ক্ষেত্ৰত জানিব পৰা মতে, সকলো কেন্দ্ৰতে চিকিৎসকৰ দল, ঔষধ, এম্বুলেন্স, ভ্ৰাম্যমাণ শৌচাগাৰ আৰু খোৱাপানীকে ধৰি পৰ্যাপ্ত ব্যৱস্থা নিশ্চিত কৰা হৈছিল। তথাপি কৰ্তৃপক্ষৰ অপব্যৱস্থাপনাৰ বাবেই এই মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি ৰাঁচীৰ এলবাৰ্ট এক্কা চ’কত জেএমএম নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিজেপি যুৱ শাখাই প্ৰতিবাদ সাব্যস্ত কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: jharkhandPhysical Testpolice Physical testPolice Test
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা
বাণিজ্য

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

September 26, 2026
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট
বাণিজ্য

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

September 26, 2026
Next Post
ভাৰতৰ এখন বিশেষ গাঁও, য’ত কোনো লোকেই নিপিন্ধে চেণ্ডেল, কাৰণ শুনি হ’ব আচৰিত

ভাৰতৰ এখন বিশেষ গাঁও, য'ত কোনো লোকেই নিপিন্ধে চেণ্ডেল, কাৰণ শুনি হ'ব আচৰিত

এতিয়াৰ পৰা জধে মধে বুলডজাৰেৰে কাৰোৰে ঘৰ ভাঙিব নোৱাৰিব- উচ্চতম ন্যায়ালয়

এতিয়াৰ পৰা জধে মধে বুলডজাৰেৰে কাৰোৰে ঘৰ ভাঙিব নোৱাৰিব- উচ্চতম ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.