• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোহৰলৈ ন ন তথ্য, কন্যাক অশালীন আচৰণ কৰি কাৰাগাৰ গৈছিল পত্নী-কন্যাৰ হত্যাকাৰী লোহিত ঠাকুৰীয়া

পোহৰলৈ ন ন তথ্য, কন্যাক অশালীন আচৰণ কৰি কাৰাগাৰ গৈছিল পত্নী-কন্যাৰ হত্যাকাৰী লোহিত ঠাকুৰীয়া

2 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

11 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

12 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

12 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

13 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

14 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

14 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

15 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

15 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

16 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

16 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

17 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পোহৰলৈ ন ন তথ্য, কন্যাক অশালীন আচৰণ কৰি কাৰাগাৰ গৈছিল পত্নী-কন্যাৰ হত্যাকাৰী লোহিত ঠাকুৰীয়া

editor by editor
February 12, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
পোহৰলৈ ন ন তথ্য, কন্যাক অশালীন আচৰণ কৰি কাৰাগাৰ গৈছিল পত্নী-কন্যাৰ হত্যাকাৰী লোহিত ঠাকুৰীয়া
0
SHARES
716
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পোহৰলৈ ন ন তথ্য, কন্যাক অশালীন আচৰণ কৰি কাৰাগাৰ গৈছিল লোহিত ঠাকুৰীয়া

বামুনীমৈদাম হত্য়াকাণ্ডৰ ন ন তথ্য পোহৰলৈ। পত্নী-কন্যাক হত্যা কৰি নিজেও শেষ সিদ্ধান্ত লোৱা লোহিত ঠাকুৰীয়া সন্দৰ্ভত প্ৰকাশ পাইছে আচৰিত ঘটনা।

আজিৰ পৰা মাথো ৬ মাহ পূৰ্বে নিজৰেই ১৪ বছৰীয়া কন্য়াক ধৰ্ষণৰ অভিযোগত কাৰাবাসো হৈছিল হত্যাকাৰী লোহিতৰ। পাছে সেই গোচৰত কাৰাবাস খাটি কাৰাগৰৰ পৰা ওলাই আহিয়ে আজি সংঘটিত কৰিলে এই শিহৰণকাৰী কাণ্ড।

কাৰাগাৰৰ পৰা ওলাই অহাৰ কিছুদিনৰ পাছতে এই হত্যাকাণ্ড সংঘটিত। যাৰ ফলত পোহৰলৈ আহিছে কাৰাগৰৰ পৰা ওলাই অহাৰ দিনৰে পৰা পত্নী আৰু কন্যাক প্ৰাণে মৰাৰ বাবে কৌশল ৰচি আছিল লোহিত ঠাকুৰীয়াই।

লগতে ইয়াকো জানিব পৰা হৈছে যে, লোহিত ঠাকুৰীয়া জুলী ডেকাৰ দ্বিতীয় স্বামী। প্ৰথম স্বামীৰ মৃত্যুৰ পাছত লোহিতৰ সৈতে বিয়াত বহিছিল জুলি ডেকা। আনহাতে কন্যা ঋতিকা ডেকা জুলী ডেকাৰ প্ৰথম স্বামীৰ ফালৰ পৰা বুলি জানিব পৰা গৈছে।

দ্বিতীয় বিবাহৰ পাছৰে পৰা নাবালিকা কন্যাৰ ওপৰত বেয়া দৃষ্টি ৰাখিছিল ৰেল বিভাগত কৰ্মৰত লোহিত ঠাকুৰীয়াই। যাৰ বাবেই কন্যাৰ হৈ ন্যায় বিচাৰি  চানমাৰী আৰক্ষীৰ কাষ চাপিছিল মাতৃ জুলী ডেকা।

কিন্তু আজি সকলো শেষ হৈ পৰে। লোহিত ঠাকুৰীয়াই কাৰাগাৰৰ পৰা ওলাই আহিয়ে দুয়ো মাতৃ-কন্য়াক হত্যা কৰি নিজেও নিজকে শেষ কৰি দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BamunimaidanGuwahati Muder Casemurdermurder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা
অসম

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

October 1, 2026
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…
উত্তৰ-পূব

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

October 1, 2026
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ
অসম

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

October 1, 2026
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ
অসম

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

October 1, 2026
Next Post
শুভমনৰ ৰেকৰ্ড, যি কৰিব নোৱাৰিলে শচীন-কোহলীয়ে, সেই কৰি দেখুৱালে শুভমনে

শুভমনৰ ৰেকৰ্ড, যি কৰিব নোৱাৰিলে শচীন-কোহলীয়ে, সেই কৰি দেখুৱালে শুভমনে

ছিংগাপুৰত ৰোড শ্ব’ মুখ্যমন্ত্ৰী শৰ্মাৰ, ২০০ তকৈয়ো অধিক ব্যৱসায়িক নেতৃবৃন্দক এডভাণ্টেজ আসাম ২.০ত যোগদানৰ বাবে আমন্ত্ৰণ

ছিংগাপুৰত ৰোড শ্ব' মুখ্যমন্ত্ৰী শৰ্মাৰ, ২০০ তকৈয়ো অধিক ব্যৱসায়িক নেতৃবৃন্দক এডভাণ্টেজ আসাম ২.০ত যোগদানৰ বাবে আমন্ত্ৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.