• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধ-শুক্ৰ-শনি মিলি গঠন কৰিছে মূল ত্ৰিকোণ ৰাজযোগ, সকলো মিলি ধন হাতলৈ আনিব ৫ৰাশিৰ

বুধ-শুক্ৰ-শনি মিলি গঠন কৰিছে মূল ত্ৰিকোণ ৰাজযোগ, সকলো মিলি ধন হাতলৈ আনিব ৫ৰাশিৰ

2 years ago
বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

51 minutes ago
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

2 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

2 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

3 hours ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

4 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

5 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

7 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

7 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বুধ-শুক্ৰ-শনি মিলি গঠন কৰিছে মূল ত্ৰিকোণ ৰাজযোগ, সকলো মিলি ধন হাতলৈ আনিব ৫ৰাশিৰ

বুধ-শুক্ৰ-শনি মিলি গঠন কৰিছে মূল ত্ৰিকোণ ৰাজযোগ, সকলো মিলি ধন হাতলৈ আনিব ৫ৰাশিৰ

editor by editor
September 25, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বুধ-শুক্ৰ-শনি মিলি গঠন কৰিছে মূল ত্ৰিকোণ ৰাজযোগ, সকলো মিলি ধন হাতলৈ আনিব ৫ৰাশিৰ
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত ২৩ ছেপ্টেম্বৰত কন্যা ৰাশিত গোচৰ কৰিছে বুধে৷ কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ নিজেই৷ অন্যহাতে বিগত ১৮ ছেপ্টেম্বৰৰ পৰা শুক্ৰই অৱস্থান কৰিছে তুলা ৰাশিত৷ তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ আকৌ বিগত ১৭ জানুৱাৰীৰ পৰা শনিয়ে কুম্ভ ৰাশিত বিৰাজ কৰিছে৷ অৰ্থাৎ বুধ, শুক্ৰ আৰু শনি এই তিনি গ্ৰহে বৰ্তমান নিজৰ ঘৰত আছে৷ এই তিনি গ্ৰহই স্বৰাশিত থকাত গঠিত হৈছে মূল ত্ৰিকোণ ৰাজযোগ৷ এই তিনি গ্ৰহৰ সুপ্ৰভাৱ পাঁচ ৰাশিত জাতকৰ ওপৰত পৰিছে৷ জ্যোতিষ গণনা অনুসৰি মূল ত্ৰিকোণ ৰাজযোগৰ প্ৰভাৱত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷ জানি থওক তালিকা৷

মেষ ৰাশি

মূল ত্ৰিকোণ ৰাজযোগৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব মেষ ৰাশিৰ জাতকৰ৷ যি কামেই কৰক আপোনাৰ ধনৰ অভাৱ নহ’ব৷ যিসকলে ব্যৱসায় আৰম্ভ কৰিব খুজিছে তেওঁলোকেও এই সময়ত মূলধনৰ অভাৱত নুভোগে৷ কাৰ্যালয়ত পদোন্নতি লাভৰ যোগ আছে৷ সৰু ভায়েক ভনীয়েকৰ পৰা সহায় লাভ কৰিব৷

কন্যা ৰাশি

কন্যা ৰাশিতেই বৰ্তমান অৱস্থান কৰিছে বুধে৷ বুধ কন্যা ৰাশিৰ অধিপতি গ্ৰহ হোৱাত বুধৰ প্ৰভাৱ এই সময়ত নানান দিশৰ পৰা লাভৱান হ’ব এই ৰাশিৰ জাতকে৷ মূল ত্ৰিকোণ ৰাজযোগৰ প্ৰভাৱত আপোনাৰ অৰ্থনৈতিক অৱস্থা মজবুত হ’ব৷ কোনো ভাল খবৰ পাব পাৰে কন্যা ৰাশিৰ জাতকে৷ বিদেশ যাত্ৰাৰ পৰা লাভৱান হ’ব৷ ব্যৱসায়ত উন্নতি কৰাৰ যোগ আছে৷

তুলা ৰাশি

তুলা ৰাশিত গোচৰ কৰিছে শুক্ৰই৷ তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ নিজেই৷ মূল ত্ৰিকোণ ৰাজযোগৰ প্ৰভাৱত এই সময়ত দুৰ্দান্ত লাভ হ’ব তুলা ৰাশিৰ জাতকৰ৷ সকলো আইডিয়াৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰিব পাৰিব৷ ব্যৱসায়ত কোনো বৃহৎ চুক্তি স্বাক্ষৰ কৰিব তুলা ৰাশিৰ জাতকে৷ নতুন চাকৰিৰ প্ৰস্তাৱো পাব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিত গোচৰ কৰিছে শনিয়ে৷ মূল ত্ৰিকোণ ৰাজযোগৰ প্ৰভাৱত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ শনিয়ে এই সময়ত আপোনাৰ সাফল্যৰ পথৰ সকলো দুৱাৰ খুলিব৷ উপাৰ্জন পথ খুলিব৷ মোটা অংকৰ ধনৰ বিনিময়ত চাকৰি পাব৷ বুদ্ধি খটুৱাই সিদ্ধান্ত ল’লে কাংখিত চাকৰি আপুনি পাব৷ ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ জাতকে মোকৰ্দমাত সফল হ’ব৷ মূল ত্ৰিকোণ ৰাজযোগৰ প্ৰভাৱত এই সময়ত আইনী জটিলতাৰ পৰা মুক্তি পাব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ মীন ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ কৰোবাত বিনিয়োগ কৰিলে দ্বিগুণ লাভ পাব৷ নিজৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!
জীৱনশৈলী

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

April 27, 2026
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!
জীৱনশৈলী

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

April 27, 2026
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

April 27, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

April 27, 2026
Next Post
GMCHত জন্মৰ সময়তে তিনি টুকুৰা হৈ ভাঙিল নৱজাতকৰ হাত

GMCHত জন্মৰ সময়তে তিনি টুকুৰা হৈ ভাঙিল নৱজাতকৰ হাত

জাপানক পিছ পেলাই তৃতীয় মহাশক্তিৰ দেশ ভাৰত, শীৰ্ষ দুই স্থানত কোন

জাপানক পিছ পেলাই তৃতীয় মহাশক্তিৰ দেশ ভাৰত, শীৰ্ষ দুই স্থানত কোন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.