• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মা বুলি মাতিবলৈ এই পৃথিৱীত কোনো নাই… গাজাত অনাথ হৈছে ১৯ হাজাৰ শিশু

মা বুলি মাতিবলৈ এই পৃথিৱীত কোনো নাই… গাজাত অনাথ হৈছে ১৯ হাজাৰ শিশু

2 years ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

4 minutes ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

33 minutes ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

3 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

3 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

4 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

5 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

5 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

5 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

6 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মা বুলি মাতিবলৈ এই পৃথিৱীত কোনো নাই… গাজাত অনাথ হৈছে ১৯ হাজাৰ শিশু

যুদ্ধই কাঢ়িছে পিতৃ-মাতৃক, গাজাত অনাথ হৈছে ১৯ হাজাৰ শিশু

editor by editor
August 26, 2024
in জীৱনশৈলী, বিশ্ব
0
মা বুলি মাতিবলৈ এই পৃথিৱীত কোনো নাই… গাজাত অনাথ হৈছে ১৯ হাজাৰ শিশু
0
SHARES
238
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জন্মৰ পৰাই শিশুসকলে শুনিছে বিকট শব্দ৷ কৈশোৰ পাৰ হৈছে ত্ৰাসৰ মাজেৰে৷ পৃথিৱীৰ পোহৰ ভালকৈ দেখাৰ পূৰ্বেই দেখিছে মিছাইল, গোলা বাৰুদে আকাশ কঁপাই যোৱা শব্দ আৰু পোহৰ৷ তেওঁলোকৰ চকুৰ সন্মুখত কেৱল অন্ধকাৰ এখন পৃথিৱী৷ বহুতৰে মাতৃৰ ছায়াত আশ্ৰয় ল’বলৈ মাতৃও এই পৃথিৱীত নাই৷ নিশাৰ ভিতৰতেই অনাথ গাজাৰ হাজাৰ হাজাৰ শিশু৷ ষ্টেটিষ্টেটিকেল সমীক্ষাৰ অন্তত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে এই ৰিপৰ্ট৷ ৰাষ্ট্ৰসংঘৰ ৰিপৰ্টমতে গাজাত কমবেছি পৰিমানে প্ৰায় ১৯ হাজাৰ শিশু অনাথ হৈ পৰিছে৷ চেলটাৰ হোমত কিংবা আত্মীয়সকলৰ কাষত বাস কৰিছে এইসকল অনাথ শিশুৱে৷ প্ৰকৃত পৰিসংখ্যা আৰু বৃদ্ধিও পাব পাৰে বুলি জনাইছে ৰাষ্ট্ৰসংঘই৷

কোনো যুদ্ধতেই এতিয়ালৈকে ইমান সৰু এলেকাৰ ভিতৰত ইমান বেছি বোমা বৰ্ষণ হোৱা নাই বুলি অনুমান কৰিছে ৰাষ্ট্ৰসংঘই৷ ৰাষ্ট্ৰসংঘৰ শিশু এজেন্সিৰ মুখপাত্ৰ জোনাথন ক্ৰিকছে কয়, ‘গাজাত শিশুৰ সংখ্যা বেছি৷ ঘিঞ্জি নামৰ সৰু এলেকাটোত অতিৰিক্ত বোমা বৰ্ষণ হৈছে এই যুঁজত৷ ফলত ক্ষতিৰ পৰিমাণো ভয়ংকৰ হৈ উঠিছে৷’

বিগত ৭ অক্টোবৰত ইজৰাইল আক্ৰমণ চলাইছিল হামাছে৷ এই আক্ৰমণৰ প্ৰতিশোধ ল’বলৈকে হামাছ জঙ্গি গোষ্ঠীক নিৰ্মূল কৰিবলৈ একাধিকবাৰ গাজাত আক্ৰমণ চলাই ইজৰাইলে৷ যাৰ ফলস্বৰূপে হাজাৰ হাজাৰ মানুহে মৃত্যুক আঁকোৱালি লৈছে৷ ইজৰাইলী সেনাৰ দাবী, জনবসতিপূৰ্ণ এলেকা এৰিয়েই বোমা নিক্ষেপ কৰা হৈছে৷ পৰিসংখ্যাই কৈছে, এতিয়া পৰ্যন্ত এই যুদ্ধত ১০ হাজাৰ মানুহৰ মৃত্যু হৈছে৷ তাৰমাজত বহু শিশুও আছে৷

বিগত এপ্ৰিলত ক্ৰিকছ এজেন্সিক এক সমীক্ষাত দেখা গৈছিল যে ৪১ শতাংশ পৰিয়ালে গাজাৰ অনাথ শিশুসকলক মানুহ কৰাৰ দায়িত্ব কান্ধ পাতি লৈছে৷ যুদ্ধত আহত অন্তঃসত্ত্বা একাধিক মহিলাই প্ৰসৱৰ পাছতেই প্ৰাণ হেৰুৱাইছে৷ এই শিশুসকলো জন্মৰ পাছতেই অনাথ হৈ পৰিছে৷ ব্ৰিটিছ চিকিৎসক ডা দেৱোৰা হেৰিংটনে বিগত ডিচেম্বৰ মাহত এনেকৈয়ে দুই শিশুক পৃথিৱীৰ পোহৰ দেখুওৱাত সহায় কৰিছে৷ যদিও প্ৰসৱৰ পাছতেই মৃত্যু হয় মাতৃসকলৰ৷ ইয়াৰোপৰি ইজৰাইলী সেনাৰ হাতত বন্দী হৈ থকা বহু মানুহৰ সন্তান ডাঙৰ হৈছে অনাথ হিচাপেই৷ আৰু কেতিয়াবা যুদ্ধবিমানৰ আক্ৰমণত আহত শিশুসকলক হাস্পতাললৈ লৈ যোৱাৰ পাছতেই শিশুসকল অনাথ হৈ পৰিছে৷ অনাথ আশ্ৰমত থকা বহু শিশু এতিয়া মানসিকভাৱে বিকাৰগ্ৰস্থ হৈ পৰিছে বুলিও ৰাষ্ট্ৰসংঘৰ ৰিপৰ্টে প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ
বিনোদন

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

July 22, 2026
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’
বিবিধ

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

July 22, 2026
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?
জীৱনশৈলী

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

July 22, 2026
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!
জীৱনশৈলী

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

July 22, 2026
Next Post
ছফটৱেল ইঞ্জিনিয়াৰৰ পৰা পেৰা এথলিট… এখন ভৰি হেৰুওৱা মানসী কেনেকৈ পালেগৈ পেৰাঅলিম্পিকৰ মঞ্চ?

ছফটৱেল ইঞ্জিনিয়াৰৰ পৰা পেৰা এথলিট... এখন ভৰি হেৰুওৱা মানসী কেনেকৈ পালেগৈ পেৰাঅলিম্পিকৰ মঞ্চ?

পাত্ৰীৰ সন্ধানত আমিৰ খান! তৃতীয়বাৰ বিবাহক লৈ কি ক’লে অভিনেতা আমিৰে?

পাত্ৰীৰ সন্ধানত আমিৰ খান! তৃতীয়বাৰ বিবাহক লৈ কি ক’লে অভিনেতা আমিৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.