• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱগ্ৰহত কাইলৈ পঞ্চভূতত বিলীন হ’ব নিপন গোস্বামী আনহাতে কাইলৈয়ে মুক্তিলাভ কৰিব তেওঁৰ অভিনীত লংকাকাণ্ডইয়ো…

নৱগ্ৰহত কাইলৈ পঞ্চভূতত বিলীন হ’ব নিপন গোস্বামী আনহাতে কাইলৈয়ে মুক্তিলাভ কৰিব তেওঁৰ অভিনীত লংকাকাণ্ডইয়ো…

3 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

5 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

5 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

7 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

7 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

8 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

9 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

10 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

11 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

11 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

11 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নৱগ্ৰহত কাইলৈ পঞ্চভূতত বিলীন হ’ব নিপন গোস্বামী আনহাতে কাইলৈয়ে মুক্তিলাভ কৰিব তেওঁৰ অভিনীত লংকাকাণ্ডইয়ো…

editor by editor
October 27, 2022
in অসম, গুৱাহাটী, চিনেমা
0
নৱগ্ৰহত কাইলৈ পঞ্চভূতত বিলীন হ’ব নিপন গোস্বামী আনহাতে কাইলৈয়ে মুক্তিলাভ কৰিব তেওঁৰ অভিনীত লংকাকাণ্ডইয়ো…
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অভিনেতা নিপন গোস্বামীয়ে মঞ্চৰ পৰা চলচ্চিত্ৰ অভিনয়লৈ প্ৰথম যাত্ৰা কৰিছিল ১৯৫৫ চনৰ ২ ডিচেম্বৰত ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন নামৰ ছবিখনেৰে। অসমীয়া চলচ্চিত্ৰজগতত এই ছবিখন আছিল ১২ সংখ্যক অসমীয়া ছবি। ১২ বছৰ বয়সতে এগৰাকী শিশু অভিনেতা হিচাপে এইখন ছবিৰ বাবে কেমেৰাৰ সন্মুখীন হৈছিল নিপন গোস্বামী।

এগৰাকী শিশু অভিনেতা হিচাপে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰা নিপন গোস্বামীয়ে নায়ক হিচাপে প্ৰথম অভিনয় কৰিছিল ১৯৬৮ চনৰ ১৯ জানুৱাৰীত মুক্তিলাভ কৰা অমৰ পাঠক পৰিচালিত ‘সংগ্ৰাম’ ছবিখনত। ‘সংগ্ৰাম’ ছবিখনৰ পৰা কাইলৈ মুক্তি পাবলগীয়া ৰজনী বৰ্মনৰ ‘লংকাকাণ্ড’ নামৰ ছবিখনলৈকে অসমীয়া চলচ্চিত্ৰৰ এক সুদীৰ্ঘ যাত্ৰা সামৰি আজি চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা অজান দেশলৈ গুচি গ’ল অসমীয়া ছবিৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামী। তেওঁ অভিনয় কৰা ছবিৰ তালিকাখন-

সংগ্ৰাম : ১৯৬৮
ড° বেজবৰুৱা : ১৯৬৯
বৰুৱাৰ সংসাৰ : ১৯৭০
মুকুতা : ১৯৭০
শেষ বিচাৰ : ১৯৭১
মৰিচীকা : ১৯৭২
ললিতা : ১৯৭২
অভিযান : ১৯৭৩
পৰিণাম : ১৯৭৪
সন্তান : ১৯৭৪
মেঘমুক্তি : ১৯৭৯
দূৰণিৰ ৰং : ১৯৭৯
আজলী নবৌ : ১৯৮০
মইনাজান : ১৯৮০
মন আৰু মৰম : ১৯৮০
উত্তৰ শূণ্য : ১৯৮১
অপৰূপা : ১৯৮২
নয়নমণি : ১৯৮৩
ককাদেউতা নাতি আৰু হাতী : ১৯৮৩
শকুন্তলা আৰু শংকৰ যোচেফ আলী : ১৯৮৪
জীৱন সুৰভি : ১৯৮৪
ব’হাগৰ দুপৰীয়া : ১৯৮৫
মন মন্দিৰ : ১৯৮৫
পূজা : ১৯৮৫
দীপজ্যোতি : ১৯৮৬
আৰতি : ১৯৮৬
মা : ১৯৮৬
যুগে যুগে সংগ্ৰাম : ১৯৮৬
প্ৰতিমা : ১৯৮৭
প্ৰতিশোধ : ১৯৮৭
প্ৰতিদান : ১৯৮৭
অ’ চেনাই : ১৯৮৭
আই মোৰ জনমে জনমে : ১৯৮৮
চিৰাজ : ১৯৮৮
ভাই ভাই : ১৯৮৯
বৰদৈচিলা : ১৯৮৯
ৰঙানদী : ১৯৯১
ৰিক্সাৱালা : ১৯৯৩
হৃদয়ৰ আৰে আৰে : ১৯৯৪
দেৱতা : ১৯৯৭
মোহমুক্তি : ১৯৯৮
মহাৰথী : ১৯৯৯
অনল : ১৯৯৯
বুকুৰ মাজত জ্বলে : ১৯৯৯
বৈভৱ : ১৯৯৯
হিয়া দিয়া নিয়া : ২০০০
তুমি মোৰ মাথো মোৰ : ২০০০
আছেনে কোনোবা হিয়াত : ২০০০
জোন জ্বলে কপালত : ২০০০
দাগ : ২০০১
কইনা মোৰ ধুনীয়া : ২০০১
প্ৰেম আৰু প্ৰেম : ২০০২
জখম : ২০০২
তুমিয়ে মোৰ কল্পনাৰ : ২০০২
প্ৰিয়া অ’ প্ৰিয়া : ২০০২
মৰমী হ’বানে লগৰী : ২০০২
জীৱন নদীৰ দুটি পাৰ : ২০০২
ত্যাগ : ২০০২
মিঠা মিঠা লগনত : ২০০২
ককাদেউতাৰ ঘৰ জোঁৱাই : ২০০২
প্ৰেমগীত : ২০০২
অৰ্পন : ২০০৩
প্ৰিয়া মিলন : ২০০৩
এয়েই জোনাকবিহীন জীৱন : ২০০৩
প্ৰছম ভৰা চকুলো : ২০০৩
জুমন সুমন : ২০০৩ ( নায়ক যতীন বৰাৰ পিতৃ )
সত্যম শিৱম সুন্দৰম : ২০০৩
মা তুমি অনন্যা : ২০০৪
হৃদয় কপোৱা গান : ২০০৪
অনুৰাগ : ২০০৪
কাদম্বৰী : ২০০৪
সোণৰ খাৰু নালাগে মোক : ২০০৫
হিয়াৰ দাপোনত তোমাৰেই ছবি : ২০০৫
কদম তলছ কৃষ্ণ নাচে : ২০০৫
অঘৰী আত্মা : ২০০৫
দেউতা দিয়া বিদায় : ২০০৬
জীৱন বাটৰ লগৰী : ২০০৯
পলে পলে উৰে মন : ২০১১
বৰলাৰ ঘৰ : ২০১২
মহাসমৰ : ২০১৩
হিয়া দিবা কাক : ২০১৪
মৰিচীকা : ২০১৬
গানে কি আনে : ২০১৬
মৃগনাভী : ২০১৭
শছষ অংগীকাৰ : ২০১৭
মিছন চাইনা : ২০১৭
দ্য আন্দাৰৱৰ্ল্ড : ২০১৮
সীমা – দ্য আনট’ল্ড ষ্ট’ৰী : ২০১৯
লংকাকাণ্ড : ২০২২

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?
চিনেমা

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

January 10, 2026
বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ
চিনেমা

বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

December 22, 2025
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
Next Post
লুইতেৰে পানী বৈয়েই থাকিব, অনাদি কাললৈ মিঞা অসমতেই থাকিব

লুইতেৰে পানী বৈয়েই থাকিব, অনাদি কাললৈ মিঞা অসমতেই থাকিব

‘আমাৰ বংশৰ এটা পৰম্পৰা আছে…’, পিতৃৰ হেৰুৱাই ভাঙি পৰা কিংকিনী আৰু সিদ্ধাৰ্থই পৰম্পৰা ৰাখিয়েই ধন্যবাদ দিলে অসম চৰকাৰক

'আমাৰ বংশৰ এটা পৰম্পৰা আছে...’, পিতৃৰ হেৰুৱাই ভাঙি পৰা কিংকিনী আৰু সিদ্ধাৰ্থই পৰম্পৰা ৰাখিয়েই ধন্যবাদ দিলে অসম চৰকাৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.