• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তালিবানক সমৰ্থনৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ১৪জন লোক

তালিবানক সমৰ্থনৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ১৪জন লোক

5 years ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

9 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

9 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

10 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

10 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

11 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

12 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

13 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

13 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

14 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

15 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

16 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

তালিবানক সমৰ্থনৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ১৪জন লোক

editor by editor
August 21, 2021
in অপৰাধ, অসম, গুৱাহাটী
0
তালিবানক সমৰ্থনৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ১৪জন লোক
0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কুখ্যাত তালিবানৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত প্ৰচাৰ চলোৱা ১৪ গৰাকী অসমৰ যুৱকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ ৰাজ্যৰ ১০খন জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে যুৱককেইজনক৷ ১৭ টা ফেচবুক প্ৰফাইল চিনাক্ত কৰি ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷ গ্ৰেপ্তাৰ হৈছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, মৌলানা৷ মঙলদৈৰ পৰা গ্ৰেপ্তাৰ হৈছে মৌলানা ফজলুল কৰিম কাছিমি৷ কাছিমিৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত তালিবানৰ বিষয়সমূহ প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ জমিয়টত অসমৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ উপৰি AIUDFৰ সম্পাদকৰ দায়িত্বত আছে মৌলানা ফজলুল কৰিম কাছিমি৷ ডবকাত গ্ৰেপ্তাৰ মৌলানা বচিৰ উদ্দিন লস্কৰ৷ অৱসৰপ্ৰাপ্ত শিক্ষক বচিৰ উদ্দিন লস্কৰ৷ তালিবানক সমৰ্থনৰ অপৰাধত গ্ৰেপ্তাৰ ধুবুৰীৰ ছৈয়দ আহমেদ আৰু আৰমান হুছেইন৷ তালিবানক সমৰ্থন কৰি আৰক্ষীৰ জালত মেডিকেলৰ ছাত্ৰ৷ হাইলাকান্দি আৰক্ষীয়ে আটক কৰিছে তালিবানৰ উগ্ৰ সমৰ্থক তেজপুৰ মেডিকেল কলেজৰ ছাত্ৰ নাদিম আখতাৰক৷ তৃতীয় বৰ্ষত অধ্যয়ন কৰি আছিল ছাত্ৰগৰাকীয়ে৷ ছ’চিয়েল মিডিয়াত তালিবানক লৈ প্ৰচাৰ কৰিছিল এটা ভিডিঅ’৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৰ্তমানলৈকে গ্ৰেপ্তাৰ হৈছে ১৪গৰাকী লোক৷ অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান৷ গ্ৰেপ্তাৰ কৰা লোকসকলক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷

@assampolice has arrested 14 persons for social media posts regarding Taliban activities that have attracted provisions of law of the land.People are advised to be careful in posts/likes etc on social media platforms to avoid penal action @CMOfficeAssam @DGPAssamPolice @HMOIndia pic.twitter.com/iQaKTXP74x

— GP Singh (@gpsinghips) August 21, 2021

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 14 people arrestasom live 24assam live 24assam policeaxom live 24taliban
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

October 21, 2026
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
Next Post
বৰ্তমান সুৰক্ষিত কাবুলত অপহৃত ১৫০ গৰাকী ভাৰতীয়

বৰ্তমান সুৰক্ষিত কাবুলত অপহৃত ১৫০ গৰাকী ভাৰতীয়

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত শিৱসাগৰ

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত শিৱসাগৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.