• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘনে ঘনে নেটৱৰ্ক নাইকিয়া হৈছে? এই টিপছ মানক, ইণ্টাৰনেট স্পীড ৰকেট গতিত পাবই

ঘনে ঘনে নেটৱৰ্ক নাইকিয়া হৈছে? এই টিপছ মানক, ইণ্টাৰনেট স্পীড ৰকেট গতিত পাবই

2 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

8 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

8 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

9 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

9 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

9 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

10 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

11 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

12 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

13 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

14 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

14 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘনে ঘনে নেটৱৰ্ক নাইকিয়া হৈছে? এই টিপছ মানক, ইণ্টাৰনেট স্পীড ৰকেট গতিত পাবই

ঘনে ঘনে নেটৱৰ্ক নাইকিয়া হৈছে? এই টিপছ মানক, ইণ্টাৰনেট স্পীড ৰকেট গতিত পাবই

editor by editor
September 17, 2024
in জীৱনশৈলী, প্ৰযুক্তি, ভাৰত, লেখা
0
ঘনে ঘনে নেটৱৰ্ক নাইকিয়া হৈছে? এই টিপছ মানক, ইণ্টাৰনেট স্পীড ৰকেট গতিত পাবই
0
SHARES
482
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মোবাইলত ইণ্টাৰনেটৰ সমস্যাই দেখা দিছে? বা নেটৱৰ্কেই পোৱা নাই আপোনাৰ ফোনে? কেনেকৈ নেটৱৰ্ক আনিব আপোনাৰ ফোনত?

১. যদি নেটৱৰ্কৰ সমস্যা হয়, তেন্তে ফ্লাইট মোড অন কৰক৷ কিছুক্ষণ পাছত ফ্লাইট মোড অফ কৰি দিয়ক৷ নতুন নেটৱৰ্কত ছিগনেল ভাল ভাল পোৱা যায়৷

২. যি স্থানত নেটৱৰ্ক দুৰ্বল, সেই স্থানৰ পৰা আঁতৰি আহক৷ খোলা স্থানত থিয় হৈ মোবাইলটো চেক কৰক৷

৩. যদি ইয়াৰপাছতো নেটৱৰ্ক নাই পোৱা তেন্তে ফোনৰ নেটৱৰ্কৰ ছেটিংছত গৈ নেটৱৰ্ক ৰিচেট কৰক৷ তেতিয়াও ভাল নেটৱৰ্ক পাব পাৰে৷

৪. এইকেইটা পদ্ধতিৰেও যদি নেটৱৰ্ক নাহে তেন্তে ফোনৰ পৰা ছিম বাহিৰলৈ ওলিয়াই আকৌ নতুনকৈ বহুৱাওক৷ এই কাম কৰিলেও বহু সময়ত ভাল নেটৱৰ্ক পোৱা যায়৷

৫. বহু সময়ত মোবাইলত নেটৱৰ্ক ছেটিং বেণ্ড ঠিকে নাথাকে৷ এই ক্ষেত্ৰত ছেটিংছত গৈ মেনুৱেল, ৩ জি, ৪জি, ৫ জি নেটৱৰ্ক চিলেক্ট কৰক৷

৬. বহু সময়ত মোবাইলত ছফ্টৱেল আপডেট নাথাকিলে নেটৱৰ্কৰ সমস্যাই দেখা দিয়ে৷ সেয়ে ফোনৰ ছফ্টৱেৰ আপগ্ৰেড দেখুৱালে আপগ্ৰেড কৰি লওক৷

৭. যদি নেটৱৰ্ক খুব দুৰ্বল হয় তেন্তে অন্য নেটৱৰ্কলৈ চুইছ কৰক৷ যেনে LTEৰ পৰা 3Gবা WiFi নেটৱৰ্কলৈ চুইছ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
গ্লাছ বন্ধ কৰি বাহনত বহিলেও বিষাক্ত বায়ুৱেই সেৱন কৰে আপুনি! বাহনৰ ভিতৰতেই লুকাই থাকে কৰ্কটৰ কাৰক, কি কৈছে গৱেষকে?

গ্লাছ বন্ধ কৰি বাহনত বহিলেও বিষাক্ত বায়ুৱেই সেৱন কৰে আপুনি! বাহনৰ ভিতৰতেই লুকাই থাকে কৰ্কটৰ কাৰক, কি কৈছে গৱেষকে?

আকৌ বঢ়োৱা হ’ল আধাৰ আপডেটৰ সময়, কেনেকৈ কৰিব আবেদন? জানক সহজ উপায়

আকৌ বঢ়োৱা হ’ল আধাৰ আপডেটৰ সময়, কেনেকৈ কৰিব আবেদন? জানক সহজ উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.