• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাস্তু দোষে নেৰিব আপোনাকঃ অন্যৰ এই ৫সামগ্ৰী ভুলতো ব্যৱহাৰ নকৰিব

বাস্তু দোষে নেৰিব আপোনাকঃ অন্যৰ এই ৫সামগ্ৰী ভুলতো ব্যৱহাৰ নকৰিব

2 years ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

5 minutes ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

46 minutes ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

1 hour ago
‘হত শৈশৱ’

‘হত শৈশৱ’

3 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

5 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

7 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

7 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

8 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাস্তু দোষে নেৰিব আপোনাকঃ অন্যৰ এই ৫সামগ্ৰী ভুলতো ব্যৱহাৰ নকৰিব

বাস্তু দোষে নেৰিব আপোনাকঃ অন্যৰ এই ৫সামগ্ৰী ভুলতো ব্যৱহাৰ নকৰিব

editor by editor
September 25, 2024
in জীৱনশৈলী
0
বাস্তু দোষে নেৰিব আপোনাকঃ অন্যৰ এই ৫সামগ্ৰী ভুলতো ব্যৱহাৰ নকৰিব
0
SHARES
314
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণতে আমি বহুতেই বিভিন্ন সময়ত বিভিন্ন প্ৰয়োজনত অন্যৰ সামগ্ৰী ব্যৱহাৰ কৰি থাকো৷ সাধাৰণভাৱে এয়া খুবেই সাধাৰণ ঘটনা বুলিয়েই ধৰা হয়৷ কিন্তু বাস্তুশাস্ত্ৰই কৈছে অন্য কথা৷ বাস্তুমতে এনে কিছু কিছু সামগ্ৰী আছে যিসমূহ কোনোকাৰণতে অন্যৰ ব্যৱহাৰ কৰিব নালাগে৷ এই অন্যৰ সামগ্ৰী ব্যৱহাৰ কৰিলে বাস্তুদোষ তৈয়াৰ হ’ব পাৰে৷ এই নিগেটিভ এনাৰ্জিৰ অশুভ প্ৰভাৱ আমাৰ জীৱনৰ পৰি নানান সমস্যাৰ সৃষ্টি কৰে৷ জানি থওক অন্যৰ কি কি সামগ্ৰী ভুলতো ব্যৱহাৰ কৰা উচিত নহয়৷

ঘড়ী

সময় চোৱাৰ বাবে ষ্টাইল ষ্টেটমেণ্ট হিচাপে হাতত আমি ঘড়ী পৰিধান কৰো৷ অন্যৰ ঘড়ীও নানান সময়ত আমি ব্যৱহাৰ কৰো৷ মাতৃ, পিতৃ, বায়েক বন্ধু বান্ধৱীৰ ঘড়ী আমি বহুতেই ব্যৱহাৰ কৰো৷ কিন্তু বাস্তুবিদে জনোৱা অনুসৰি অন্যৰ ঘড়ী পিন্ধিলে দুৰ্ভাগ্যৰ চিকাৰ হ’ব পাৰে৷ অন্যৰ ঘড়ী হাতত পিন্ধিলে আপোনাৰ বেয়া সময় আৰম্ভ হয় বুলি শাস্ত্ৰত উল্লেখ আছে৷

আঙঠি

অন্যৰ আঙঠি কেতিয়াও পৰিধান কৰিব নালাগে৷ বাস্তু অনুসৰি এয়া কোনো ভাল অভ্যাস নহয়৷ অন্যৰ আঙঠি যদি আপুনি নিজৰ আঙুলিত পৰিধান কৰে তেন্তে আপোনাৰ ভাগ্যৰ ওপৰত প্ৰভাৱ পৰিব৷ অন্যৰ আঙঠি পিন্ধিলে তেওঁৰ অশুভ প্ৰভাৱ আপোনাৰ গালৈ আহে৷

পোছাক

অন্যই পিন্ধা পোছাক কেতিয়াও পৰিধান নকৰিব৷ অন্যৰ পোছাক যদি নিতান্তই পিন্ধিব লগা হয় তেন্তে চাবোনেৰে ধুই ল’ব৷ অন্যথা এয়াই আপোনাৰ দুৰ্ভাগ্যৰ কাৰণ হৈ উঠিব পাৰে৷ এই কাম কৰিলে নানান প্ৰতিকূল পৰিস্থিতিৰ মুখত পৰিব পাৰে৷

বিছনা

বাস্তুশাস্ত্ৰ অনুসৰি অন্যৰ বিছনাত নুশুব৷ অন্যৰ বিছনাত বহিলে ক্ষতি নাই কিন্তু শুব নালাগে৷ যদি অন্যৰ বিছনাত বহিলে কোনো ক্ষতি নাই৷ অন্যৰ বিছনাত শুলেও বেডছিট সলনি কৰিব৷

কলম

স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে বহুতেই এজনে আনজনৰ সৈতে কলমৰ সালসলনি কৰে৷ কিন্তু বাস্তুশাস্ত্ৰই কৈছে যে অন্য কাৰোবাৰ কলমেৰে লিখিলেও জীৱনত অশুভ প্ৰভাৱ পৰে৷ অন্যৰ কলম ব্যৱহাৰ কৰিলে পেছাগত জীৱনত ক্ষতি হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
দিল্লীত আটক দুলাল বৰা! ক’ত কেনেকৈ আত্মগোপন কৰিছিল দুলালে?

দিল্লীত আটক দুলাল বৰা! ক’ত কেনেকৈ আত্মগোপন কৰিছিল দুলালে?

বুধ-শুক্ৰ-শনি মিলি গঠন কৰিছে মূল ত্ৰিকোণ ৰাজযোগ, সকলো মিলি ধন হাতলৈ আনিব ৫ৰাশিৰ

বুধ-শুক্ৰ-শনি মিলি গঠন কৰিছে মূল ত্ৰিকোণ ৰাজযোগ, সকলো মিলি ধন হাতলৈ আনিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.