• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তপ্ত নেপাল, পাৰ্লিয়ামেণ্টত সোমাল প্ৰতিবাদকাৰী, দেখা মাত্ৰকেই গুলিওৱাৰ নিৰ্দেশ চৰকাৰৰ! নেপালত কিয় বন্ধ কৰা হ’ল ফেছবুককে ধৰি ২৬টা প্লেটফৰ্ম?

উত্তপ্ত নেপাল, পাৰ্লিয়ামেণ্টত সোমাল প্ৰতিবাদকাৰী, দেখা মাত্ৰকেই গুলিওৱাৰ নিৰ্দেশ চৰকাৰৰ! নেপালত কিয় বন্ধ কৰা হ’ল ফেছবুককে ধৰি ২৬টা প্লেটফৰ্ম?

1 year ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

20 minutes ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

47 minutes ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

2 hours ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

2 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

3 hours ago
বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

3 hours ago
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

3 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

4 hours ago
ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

5 hours ago
নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

7 hours ago
কোনখন চৰকাৰী আঁচনিয়ে দিয়ে অধিক লাভ? PPF, সুকন্যা সমৃদ্ধি আঁচনি নে জ্যেষ্ঠ নাগৰিক আঁচনি

কোনখন চৰকাৰী আঁচনিয়ে দিয়ে অধিক লাভ? PPF, সুকন্যা সমৃদ্ধি আঁচনি নে জ্যেষ্ঠ নাগৰিক আঁচনি

7 hours ago
১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উত্তপ্ত নেপাল, পাৰ্লিয়ামেণ্টত সোমাল প্ৰতিবাদকাৰী, দেখা মাত্ৰকেই গুলিওৱাৰ নিৰ্দেশ চৰকাৰৰ! নেপালত কিয় বন্ধ কৰা হ’ল ফেছবুককে ধৰি ২৬টা প্লেটফৰ্ম?

উত্তপ্ত নেপাল, পাৰ্লিয়ামেণ্টত সোমাল প্ৰতিবাদকাৰী, দেখা মাত্ৰকেই গুলিওৱাৰ নিৰ্দেশ চৰকাৰৰ! নেপালত কিয় বন্ধ কৰা হ’ল ফেছবুককে ধৰি ২৬টা প্লেটফৰ্ম?

editor by editor
September 8, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
উত্তপ্ত নেপাল, পাৰ্লিয়ামেণ্টত সোমাল প্ৰতিবাদকাৰী, দেখা মাত্ৰকেই গুলিওৱাৰ নিৰ্দেশ চৰকাৰৰ! নেপালত কিয় বন্ধ কৰা হ’ল ফেছবুককে ধৰি ২৬টা প্লেটফৰ্ম?
0
SHARES
706
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজতন্ত্ৰ উভতাই বিচাৰি চলিত বছৰতেই উত্তাল হৈছিল নেপাল৷ সেই বিক্ষোভৰ কেইটামান মাহ পাৰ নৌহওঁতেই আকৌ উত্তপ্ত নেপাল৷ নেপালত বিক্ষোভ ৰখাব নোৱাৰি গুলিচালনা কৰিব লগা পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ কিন্তু কিয় এই বিক্ষোভ?

বিগত সপ্তাহত নেপালত ছচিয়েল মিডিয়া ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ তাৰপৰাই পুঞ্জীভূত ক্ষোভ এইবাৰ প্ৰকাশ্যে বাহিৰলৈ আহিছে৷ বহুতৰে মত, কেৱল ছচিয়েল মিডিয়া নিষিদ্ধ হোৱাই কেৱল ক্ষোভৰ কাৰণ নহয়৷ এই ক্ষোভৰ আঁৰত আছে সাম্প্ৰতিক সময়ত বাৰে বাৰে দেশৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত নানান দূৰ্নীতিৰ অভিযোগো৷ সকলো মিলি দেওবাৰৰ পৰা উত্তাল হৈ আছে নেপাল৷ পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লৈছে সোমবাৰে অৰ্থাৎ আজি৷

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন সূত্ৰৰ খবৰ অনুসৰি সোমবাৰে পুৱাৰে পৰাই বাঢ়িছে ক্ষোভ৷ দিনৰ ভাগত বিক্ষোভকাৰীৰ সন্মুখৰ ভাগত থকা যুৱপ্ৰজন্মই বেৰিকেড ভাঙি পাৰ্লিয়ামেণ্টত সোমাই পৰে৷ তাৰপিছতেই আকৌ উত্তপ্ত হৈ পৰে পৰিস্থিতি৷ প্ৰতিবেদন প্ৰস্তুত কৰা পৰ্যন্ত নেপাল আৰক্ষীৰ গুলিত নিহত হৈছে ৮গৰাকী লোকৰ৷ কোনো কোনো সংবাদমাধ্যমে এই সংখ্যা ১০ বুলিও দাবী কৰিছে৷ আৰু আহত হৈছে প্ৰায় ৮০জন লোক৷

সৰ্বভাৰতীয় সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি বিক্ষোভকাৰীয়ে পাৰ্লিয়ামেণ্টৰ দুৱাৰত জুই লগাই দিয়াৰ পাছতহে গুলিওৱাৰ নিৰ্দেশ দিয়া হয়৷ অন্যহাতে বিক্ষোভকাৰীৰ অভিযোগ, আৰক্ষীয়ে তেওঁলোকক লক্ষ্য কৰি গুলি কৰি থকাৰ বাবে তেওঁলোকে এনেদৰে উগ্ৰৰূপ ধাৰণ কৰিছে৷ তেওঁলোকৰ শ্লোগান আছে, দুৰ্নীতি বন্ধ হওক, ছচিয়েল মিডিয়া এপ নহয়৷

দ্যা কাঠমাণ্ডু পোষ্টৰ এক প্ৰতিবেদন অনুসৰি কিছু বিক্ষোভকাৰীয়ে সংসদৰ প্ৰাংগনত প্ৰৱেশ কৰে৷ কোনো কোনোৱে গছৰ ডাল আৰু পানীৰ বটল দলিয়াই চৰকাৰ বিৰোধী শ্লোগান দিয়ে৷ পৰিস্থিতি বেয়া হোৱাত আৰক্ষীয়ে পানীৰ ডোম, টিয়াৰগেছ, ৰাবাৰ বুলেট ব্যৱহাৰ কৰে যদিও পৰিস্থিতি ক্ষাম নাকাটিল৷ অৱশেষত সেয়ে গুলিচালনা কৰিবলগীয়া হয়৷

বিক্ষোভৰ বাবে ৰাজধানীৰ বানেশ্বৰ এলেকাত কাৰফিউ জাৰি কৰা হৈছে৷ নতুন বিধিনিষেধ আৰোপ কৰা হৈছে৷ ৰাষ্ট্ৰপতি বাসভৱন, উপ ৰাষ্ট্ৰপতিৰ ভৱন, লৈনচৌৰস মহাৰাজগঞ্জ, সিংহ দৰবাৰৰ চাৰিওপাশে, বালুৱাতৰ প্ৰধানমন্ত্ৰী বাসভৱন আৰু কাষৰীয়া এলেকাসমূহৰ দৰে কেইবাটাও উচ্চ নিৰাপত্তা অঞ্চলত কাৰফিউ জাৰি কৰা হৈছে৷

উল্লেখ কৰা প্ৰয়োজন যে নেপালত ফেছবুক, ইনষ্টাগ্ৰাম, আৰু এক্সসহ ২৬ টা ছচিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰা হৈছে৷ এই প্লেটফৰ্মসমূহক নেপালৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে সাত দিনৰ ভিতৰত নথিভুক্ত কৰাৰ কথা আছিল, কিন্তু ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহে সেয়া নকৰিলে৷ মন্ত্ৰণালয়ে সংস্থাসমূহক নাম নথিভুক্ত কৰাৰ বাবে ২৮ আগষ্টৰ পৰা ৭ দিনৰ সময়সীমা বান্ধি দিছিল৷ এই সময়সীমা বিগত বুধবাৰে নিশা শেষ হৈছিল৷ নেপালৰ প্ৰশাসনিক কৰ্তাই জনাইছে যে, নিষেধাজ্ঞা তাৎক্ষণিকভাৱে সমগ্ৰ দেশত কাৰ্যকৰ হব আৰু মন্ত্ৰণালয়ে সংশ্লিষ্ট সংস্থাসমূহক চিঠি দিয়াও আৰম্ভ কৰিছে৷ চৰকাৰে ইতিমধ্যেই নিয়ম মানি নচলা প্লেটফৰ্মসমূহক স্থগিত কৰাৰ বিষয়ে সতৰ্ক কৰিছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা
অসম

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

October 1, 2026
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…
উত্তৰ-পূব

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

October 1, 2026
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ
অসম

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

October 1, 2026
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!
বাণিজ্য

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

October 1, 2026
Next Post
পিতৃপক্ষত অশুভ সংকেত! সপোনত যদি এই ৪ জন্তু দেখে তেন্তে পূৰ্বপুৰুষৰ ৰোষত পৰিছে আপুনি

পিতৃপক্ষত অশুভ সংকেত! সপোনত যদি এই ৪ জন্তু দেখে তেন্তে পূৰ্বপুৰুষৰ ৰোষত পৰিছে আপুনি

চন্দ্ৰগ্ৰহণৰ পাছতেই শুক্ৰই আনিছে ভালখবৰ! ভাগ্য ঘূৰিব কোন কোন ৰাশিৰ? পদে পদে সাফল্য পাব কোন কোন ৰাশিয়ে?

চন্দ্ৰগ্ৰহণৰ পাছতেই শুক্ৰই আনিছে ভালখবৰ! ভাগ্য ঘূৰিব কোন কোন ৰাশিৰ? পদে পদে সাফল্য পাব কোন কোন ৰাশিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.