• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অহা ১০ বছৰলৈ থাকিব কেৱল NDA চৰকাৰ, শ্বাহ-গাডকাৰী-সীতাৰমণে হেৰুৱাব পাৰে পদবী, দেখা যাব নতুন মুখ

অহা ১০ বছৰলৈ থাকিব কেৱল NDA চৰকাৰ, শ্বাহ-গাডকাৰী-সীতাৰমণে হেৰুৱাব পাৰে পদবী, দেখা যাব নতুন মুখ

2 years ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

34 minutes ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

1 hour ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

2 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

2 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

3 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

4 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

4 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

5 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

6 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অহা ১০ বছৰলৈ থাকিব কেৱল NDA চৰকাৰ, শ্বাহ-গাডকাৰী-সীতাৰমণে হেৰুৱাব পাৰে পদবী, দেখা যাব নতুন মুখ

editor by editor
June 7, 2024
in ভাৰত, ৰাজনীতি
0
অহা ১০ বছৰলৈ থাকিব কেৱল NDA চৰকাৰ, শ্বাহ-গাডকাৰী-সীতাৰমণে হেৰুৱাব পাৰে পদবী, দেখা যাব নতুন মুখ
0
SHARES
487
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অহা ১০ বছৰলৈ থাকিব কেৱল NDA চৰকাৰ, শ্বাহ-গাডকাৰী-সীতাৰমণে হেৰুৱাব পাৰে পদবী, দেখা যাব নতুন মুখ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত আজি এন ডি এৰ বৈঠক অনুষ্ঠিত হয়। এই সময়ছোৱাত নীতিশ কুমাৰ, চন্দ্ৰবাবু নাইডু, একনাথ সিণ্ডে, অজিত পাৱাৰ, চিৰাগ পাছৱান, জিতন ৰাম মাঞ্জীৰ দৰে বহু ডাঙৰ নেতাই এন ডি এক সমৰ্থন কৰিছিল। এই বৈঠকতে নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে দলৰ নেতৃত্ব হিচাপে সৰ্বসন্মতি সাপেক্ষে নিৰ্বাচিত কৰা হয়। যাৰ ফলত মোডীয়েই প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাটো নিশ্চিত হৈ পৰে।

অৱশ্যে এই সময়ছোৱাত নৰেন্দ্ৰ মোডীৰ ভাষণ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ পৰে। মোদীয়ে সকলো মিত্ৰশক্তিক ধন্যবাদ জনাই ভাষণ আৰম্ভ কৰে। এন ডি এক সম্বোধন কৰি মোদীয়ে কয় যে ভাৰতৰ মহান গণতন্ত্ৰৰ শক্তি হ’ল দেশৰ ২২খন ৰাজ্যৰ মানুহে এন ডি এক চৰকাৰ গঠনৰ সুযোগ দিছে। আমাৰ এই মিত্ৰতা সঁচাকৈয়ে ভাৰতৰ আত্মা আৰু শিপাৰ শিপাই আছে। আমাৰ দেশৰ ১০খন ৰাজ্যত জনজাতীয় লোকৰ সংখ্যা নিৰ্ণায়ক। ইয়াৰে ৭ খন ৰাজ্যত এন ডি এ চৰকাৰ গঠন হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গোৱাৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈকে বহু ৰাজ্যত বৃহৎ সংখ্যক খ্ৰীষ্টান ভাই-ভনী আছে। আমি তাতো এন ডি এ হিচাপে সেৱা আগবঢ়াই আছো। ভাৰতৰ মিত্ৰতাৰ ইতিহাসত নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা কেতিয়াও ইমান সফল হোৱা নাই। এন ডি এৰ মিত্ৰতা যিমান সফল হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰ চলাবলৈ সংখ্যাগৰিষ্ঠতা প্ৰয়োজনীয়। কিন্তু দেশ চলাবলৈ সৰ্বসন্মতি অতি গুৰুত্বপূৰ্ণ। স্বাধীনতাৰ ৭৫ বছৰৰ ভিতৰত এন ডি এ তিনিটা দশক ধৰি চৰকাৰী হৈ আছে। এইটো কোনো স্বাভাৱিক কথা নহয়। অটল বিহাৰী বাজপেয়ী, বালা চাহেব ঠাকৰে, জৰ্জ ফাৰ্নাণ্ডেছৰ দৰে লোকে সিঁচা বীজক দেশৰ জনসাধাৰণে জলসিঞ্চন কৰি ডাঙৰ গছলৈ ৰূপান্তৰিত কৰিছে।

লগতে ইয়াকো কয় যে, অহা ১০ বছৰলৈ এন ডি এ হিচাপে দেশত শাসনভাৰত থাকি চৰকাৰ চলাব। অহা ১০ বছৰত নাগৰিকৰ জীৱনলৈ সুশাসন, উন্নয়ন আৰু জীৱনৰ মান আৰু অধিক উনন্ত কৰি অনাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব এন ডি এ চৰকাৰে।

এই বৈঠকতে নিশ্চিত কৰা হব কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীত্ব পদৰ প্ৰাৰ্থীৰ নাম। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বিচৰা মন্ত্ৰী পদ তথা মোদীক মত দিয়াৰ চৰ্ত সাপেক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ পদবী বিজেপিৰ হাতৰ পৰা যাব। নীতিশ-নাইডুৱে এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ গৃহ, বিত্ত, ৰেলৱে, গড়কাপ্তানী, আদি পদবী বিচাৰিছে। যদিহে দাবী পূৰণ হয়, তেন্তে অমিত শ্বাহ, নিৰ্মলা সীতাৰমণ, নীতিন গাডকাৰী আদিৰ দৰে শীৰ্ষ নেতাই হেৰুৱাব পাৰে পূৰ্বৰ পদ। অৱশ্যে এতিয়ালৈকে কেবিনেট সদস্য সন্দৰ্ভত কোনো আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই এন ডি এৰ ফালৰ পৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cabinet Ministrynarendra-modiNew Cabinet MinistryNew Ministry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
Next Post
পিতৃয়ে ইন্দিৰা গান্ধীক শেষ কৰিছিল, তেওঁৰেই পুত্ৰ এইবাৰ সাংসদ লৈ সংসদলৈ! পঞ্জাৱৰ ৰাজনীতিত নতুন কাহিনীৰ আৰম্ভনি নেকি?

পিতৃয়ে ইন্দিৰা গান্ধীক শেষ কৰিছিল, তেওঁৰেই পুত্ৰ এইবাৰ সাংসদ লৈ সংসদলৈ! পঞ্জাৱৰ ৰাজনীতিত নতুন কাহিনীৰ আৰম্ভনি নেকি?

পদবী নহয়, মোক অসমখনেই লাগে, ২বছৰ হাইকামাণ্ডৰ পৰা লৈছোঃ গৌৰৱ গগৈ

পদবী নহয়, মোক অসমখনেই লাগে, ২বছৰ হাইকামাণ্ডৰ পৰা লৈছোঃ গৌৰৱ গগৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.