• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ জন্মনিয়ন্ত্ৰক ঔষধত ৯৯ শতাংশ সফলতা! বজাৰত কেতিয়াৰে পৰা উপলব্ধ হ’ব এই ঔষধ, ইয়াৰ ফলত পুৰুষত্বৰ ক্ষতি হ’ব নেকি?

পুৰুষৰ জন্মনিয়ন্ত্ৰক ঔষধত ৯৯ শতাংশ সফলতা! বজাৰত কেতিয়াৰে পৰা উপলব্ধ হ’ব এই ঔষধ, ইয়াৰ ফলত পুৰুষত্বৰ ক্ষতি হ’ব নেকি?

12 months ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

22 minutes ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

49 minutes ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

1 hour ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

2 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

3 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

4 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

5 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

6 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

8 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৰুষৰ জন্মনিয়ন্ত্ৰক ঔষধত ৯৯ শতাংশ সফলতা! বজাৰত কেতিয়াৰে পৰা উপলব্ধ হ’ব এই ঔষধ, ইয়াৰ ফলত পুৰুষত্বৰ ক্ষতি হ’ব নেকি?

পুৰুষৰ জন্মনিয়ন্ত্ৰক ঔষধত ৯৯ শতাংশ সফলতা! বজাৰত কেতিয়াৰে পৰা উপলব্ধ হ’ব এই ঔষধ, ইয়াৰ ফলত পুৰুষত্বৰ ক্ষতি হ’ব নেকি?

editor by editor
April 19, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
পুৰুষৰ জন্মনিয়ন্ত্ৰক ঔষধত ৯৯ শতাংশ সফলতা! বজাৰত কেতিয়াৰে পৰা উপলব্ধ হ’ব এই ঔষধ, ইয়াৰ ফলত পুৰুষত্বৰ ক্ষতি হ’ব নেকি?
0
SHARES
745
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত দিনত জন্মনিয়ন্ত্ৰক ঔষধ বা কনট্ৰাছেপ্টিভ পিল কেৱল মহিলাৰ বাবেই আছিল আৰু মহিলায়েই এই ঔষধ সেৱন কৰিছিল৷ সেই নিয়মৰ এইবাৰ সলনি ঘটিব৷ বজাৰত শীঘ্ৰেই উপলব্ধ হ’ব পুৰুষ কনট্ৰাছেপ্টিভ পিল৷ জন্ম নিয়ন্ত্ৰণৰ বাবে আৰু পুৰুষে অন্য পন্থা লোৱাৰো প্ৰয়োজন নাথাকিব৷ এটা পিলতেই দূৰ হ’ব সমস্যা৷ এই ঔষধ খালে পুৰুষত্ব কমি যাব বুলি বহু পুৰুষৰ মনলৈ চিন্তা আহিছিল যদিও সেই চিন্তাও দূৰ কৰিছে গৱেষকে৷ গৱেষকে জনাইছে যে সাময়িকভাৱে শুক্ৰাণু উৎপাদন বন্ধ কৰি জন্ম নিয়ন্ত্ৰণত সহায় কৰাহে এই পিলৰ উদ্দেশ্য৷ এই ঔষধে পুৰুষত্বত কোনো ক্ষতি নকৰে৷

অসুৰক্ষিত যৌন মিলনৰ পাছতেই সন্তানধাৰণৰ সম্ভাৱনা কমাবলৈ মহিলাসকলে সংগমৰ প্ৰায় ৭২ ঘণ্টাৰ ভিতৰত গৰ্ভনিৰোধক ঔষধ খায়৷ এই ধৰণৰ ঔষধ খালে গৰ্ভধাৰণৰ সম্ভাৱনা ৯০শতাংশ কমি যায়৷ এইবাৰ পুৰুষৰ বাবেও সেই ব্যৱস্থা অনা হৈছে৷ নিউয়ৰ্কৰ কলম্বিয়া ইউনিভাৰ্ছিটি আৰু ইউৰচয়েছ থেৰাপিউটিক্স নামৰ এগৰাকী বায়োফাৰ্মাচিউটিকেল কোম্পানীয়ে যৌথভাৱে পুৰুষৰ জন্মনিৰোধক পিলক লৈ গৱেষণা কৰিছে৷ জনা গৈছে, পুৰুষ এন্দুৰ বা বান্দৰৰ ওপৰত পৰীক্ষা সফল হোৱাৰ পাছত নিউয়ৰ্কৰ বহু মানুহৰ শৰীৰতেই ঔষধটিৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা হয়৷ জন্ম নিয়ন্ত্ৰণৰ বাবে পুৰুষে ভাছেক্টমিৰ সহায় লৈছিল৷ এই পিলটোৰ পৰা উপকৃতৰ হোৱা বুলি দাবী কৰিছিল৷ মানুহৰ শৰীৰৰ পৰীক্ষাত ৯৯ শতাংশ সফল হৈছে বুলি দাবী কৰিছে নিউয়ৰ্কৰ বিজ্ঞানীসকলে৷ এই গৱেষণাৰ খবৰ নেচাৰ মেডিচিন জাৰ্নেলত প্ৰকাশ কৰা হৈছে৷

ঔষধবিধৰ নাম হৈছে ৱাইচিটি-৫২৯৷ কোনো ধৰণৰ হৰমণ দি এই ঔষধ তৈয়াৰ কৰা হোৱা নাই৷ ইয়াৰ কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া নাই বুলিয়েই দাবী কৰিছে গৱেষকে৷ গৱেষণাগাৰত এন্দুৰ আৰু বান্দৰৰ ওপৰত তিনি পৰ্যায়ৰ ট্ৰায়েল কৰি দেখা গৈছে যে এন্দুৰক ঔষধ খুওৱাৰ পাছৰ চাৰি সপ্তাহৰ মাজত জন্ম নিয়ন্ত্ৰণ হৈচে আৰু বান্দৰৰ ক্ষেত্ৰত কাম হৈছে এসপ্তাহলৈ৷ পুৰুষৰ ক্ষেত্ৰত এই জন্মনিয়ন্ত্ৰক ঔষধৰ কাম হৈছে সাময়িকভাৱে শুক্ৰাণুৰ সংখ্যা কমাই তোলা৷ অৰ্থাৎ শুক্ৰাণুৰ উৎপাদন সাময়িকভাৱে কমাই দিয়া বা বন্ধ কৰি দিয়া৷ ঔষধ খোৱা বন্ধ কৰিলে আকৌ কেইটামান দিনৰ ভিতৰতেই স্বাভাৱিকভাৱে শুক্ৰাণু উৎপাদন হ’ব৷ ঔষধ খালে পুৰুষত্বৰ কোনো ক্ষতি হ’ব নেকি সেই বিষয়ত কি মত বিজ্ঞানীৰ?

এটা সময় আছিল যেতিয়া জন্মনিয়ন্ত্ৰণৰ বাবে নাৰীৰ ওপৰতেই প্ৰয়োগ কৰা হৈছিল বিভিন্ন ঔষধ৷ কিন্তু সময় সলনি হৈছে৷ সময়ৰ সৈতে সলনি হৈছে দৃষ্টিভংগীও৷ ভাছেক্টমি বেছ পৰিচিত হৈ উঠিছে সমাজৰ নানান স্তৰত৷ পুৰুষৰ জন্মনিৰোধক ঔষধ আহিলে সমাজত তাৰ কি প্ৰভাৱ পৰিব সেই বিষয়ক লৈ পূৰ্বেও বহু তৰ্কবিতৰ্ক হৈছে৷ অধিকাংশই ভাৱিছে যে মহিলাসকলৰ দৰে তেওঁলোকেও যদি জন্মনিৰোধক ঔষধ খোৱা আৰম্ভ কৰে তেতিয়া পুৰুষত্বই হয়তো নাথাকিব৷ গৱেষকে জনাইছে যে এই ধৰণৰ কোনো সমস্যাই নহয়৷ বৰং জন্ম নিয়ন্ত্ৰণৰ ওপৰিও যৌনৰোগ নিয়ন্ত্ৰণত সহায় কৰিব এই ঔষধে৷ সকলো ঠিকে থাকিলে চিকিৎসাবিজ্ঞানৰ ইতিহাসত এক যুগান্তকাৰী আৱিষ্কাৰেই হ’ব এই ঔষধ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
Next Post
বিৰল চতুৰ্গ্ৰহী যোগত মহাদেৱৰ আশীৰ্বাদ পাব! ৫ৰাশিৰ ভাগ্যত আজি টকাই টকা! ধনবৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

বিৰল চতুৰ্গ্ৰহী যোগত মহাদেৱৰ আশীৰ্বাদ পাব! ৫ৰাশিৰ ভাগ্যত আজি টকাই টকা! ধনবৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

যুদ্ধইনো কি বুজে জীৱনৰ মূল্য! বৃহস্পতিবাৰে বিবাহ আছিল, বুধবাৰে ইজৰাইলী সেনাৰ বিমান আক্ৰমণত মৃত্যু গাজাৰ তৰুণী সাংবাদিকৰ

যুদ্ধইনো কি বুজে জীৱনৰ মূল্য! বৃহস্পতিবাৰে বিবাহ আছিল, বুধবাৰে ইজৰাইলী সেনাৰ বিমান আক্ৰমণত মৃত্যু গাজাৰ তৰুণী সাংবাদিকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.