• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

2 years ago
মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

9 minutes ago
হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

2 hours ago
‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

2 hours ago
হেলেনা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

হেলেনা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

4 hours ago
গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

4 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

5 hours ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

12 hours ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

12 hours ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

13 hours ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

14 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ...! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

editor by editor
October 27, 2024
in জীৱনশৈলী
0
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
0
SHARES
544
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কথিত আছে যে শনিদেৱ যদি আপোনাৰ ওপৰত সুখী হয় তেতিয়া আপোনাক সিংহাসন লাভৰ স্থানলৈকে লৈ যায়৷ আৰু ৰুষ্ট হ’লে আপোনাক সিংহাসখনৰ পৰা মাটিলৈকো নমাই আনিব পাৰে৷ এই কাৰণতেই শনি পূজাত কেইবাটাও নিয়ম মানি চলা হয়৷ শনিদেৱক সুখী কৰাৰ বাবে আমি বহুতেই ফুল নিবেদন কৰো কিন্তু আমি ফুল দিওতেও অজানিতে কিছু ভুল কৰি পেলাওঁ৷

শনিদেৱক সকলোধৰণৰ ফুল নিবেদন কৰা উচিত নহয়৷ কি ফুলত অতিষ্ঠ হয় শনিদেৱ? আপুনি প্ৰায়সকল দেৱ দেৱতাকেই নিশ্চয়কৈ জবা ফুলেই অৰ্পণ কৰে৷ কথিত যে ৰঙা ৰঙৰ ফুল দেৱী দুৰ্গাৰ বিশেষভাৱে প্ৰিয়৷ কিন্তু শনিৰ প্ৰিয় নহয় ৰঙা ৰং৷ সেয়ে শনি দেৱক কেতিয়াও ৰঙা ৰঙৰ ফুল অৰ্পণ কৰিব নালাগে৷ তেওঁক ৰঙা ফুল দিলে ভৱিষ্যতে সমস্যাত পৰিব পাৰে আপুনি৷

কথিত আছে যে ৰঙা ৰং মঙলৰ সৈতে সম্পৰ্কিত৷ জ্যোতিষ অনুসৰি শনি আৰু মঙলৰ মিলন শুভ বুলি ধাৰণা কৰা নহয়৷ কাৰণ আপুনি যেতিয়া শনিক ৰঙা ৰঙৰ ফুল অৰ্পণ কৰে তেতিয়া মঙলক তেওঁৰ সন্মুখত আনি থিয় কৰোৱা যেন হয়৷ যাৰ কাৰণে শনি আপোনাৰ ওপৰত ক্ষুদ্ধ হৈ পৰিব পাৰে৷

সকলো দেৱ দেৱীকেই প্ৰায়ে নাৰ্জি ফুলৰ মালা পিন্ধোৱা হয়৷ শাস্ত্ৰত কোৱা হৈছে যে নাৰ্জী ফুলৰ মালা অৰ্পণ কৰিলে ভগবানে আমাৰ ওপৰত প্ৰসন্ন হয়৷ কিন্তু শনিদেৱক নাৰ্জী ফুল নিবেদন কৰাটো অশুভ বুলি বিবেচিত হয়৷ কাৰণ হৈছে নাৰ্জী ফুল সূৰ্যৰ প্ৰতীক৷ সূৰ্যদেৱৰ সৈতে শনিৰ পিতা-পূত্ৰৰ সম্পৰ্ক আছে যদিও উভয়ৰে সম্পৰ্ক মসৃণ নহয়৷ এই পৰিস্থিতিত আপুনি যদি সূৰ্যৰ প্ৰতীক শনিদেৱক দিয়ে তেন্তে তেওঁ খং কৰাটো স্বাভাৱিক৷ এই ক্ৰোধেই আপোনাৰ জীৱনত সমস্যা আনিব পাৰে৷

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

October 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

October 27, 2026
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত
জীৱনশৈলী

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

October 26, 2026
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে
জীৱনশৈলী

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

October 26, 2026
Next Post
ADRE পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থীৰ পথ দুৰ্ঘটনা, থিতাতে নিহত পৰীক্ষাৰ্থী মিলন গগৈ

ADRE পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থীৰ পথ দুৰ্ঘটনা, থিতাতে নিহত পৰীক্ষাৰ্থী মিলন গগৈ

ভাল খবৰ, ৰাজ্যিক কৰ্মচাৰীৰ আকৌ বাঢ়িল ৩ শতাংশ DA

ভাল খবৰ, ৰাজ্যিক কৰ্মচাৰীৰ আকৌ বাঢ়িল ৩ শতাংশ DA

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.