• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বিশ্বকাপ বিজয়ৰ এটা দশক

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বিশ্বকাপ বিজয়ৰ এটা দশক

6 years ago
চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

6 minutes ago
দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

27 minutes ago
অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

51 minutes ago
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

2 hours ago
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

3 hours ago
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

4 hours ago
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

5 hours ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

13 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

13 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

13 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

14 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বিশ্বকাপ বিজয়ৰ এটা দশক

২০১১ চনৰ ২ এপ্ৰিলত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতে লাভ কৰিছিল বিশ্বকাপ ট্ৰফী

editor by editor
April 2, 2021
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বিশ্বকাপ বিজয়ৰ এটা দশক
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বিশ্বকাপ বিজয়ৰ এটা দশক সম্পূৰ্ণ। ২০১১ চনৰ ২ এপ্ৰিলত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতে লাভ কৰিছিল দ্বিতীয়টো বিশ্বকাপ ট্ৰফী। সুদীৰ্ঘ ২৮ বছৰৰ পাছত ভাৰত সাক্ষী হৈছিল এই গৌৰৱময় মুহূৰ্তৰ। মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ঘৰুৱা দলটোৱে জয়লাভ কৰিছিল বিশ্বকাপ ট্ৰফী। ভাৰতৰ বিশ্বকাপ বিজয়ৰ নায়ক আছিল প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰ। সেই মুহূৰ্তৰ কথা স্মৰণ কৰি ছ’চিয়েল মিডিয়াত আৱেগিক পোষ্ট গৌতম গম্ভীৰৰ। ২০১১ চনৰ ২ এপ্ৰিলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা ফাইনেলত ৯৭ ৰাণৰ ইনিংছ খেলিছিল গৌতম গম্ভীৰে। ইয়াৰ বিপৰীতে অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে অৰ্জন কৰিছিল অপৰাজিত অৰ্ধশতক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ
ভাৰত

দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

October 25, 2026
অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?
ভাৰত

অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

October 25, 2026
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা
বিশ্ব

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

October 25, 2026
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ
অপৰাধ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

October 25, 2026
Next Post
মৰ্মান্তিক! দুৰ্ঘটনাই প্ৰাণ ল’লে ৩৬জনৰ, আহত ১২

মৰ্মান্তিক! দুৰ্ঘটনাই প্ৰাণ ল'লে ৩৬জনৰ, আহত ১২

ক’ৰোনাত আক্ৰান্ত অভিনেত্ৰী আলিয়া ভাট!

ক’ৰোনাত আক্ৰান্ত অভিনেত্ৰী আলিয়া ভাট!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.