• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPIৰ নিয়মত কেইবাটাও সালসলনি আহিব! আগষ্টৰ পৰা অনলাইন লেনদেনত কি কি পৰিবৰ্তন আহিব? জানি থওক সবিশেষ

UPIৰ নিয়মত কেইবাটাও সালসলনি আহিব! আগষ্টৰ পৰা অনলাইন লেনদেনত কি কি পৰিবৰ্তন আহিব? জানি থওক সবিশেষ

12 months ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

19 minutes ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

1 hour ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

2 hours ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

3 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

4 hours ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

4 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

5 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

6 hours ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

6 hours ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

UPIৰ নিয়মত কেইবাটাও সালসলনি আহিব! আগষ্টৰ পৰা অনলাইন লেনদেনত কি কি পৰিবৰ্তন আহিব? জানি থওক সবিশেষ

UPIৰ নিয়মত কেইবাটাও সালসলনি আহিব! আগষ্টৰ পৰা অনলাইন লেনদেনত কি কি পৰিবৰ্তন আহিব? জানি থওক সবিশেষ

editor by editor
June 14, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য
0
UPIৰ নিয়মত কেইবাটাও সালসলনি আহিব! আগষ্টৰ পৰা অনলাইন লেনদেনত কি কি পৰিবৰ্তন আহিব? জানি থওক সবিশেষ
0
SHARES
330
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল যুগত কোটি কোটি গ্ৰাহকে অনলাইনত নিজৰ ধন লেনদেন কৰে৷ যিমানে দিন বাগৰিছে সিমানেই এই লেনদেনৰ পৰিমাণ আৰু বাঢ়িছে৷ ১ আগষ্টৰ পৰা এই নিয়মত আহিব কেইবাটাও ডাঙৰ পৰিবৰ্তন৷ এন পি ছি আইয়ে নতুন এক সিদ্ধান্ত গ্ৰহণ কৰিছে যি সকলোৱেই মানি চলিব লাগিব৷

ইউ পি আই চিষ্টেমত ডাঙৰ এক পৰিবৰ্তন আহিব৷ নিজৰ ইউ পি আই এপত আপুনি দিনে কিমানবাৰ বেলেন্স চেক কৰিব পাৰিব সেয়া লিমিট কৰি দিয়া হব৷ আপুনি নিজৰ একাউণ্ট বেলেন্স একাধিকবাৰ চেক কৰিব নোৱাৰিব৷ বৰ্তমান সময়ত প্ৰতিমাহে প্ৰায় ১৬ বিলিয়ন টকা ইয়াৰ মাধ্যমেৰে লেনদেন কৰিব পাৰে৷ ফলত ইউ পি আইৰ ওপৰত চাপ প্ৰতিদিনে বাঢ়িছে৷ ফলত প্ৰতিটো বেংকৰ ওপৰেই চাপ বাঢ়িছে৷ ইয়াৰোপৰি কেইবাটাও প্ৰযুক্তিগত সমস্যাও সন্মুখলৈ আহিছে৷

বিগত কেইবামাহ ধৰি কেইবাবাৰো ইউ পি আই চিষ্টেমত বিসংগতি আহিছে৷ ইয়াৰ কাৰণ হৈছে অতিৰিক্ত চাপ৷ এই চাপৰ পৰা ৰক্ষা পাবলৈকে এই বিশেষ সিদ্ধান্ত লোৱা হৈছে৷ এয়া আৰম্ভ হব ১ আগষ্টৰ পৰাই৷ এন পি চি আইৰ পক্ষৰ পৰা কোৱা হৈছে যে ফোন যে, পে টি এম, গুগল পে জাতীয় সকলোবোৰ অনলাইন ট্ৰান্সেকছন এপেই এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব৷ এয়া আৰম্ভ হব ১ আগষ্টৰ পৰা৷ এতিয়াৰে পৰা এজন লোকে দিনটোত কেৱল ৫০ বাৰহে নিজৰ বেলেন্স চেক কৰিব পাৰিব৷

কোটি কোটি গ্ৰাহকৰ মোবাইল নম্বৰ এক স্থানতেই আছে, যদি সকলোৱে দিনধৰি নিজৰ বেলেন্স বাৰে বাৰে চেক কৰি থাকে তেতিয়া যথেষ্ট পৰিমানে চাপ কৰে৷ পৰবৰ্তীকালত এই বেলেন্স চেকৰ পৰিমাণ ২৫ বাৰলৈ কমাই অনা হব পাৰে বুলিও জনোৱা হৈছে৷ ইয়াৰোপৰি দিনৰ কেইটামান সময় স্থিৰো কৰি দিয়া হৈছে৷ সেই সময়ৰ মাজত বেলেন্স চেক কৰিব পাৰিব অন্যথা বেলেগ সময়ত আপুনি চেক কৰিলেও দেখা নাপাব আপোনাৰ বেলেন্স৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

May 25, 2026
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান
জীৱনশৈলী

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

May 25, 2026
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

May 25, 2026
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে
জীৱনশৈলী

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

May 25, 2026
Next Post
সন্তানৰ ভৱিষ্যতৰ কথা ভাৱিছে? এই প্ৰকল্পত মাত্ৰ ১.৮০লাখ বিনিয়োগ কৰিলেই লাভ কৰিব ১১ কোটি ৰিটাৰ্ণ! কিন্তু কেনেকৈ?

সন্তানৰ ভৱিষ্যতৰ কথা ভাৱিছে? এই প্ৰকল্পত মাত্ৰ ১.৮০লাখ বিনিয়োগ কৰিলেই লাভ কৰিব ১১ কোটি ৰিটাৰ্ণ! কিন্তু কেনেকৈ?

HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.