• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

3 years ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

15 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

15 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

15 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

16 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ক্ষীণ নে শকত ছোৱালী পচন্দ পুৰুষৰ? সমীক্ষাত পোহৰলৈ আহিছে আচল ৰহস্য

16 hours ago
World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

18 hours ago
IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

19 hours ago
নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

19 hours ago
ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

20 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং পৰিৱৰ্তন… আওকাণ নকৰিব এই লক্ষণ

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং পৰিৱৰ্তন… আওকাণ নকৰিব এই লক্ষণ

20 hours ago
ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

21 hours ago
দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

editor by editor
September 22, 2023
in ভাৰত, লেখা
0
পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক
0
SHARES
619
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুৰ্গা পুজা বুলিলেই পশ্চিমবংগৰ পুজালৈকে সকলোৱে মনত পেলাই। কলকাতাৰ সোনাগাছিতো এইবাৰ বিশেষভাৱে আয়োজন কৰা হৈছে দূৰ্গাপুজা। যৌনকৰ্মীসকলে পালন কৰা পুজাখনৰ এইবাৰ ১১ বছৰ সম্পূৰ্ণ হৈছে। বিগত বৰ্ষৰ পৰা সোনাগাছিৰ পুজা বিশেষভাৱে থিম পুজালৈকে ৰূপান্তৰ হৈছে। প্ৰত্যেকবাৰেই এই পুজাৰ থিমেৰে এটা সামাজিক বাৰ্তা দিবলৈ যত্ন কৰে সোনাগাছিৰ যৌনকৰ্মীসকলে। এইবাৰো তেঁওলোকে বিশেষভাৱে থিম পুজাৰ আয়োজন কৰিছে। উত্তৰ কলকাতাৰ দুৰ্গাচৰণ মিত্ৰ ষ্ট্ৰীট, অবিনাশ কবিৰাজ ষ্ট্ৰীট আৰু শেঠবাগান, ৰামবাগান গলিত পুজাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। তেওঁলোকৰ পুজাৰ থামৰ কথাও ইতিমধ্যে জনাইছে। সোনাগাছিৰ যৌনকৰ্মীয়ে সগৰ্বে ঘোষণা কৰিছে, ‘আমাৰ পুজাৰ থিম আমাৰ নিজৰ মুখেই’।

কলকাতাৰ প্ৰায়সমূহ ডাঙৰ পুজাত থিমৰ ওপৰিও ব্ৰেণ্ড এম্বেচাডৰ নিয়োগ কৰা হয়। অভিনেতা অভিনেত্ৰীৰ পৰা মডেললৈকে বহুতেই কোনো এখন পুজাৰ ব্ৰেণ্ড এম্বেচাডৰো হয়। কিন্তু সোনাগাছিৰ পুজাত তেওঁলোকে কোনো ব্ৰেণ্ড এম্বেচাডৰ লোৱা নাই। তাৰ পৰিবৰ্তে তেওঁলোকে নিজেই একোগৰাকী ব্ৰেণ্ড এম্বেচাডৰ ৰূপে পুজাৰ প্ৰচাৰ চলাইছে। নিজেই মডেল হৈ ফটোশ্বুটতো অংশ লৈছে যৌনকৰ্মী একোগৰাকীয়েই। এইবাৰ কলকাতাৰ বিভিন্ন স্থানত দেখা গৈছে সোনাগাছিৰ পুজাৰ বৃহৎ বৃহৎ হৰ্ডিঙো। সেই হৰ্ডিঙসমূহত দুৰ্গাৰ মূৰ্তিৰ সৈতে আছে যৌনকৰ্মীৰ ফটোও।

প্ৰচাৰত বিশেষভাৱে মডেল হিচাপে আছে যৌনকৰ্মী তথা সোনাগাছী পুজাৰ সম্পাদক বিশাখা লস্কৰ। তেওঁ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যত কয়, ‘যিমানেই আমাক শ্ৰমৰ মৰ্যাদা নিদিয়ক কিয় আমাক পৃথক দৃষ্টিৰেই চোৱা হয়। সেয়ে আমি ঠিক কৰিছো আমি বেলেগৰ মুখ লৈ আমাৰ পুজাৰ প্ৰচাৰ নচলাও। আমি নিজেই নিজৰ মুখ লৈয়েই আমাৰ পুজাৰ প্ৰচাৰ কৰিম। ইতিমধ্যে আমি হৰ্ডিঙছৰ বাবে ফটোশ্বুটো কৰিছো। হৰ্ডিং বনোৱাৰ কামো প্ৰায় সম্পূৰ্ণ হৈছে। কিছুদিন পাছতেই কলকাতাৰ অলিয়ে গলিয়ে আমাৰ পোষ্টাৰ দেখিব। আমাৰ পুজাভাগলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো।’

উল্লেখ্য যে বিশাখা নিজেও দুৰ্গাপুজাৰ হৰ্ডিঙৰ মডেল। পুজাৰ থিমৰ যুদ্ধত প্ৰথমবাৰ ভৰি দিছে সোনাগাছিৰ পুজাই। ২০১৩ চনত সোনাগাছীত প্ৰথমবাৰ পুজা উদযাপিত হৈছিল। কিন্তু তেওঁলোকে অনুমতিৰ বাবে বহু ঘাত প্ৰতিঘাতৰ সন্মুখীন হ’বলগা হৈছিল। শেষলৈ কলকাতা উচ্চ ন্যায়ালয়ৰ অনুমতিত তেওঁলোকে পুজাভাগ পাতিবলৈ সক্ষম হয়। ২০১৩ চনৰ পুজাভাগ পাতিলেও ১৪ চনত পুনৰ সমস্যাৰ উদ্ভৱ হয়। সেই বৰ্ষত তেওঁলোকক ৰাজহুৱা ভাৱে পুজা পাতিবলৈ দিয়া নহ’ল। ঘৰৰ ভিতৰতেই সেইবাৰ তেঁওলোকে পুজা পাতে। ২০১৫ চনত প্ৰতিবাদ কৰি দুৰ্গাপুজাত ভাগ নল’লে সোনাগাছিৰ পতিতা সমাজে। তাৰপিছত তেওঁলোকে আকৌ পুজা পাতিমেই বুলি আৰম্ভ কৰে কামকাজ। ২০১৭ চনত সোনাগাছিৰ পতিতা সমাজে দুৰ্বাৰৰ অফিচৰ কাষৰ মছজিদ ষ্ট্ৰীটৰ ওপৰত দুৰ্গাপুজাৰ মণ্ডপ পাতিবলৈ অনুমতি লাভ কৰে। প্ৰতি বছৰে তেওঁলোকে সেই স্থানত পুজা পাতি আহিছে। ২০২০ চনত কৰ’না পৰিস্থিতিৰ বাবে সেইবাৰ পুজাৰ অনুষ্ঠান অনুষ্টুপীয়াকৈ কৰা হয়।

২০২১ চনত কলকাতাৰ চোৰ বাগান সাৰ্বজনিন পুজাৰ পক্ষৰ পৰা ১০১ টকাত মূৰ্তি দিয়া হয়। ২০২১ চনৰ পৰা কলকাতাতেই নহয়, দুৰ্বাৰৰ উদ্যোগত বিষ্ণুপুৰ, দুৰ্গাপুৰ বচিৰহাটৰ যৌনপল্লীত পুজাৰ আয়োজন কৰা হয়। সোনাগাছিৰ পুজা এইসমূহতকৈ পৃথক। তাত ধুমধামেৰে এই পুজা আয়োজন কৰা হয়। সোনাগাছিৰ পুজাত অংশ ল’ব ৰামবাগান, শেঠবাগান, ৰবীন্দ্ৰছৰণি, অবিনাশ কবিৰাজ ষ্ট্ৰিটৰ সকলো যৌনকৰ্মীয়েই। পতিতালয়ৰ পুজাক কৈ বিতৰ্ক থাকিলেও শাস্ত্ৰমতে দুৰ্গাপুজাৰ বাবে বেশ্যালয়ৰ মাটি লাগে। যদি পতিতাক পুজা পাতিবলৈ অনুমতি নিদিয়ে তেন্তে পতিতালয়ৰ মাটিও অন্য লোকক নিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰে। এই সন্দৰ্ভত এগৰাকী পতিতাই কয়, ‘উৎসৱতো সকলোৰে বাবেই। সেই উৎসৱত সকলোৱে আনন্দ কৰিব বিচাৰে। আমি আমাৰ মুখ দেখুৱাই পুজা পাতিম। কাৰণ মা দুৰ্গাই আমাক আশীৰ্বাদ প্ৰদান কৰি আহিছে বাবেই আমি অবিহনে এই পুজা আধৰুৱা।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?
অসম

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

May 29, 2026
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!
জীৱনশৈলী

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

May 29, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

May 29, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

May 29, 2026
Next Post
সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.