• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি, গোলাৱ চান্দ কাটাৰিয়া পাঞ্জাৱৰ ৰাজ্যপাল, অসমৰ ৰাজ্যপাল কোন !

১০ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি, গোলাৱ চান্দ কাটাৰিয়া পাঞ্জাৱৰ ৰাজ্যপাল, অসমৰ ৰাজ্যপাল কোন !

2 years ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

25 minutes ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

1 hour ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

2 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

3 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

4 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

4 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

5 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

6 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

6 hours ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

14 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

15 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১০ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি, গোলাৱ চান্দ কাটাৰিয়া পাঞ্জাৱৰ ৰাজ্যপাল, অসমৰ ৰাজ্যপাল কোন !

editor by editor
July 28, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
১০ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি, গোলাৱ চান্দ কাটাৰিয়া পাঞ্জাৱৰ ৰাজ্যপাল, অসমৰ ৰাজ্যপাল কোন !
0
SHARES
591
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি, গোলাৱ চান্দ কাটাৰিয়া পাঞ্জাৱৰ ৰাজ্যপাল, অসমৰ ৰাজ্যপাল কোন !

কালি ২৭ জুলাই তাৰিখ শনিবাৰে দেশৰ ১০ ৰাজ্যৰ নতুন ৰাজ্যপালৰ নাম ঘোষণা কৰা হয়। সেই অনুসৰি অসমৰ ৰাজ্যপাল গোলাৱ চান্দ কাটাৰিয়া এতিয়া পাঞ্জাৱৰ ৰাজ্যপাল। অসমত নিযুক্তি পাইছে নতুন ৰাজ্যপাল। তাৰোপৰি অসমৰ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল নিযুক্তি।

এতিয়াৰ পৰা অসমৰ নতুন ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য। চিকিমৰ ৰাজ্যপালগৰাকী এতিয়াৰ পৰা অসমৰ ৰাজ্যপাল। মণিপুৰৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে তেখেতৰ হাতত।

বাৰাণসৰ লক্ষণ প্ৰসাদ আচাৰ্য এগৰাকী শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰাৰ লগতে পোনতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৈতে জড়িত আছিল। পাছলৈ দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰে। ছিমলা বুজাবুজি আন্দোলনত ভাগ লোৱা , দেশৰ জৰুৰীকালিন অৱস্থা আদিত সক্ৰিয় ভাৱে জড়িত আছিল।

১৯৭৭ চনৰ ২২ জুৱ তাৰিখে আচাৰ্যই শিশু শিক্ষা গাঁৱৰ দিশে নামেৰে এক অভিযান আৰম্ভ কৰিছিল। যাৰ উদ্দেশ্য আছিল গাঁঁওবোৰত শিক্ষা বিয়পোৱা। যাৰ ফলত উত্তৰ প্ৰদেশৰ বহু ঠাইত বিদ্যালয় খোলা প্ৰথম ব্যক্তি হিচাপে বিশেষ সুনাম গঢ়ে। পাছলৈ তেখেত হিন্দু পৰিষদৰ অংশ হৈ পৰে।

আৰ এচ এচ আৰু হিন্দু পৰিষদৰ সদস্য হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ সৈতেও জড়িত হৈ থাকে। ১৯৯৬ চনত বাৰাণসৰ বিজেপিৰ জিলা অধক্ষ্য হৈ পৰে। তেতিয়াৰে পৰা বিজেপিৰ সৈতে ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ থাকি অৱশেষত ২০২৩ বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত চিকিমৰ ১৭ সংখ্যক ৰাজ্যপাল নিযুক্ত হয়। এইবাৰ ২০২৪ বৰ্ষৰ ২৭ জুলাইত অসমৰ ৰাজ্যপাল নিযুক্তি পায়।

পাঞ্জাৱ আৰু অসমৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অন্য ৮ খন ৰাজ্যৰো নতুন ৰাজ্যপাল নিযুক্তি দিয়ে- ছিকিমৰ নতুন ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যপাল ৰাধাকৃষ্ণন, সন্তোষ কুমাৰ গংগৱাৰ ঝাৰখণ্ডৰ ৰাজ্যপাল, জিষ্ণু দেৱ ভাৰ্মা তেলেংগানাৰন ৰাজ্যপাল, হৰিভৌ কিষানৰাও বাগডেক ৰাজস্থানলৈ, ৰমেন ডেকাক ছত্তীশগড়লৈ আৰু চি.এইচ. বিজয়শংকৰক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam GovernorGovernor Of AssamGulab Chand Katariya PunjabLaksham Prashad AcharyaNew Governor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন
জীৱনশৈলী

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

March 22, 2026
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
জীৱনশৈলী

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

March 22, 2026
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?
জীৱনশৈলী

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

March 22, 2026
Next Post
অতিকে শোকাৱহ, IAS হোৱাৰ আশাৰে পুথিভঁৰালত পঢ়ি আছিল, তেনেতে পানী সোমাই আহি প্ৰাণ কাঢ়িলে ৩ ছাত্ৰীৰ

অতিকে শোকাৱহ, IAS হোৱাৰ আশাৰে পুথিভঁৰালত পঢ়ি আছিল, তেনেতে পানী সোমাই আহি প্ৰাণ কাঢ়িলে ৩ ছাত্ৰীৰ

কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.