অসম লাইভ ২৪ঃ মহানগৰৰ বাইক চালকসকল সজাগ হওঁক। ১ ডিচেম্বৰৰ পৰা হেলমেট অবিহনে বাইক নচলাব। অন্যথা ভৰিব লাগিব ১ হাজাৰ টকা। বাজেয়াপ্ত হ’ব পাৰে অনুজ্ঞাপত্ৰ৷ ১ ডিচেম্বৰৰ পৰা বাধ্যতামূলক হেলমেট পৰিধান৷ বাইক চালকৰ উপৰিও আৰোহীয়ে পিন্ধিব লাগিব হেলমেট৷ পৰিবহণ বিষয়া গৌতম দাস, এনফৰ্চমেণ্ট বিষয়া হিমাংশু দাসৰ তৎপৰতা৷
Click Here for more:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ