• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঞ্জীৱনী নাৰ্চিং হোমৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ, আধাঘণ্টাৰ ভিতৰত মৃত্যু হ’ব বুলি কোৱা ৰোগী উঠি বহিল বিচনাত

সঞ্জীৱনী নাৰ্চিং হোমৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ, আধাঘণ্টাৰ ভিতৰত মৃত্যু হ’ব বুলি কোৱা ৰোগী উঠি বহিল বিচনাত

5 years ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

2 minutes ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

32 minutes ago
শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

47 minutes ago
শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

2 hours ago
শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

2 hours ago
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

3 hours ago
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

3 hours ago
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

4 hours ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

13 hours ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

14 hours ago
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

14 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সঞ্জীৱনী নাৰ্চিং হোমৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ, আধাঘণ্টাৰ ভিতৰত মৃত্যু হ’ব বুলি কোৱা ৰোগী উঠি বহিল বিচনাত

editor by editor
September 12, 2021
in অসম, গুৱাহাটী
0
সঞ্জীৱনী নাৰ্চিং হোমৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ, আধাঘণ্টাৰ ভিতৰত মৃত্যু হ’ব বুলি কোৱা ৰোগী উঠি বহিল বিচনাত
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ধনৰ অভাৱত ICUৰ পৰা আধাতে উলিয়াই অনা মৃত্যুমুখী ৰোগী ঘৰলৈ আহি হৈ পৰে সম্পূৰ্ণ সুস্থ৷ ৬ দিন পৰ্যন্ত চিকিৎসকে ICUত ৰাখিছিল চাবুৱাৰ ৰবীন গোহাঁইক৷ ভেণ্টিলেটৰ খুলি দিলেই আধাঘণ্টাৰ ভিতৰত মৃত্যু হ’ব বুলি চিকিৎসকে  নিশ্চিতকৈ জনাইছিল ৰোগীৰ আত্মীয়ক৷ কিন্তু চাবুৱাৰ ৭৪ বছৰীয়া  ৰবীন গোহাঁই এতিয়া সম্পূৰ্ণ সুস্থ৷ ৪ ছেপ্টেম্বৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা পাছতেই চিকিৎসকে পোনে পোনে ICU লৈ প্ৰেৰণ কৰিছিল ৰবীন গোহাঁইক৷ ৪ৰ পৰা ৯ ছেপ্টেম্বৰলৈকে ICUত আছিল ব্যক্তিগৰাকী৷  কিন্তু স্বাস্থ্যৰ একো উন্নতি নেদেখি অৰ্থৰ অভাৱত অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ লৈ স্থানান্তৰ কৰিব বিচৰা পৰিয়ালটোক ভেণ্টিলেটৰ খুলি দিলেই আধাঘণ্টাৰ ভিতৰত ৰোগীৰ মৃত্যু হ’ব বুলি নিশ্চিত কৰিছিল চিকিৎসকে৷ চিকিৎসকৰ কথা মতেই বৃদ্ধগৰাকীক পৰিয়ালৰ লোকে ঘৰলৈ লৈ আহে৷ ঘৰলৈ অহাৰ পাছতেই ক্ৰমাৎ সুস্থ হৈ পৰে ৰোগী ৰবীন গোহাঁই৷ সম্প্ৰতি ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিং হোমৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ তুলিছে ৰোগীৰ পৰিয়ালে৷ icuত ৰোগীক ৰখাৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ ব্যক্তিগত নাৰ্চিংহোমখনৰ বিৰুদ্ধে৷ চিকিৎসাৰ নামত লক্ষাধিক টকাৰ লুণ্ঠন চলোই পৰিয়ালটোক হাৰাশাস্তি কৰাৰ অভিযোগত নাৰ্চিংহোমখনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24sanjivani hospital dibrugarh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান
অপৰাধ

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?
অসম

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

May 6, 2026
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
অসম

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

May 5, 2026
Next Post
স্বয়ং মুখ্যমন্ত্ৰীৰ চহী জাল

স্বয়ং মুখ্যমন্ত্ৰীৰ চহী জাল

মূৰত চুলিৰ সলনি সোণৰ চেইন, অনুৰাগীৰ মাজত চৰ্চিত ডেন চাৰৰ ‘নিউ লুক’

মূৰত চুলিৰ সলনি সোণৰ চেইন, অনুৰাগীৰ মাজত চৰ্চিত ডেন চাৰৰ ‘নিউ লুক’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.