• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

2 weeks ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

2 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

3 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

3 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

4 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

5 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

5 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

6 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

7 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

8 hours ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

9 hours ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

9 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

কি কৈছে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে?

editor by editor
August 28, 2026
in বিবিধ, বিশ্ব, লেখা
0
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেপালত সংঘটিত হোৱা বৃহৎ আকস্মিক বানত ৪৬৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শ শ লোক এতিয়াও সন্ধানহীন হৈ আছে। এই ভয়াৱহ দুৰ্যোগৰ পিছত ভাৰতকে ধৰি নেপালৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে। কেইবাখনো দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে আনুষ্ঠানিক আৰু বেচৰকাৰীভাৱে সাহায্য আৰু উদ্ধাৰকাৰী দল প্ৰেৰণৰ প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু নেপাল চৰকাৰে এই প্ৰস্তাৱ নাকচ কৰিছে। নেপাল চৰকাৰে কয় যে এই সাহায্য আৰু উদ্ধাৰ অভিযান নেপালী নিৰাপত্তা সংস্থাৰ নেতৃত্বত হ’ব।

ভাৰত, চীনকে ধৰি বহু দেশৰ সহায়

The Kathmandu Post ৰ মতে , নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কেইবাখনো দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা সাহায্য আৰু উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ লাভ কৰিছে। অৱশ্যে নেপাল চৰকাৰে এই উদ্ধাৰ অভিযান নেপালী সংস্থাৰ নেতৃত্বত হ’ব বুলি সিদ্ধান্ত লৈছে।

প্ৰতিবেদন অনুসৰি ভাৰত, চীন, আমেৰিকা, ব্ৰিটেইন, জাপান, দক্ষিণ কোৰিয়া, শ্ৰীলংকা, বাংলাদেশে নেপালক সহায় আগবঢ়াইছে। ভাৰতীয় নাগৰিক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱাৰ পিছতো ভাৰতে এন ডি আৰ এফৰ দল প্ৰেৰণৰ অনুমতি বিচাৰিছিল যদিও নেপালে অস্বীকাৰ কৰে।

ৰয়টাৰৰ তথ্য অনুসৰি নেপালৰ বৈদেশিক মন্ত্ৰালয়ে উদ্ধাৰ অভিযানৰ বাবে আন দেশৰ সহায়ৰ প্ৰয়োজন নাই বুলি জানিবলৈ দিয়ে। নেপালৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন বিষয়াই দ্য কাঠমাণ্ডু পোষ্টক জনোৱা মতে, উদ্ধাৰকাৰী দল প্ৰেৰণৰ বাবে চীন আৰু অন্যান্য দেশৰ পৰা অনুৰোধ পোৱা গৈছিল যদিও নেপালে নাকচ কৰিবলগীয়া হৈছিল।

এই পৰ্যন্ত মৃত্যু হৈছে ৪৬৯ জন লোকৰ

নেপাল আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰলৈকে বানত ৪৬৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫৪৫ জন লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। নেপালৰ দুৰ্যোগ ব্যৱস্থাপনা বিষয়াৰ মতে, এতিয়াও প্ৰায় ১০০০ লোক সন্ধানহীন হৈ আছে। ইয়াৰ ভিতৰত আছে ২৮জন নেপাল আৰক্ষীৰ জোৱান। নেপাল আৰক্ষীয়ে এই অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে মোতায়েন কৰিছে ৪৩৪৮ জন জোৱান। বিষয়াসকলৰ মতে, ৰাছুৱাৰ পৰা ৬৪৪জন, নুৱাকোটৰ পৰা ৮৯৮জন আৰু ধাডিঙৰ পৰা তিনিজনক উদ্ধাৰ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’
অসম

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

September 12, 2026
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!
অসম

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

September 12, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব
জীৱনশৈলী

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

September 12, 2026
Next Post
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ'ব এতিয়া নেপালৰ ভৱিষ্যৎ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.