• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্লাছ বন্ধ কৰি বাহনত বহিলেও বিষাক্ত বায়ুৱেই সেৱন কৰে আপুনি! বাহনৰ ভিতৰতেই লুকাই থাকে কৰ্কটৰ কাৰক, কি কৈছে গৱেষকে?

গ্লাছ বন্ধ কৰি বাহনত বহিলেও বিষাক্ত বায়ুৱেই সেৱন কৰে আপুনি! বাহনৰ ভিতৰতেই লুকাই থাকে কৰ্কটৰ কাৰক, কি কৈছে গৱেষকে?

2 years ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

38 minutes ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

2 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

3 hours ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

3 hours ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

4 hours ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

4 hours ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

5 hours ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

5 hours ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

7 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

7 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

7 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গ্লাছ বন্ধ কৰি বাহনত বহিলেও বিষাক্ত বায়ুৱেই সেৱন কৰে আপুনি! বাহনৰ ভিতৰতেই লুকাই থাকে কৰ্কটৰ কাৰক, কি কৈছে গৱেষকে?

গ্লাছ বন্ধ কৰি বাহনত বহিলেও বিষাক্ত বায়ুৱেই সেৱন কৰে আপুনি! বাহনৰ ভিতৰতেই লুকাই থাকে কৰ্কটৰ কাৰক, কি কৈছে গৱেষকে?

editor by editor
September 18, 2024
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
গ্লাছ বন্ধ কৰি বাহনত বহিলেও বিষাক্ত বায়ুৱেই সেৱন কৰে আপুনি! বাহনৰ ভিতৰতেই লুকাই থাকে কৰ্কটৰ কাৰক, কি কৈছে গৱেষকে?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাহনৰ ভিতৰতো বিপদে লগ নেৰে৷ সেয়া ব্যক্তিগত বাহনেই হওক বা কেবেই হওক৷ প্ৰতি শ্বাসতেই নাকেৰে দেহত প্ৰৱেশ কৰে বহুপৰিমানৰ ৰাসায়নিক৷ আৰু সেই ৰাসায়নিকেই কৰ্কটৰ কাৰণ৷ আমেৰিকাৰ বিজ্ঞানীসকলে গৱেষণাত এই দাবী কৰিছে৷ ‘এনভায়ৰনমেণ্টেল ছায়েন্স এণ্ড টেকনোলজি বিজ্ঞান পত্ৰিকাত এই বিষয়টোক লৈ এখন গৱেষণাপত্ৰ প্ৰকাশ কৰা হৈছে৷ বাহনৰ ভিতৰত চলিত বতাহৰ পৰাই কৰ্কটৰ আশংকা বাঢ়ে৷

আমেৰিকাৰ ডিউক বিশ্ববিদ্যালয়ৰ গৱেষকে ২০১৫ৰ পৰা ২০২২ চনৰ ভিতৰত প্ৰায় ১০১ টা বিদ্যুৎ, গেছ আৰু পেট্ৰল আৰু ডিজেলচালিত গাড়ী পৰীক্ষা কৰি এই দাবী কৰিছে৷ মুখ্য গৱেষক ৰেবেকা হেনেৰে এই সন্দৰ্ভত কয়, ‘গাড়ীৰ আসন. ষ্টিয়াৰিং তৈয়াৰ কৰিবলৈ যি ৰাসায়নিক ব্যৱহাৰ কৰা হয় তাৰ মাজৰে বহু উপাদানেই শৰীৰৰ বাবে বিপজ্জনক৷ এই সকলো ৰাসায়নিকে চালক আৰু যাত্ৰীৰ শৰীৰৰ বাবে বিষ৷ দিনৰ পাছত দিন এই সকলো ৰাসায়নিক সংস্পৰ্শ বেছি সময় ধৰি থাকিলে কৰ্কটৰ আশংকা বাঢ়ি যায়৷

বাহনৰ ভিতৰত কি কি ৰাসায়নিক পোৱা গৈছে?

ৰেবেকাই কয়, ১৯ শতাংশ বাহনত টিডিছিআইপিপি নামৰ এক ৰাসায়নিক ব্যৱহাৰ কৰা হয়, যি অগ্নিনিৰ্বাপনৰ কামত লাগে৷ এই ৰাসায়নিক শ্বাসনলীৰে সোমাই পৰিলে কৰ্কটৰ আশংকা বাঢ়ি যায়৷ ইয়াৰোপৰি বাহনৰ আসন তৈয়াৰ কৰিবলৈ যি ফোম ব্যৱহাৰ কৰা হয়, তাতেই পোৱা গৈছে টিছিআইপিপি নামৰ এক ধৰণৰ ৰাসায়নিক, যি খুব দ্ৰুতভাৱে বাহনৰ ভিতৰৰ বতাহত বিয়পি পৰে৷ এই ৰাসায়নিক কৰ্কটৰ কাৰণ হৈ পৰে৷ কেৱল কৰ্কটেই নহয়, এই ৰাসায়নিক দীৰ্ঘ সময় ধৰি শৰীৰৰ সোমাই থাকিলে স্নানু আৰু প্ৰজননতন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলায়৷ থাইৰয়েডৰ সমস্যা থাকিলে সেয়া আৰু মাৰাত্মক হৈ উঠিব পাৰে৷

ইয়াৰোপৰি এনে কিছু ৰাসায়নিক পোৱা গৈছে যি মাৰণৰোগৰ আশংকা বঢ়ায়৷ তাৰ মাজতেই এটা হৈছে টিএনবিপি আৰু এনটি ইপি৷ এই দুই ৰাসায়নিকো গাড়ীৰ ভিতৰৰ বতাহত মিহলি হৈ পৰে৷ গৰমকালত ইয়াৰ মাত্ৰা আৰু বাঢ়ি যায়৷ যিয়ে বাহন চলাই অৰ্থাৎ চালকৰ আসনৰ কাষতেই এই দুই ৰাসায়নিক বেছি মাত্ৰাত পোৱা যায় বুলি দাবী কৰিছে গৱেষকে৷ কেইবাঘণ্টা ধৰি বাহন চলালে বাহনৰ ভিতৰত বহি থকা ব্যক্তিৰ শৰীৰত ইয়াৰ প্ৰভাৱ পৰিবলৈ ধৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?
জীৱনশৈলী

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

August 5, 2026
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা
ভাৰত

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

August 5, 2026
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক
বাণিজ্য

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

August 5, 2026
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়
বাণিজ্য

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

August 5, 2026
Next Post
আকৌ বঢ়োৱা হ’ল আধাৰ আপডেটৰ সময়, কেনেকৈ কৰিব আবেদন? জানক সহজ উপায়

আকৌ বঢ়োৱা হ’ল আধাৰ আপডেটৰ সময়, কেনেকৈ কৰিব আবেদন? জানক সহজ উপায়

বিনামূলীয়াকৈ ৫লাখৰ স্বাস্থ্যবীমা দিছে চৰকাৰে, কেনেকৈ কৰিব আবেদন?

বিনামূলীয়াকৈ ৫লাখৰ স্বাস্থ্যবীমা দিছে চৰকাৰে, কেনেকৈ কৰিব আবেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.