• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱগ্ৰহত কাইলৈ পঞ্চভূতত বিলীন হ’ব নিপন গোস্বামী আনহাতে কাইলৈয়ে মুক্তিলাভ কৰিব তেওঁৰ অভিনীত লংকাকাণ্ডইয়ো…

নৱগ্ৰহত কাইলৈ পঞ্চভূতত বিলীন হ’ব নিপন গোস্বামী আনহাতে কাইলৈয়ে মুক্তিলাভ কৰিব তেওঁৰ অভিনীত লংকাকাণ্ডইয়ো…

4 years ago
দীপাৱলীৰ পিছত ধন-সম্পত্তিৰ যোগ ৫ ৰাশিৰ! আৰ্থিক সমস্যাৰ পৰা মুক্তিৰ সম্ভাৱনা

দীপাৱলীৰ পিছত ধন-সম্পত্তিৰ যোগ ৫ ৰাশিৰ! আৰ্থিক সমস্যাৰ পৰা মুক্তিৰ সম্ভাৱনা

53 minutes ago
‘দীপাৱলী হৰ্ষোল্লাসৰ ঈদ!’, দেৱালীৰ শুভেচ্ছা জনাই বিতৰ্কত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

‘দীপাৱলী হৰ্ষোল্লাসৰ ঈদ!’, দেৱালীৰ শুভেচ্ছা জনাই বিতৰ্কত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

1 hour ago
২০০ বা ৫০০ নহয়, প্ৰতিজন কৰ্মচাৰীয়ে পালে ১ লাখ টকাৰ দীপাৱলী বোনাছ

২০০ বা ৫০০ নহয়, প্ৰতিজন কৰ্মচাৰীয়ে পালে ১ লাখ টকাৰ দীপাৱলী বোনাছ

2 hours ago
দেৱালীৰ নিশা ভুলতো নকৰিব এই কাম, আহিব ডাঙৰ বিপদ!

দেৱালীৰ নিশা ভুলতো নকৰিব এই কাম, আহিব ডাঙৰ বিপদ!

3 hours ago
বুধ-শুক্ৰৰ মিলনত লক্ষ্মী নাৰায়ণ ৰাজযোগ! দীপাৱলিত কোটিপতি হোৱাৰ যোগ ৩ৰাশিৰ জাতক-জাতিকাৰ

দীপাৱলীত ৩ গ্ৰহৰ বিশেষ যোগ! কোন কোন ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি?

4 hours ago
ট্ৰাম্পৰ পৰাজয়ৰ খং হিন্দুৰ ওপৰত, দেৱালী সমাৰোহত সোঁপন্থী কৰ্মীৰ হাহকাৰ

ট্ৰাম্পৰ পৰাজয়ৰ খং হিন্দুৰ ওপৰত, দেৱালী সমাৰোহত সোঁপন্থী কৰ্মীৰ হাহকাৰ

4 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ৰে’লৱেত বিভিন্ন পদৰ বাবে নিযুক্তি, ৪ ডিচেম্বৰৰ ভিতৰত কৰক আবেদন

5 hours ago
মংগলে সলাব গতি, ৯ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ এইসমূহ ৰাশিৰ  হ’ব লাভ!

মংগলে সলাব গতি, ৯ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ এইসমূহ ৰাশিৰ হ’ব লাভ!

6 hours ago
বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ প্ৰয়োজনীয় কাম

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ প্ৰয়োজনীয় কাম

6 hours ago
৯৮ বছৰ পিছত দেৱালীত দুৰ্লভ সংযোগ, কপাল ফুলিব এইসমূহ ৰাশিৰ!

৯৮ বছৰ পিছত দেৱালীত দুৰ্লভ সংযোগ, কপাল ফুলিব এইসমূহ ৰাশিৰ!

20 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

‘আল্লাহ ৰক্ষা কৰা!’ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল চফেদ আলী আৰু জাকিৰ আলী

20 hours ago
দীপাৱলীত নকৰিব এইবোৰ ভুল, গোটেই বছৰ ভুগিব কষ্ট, অসন্তুষ্ট হ’ব মা লক্ষ্মী!

দীপাৱলীত নকৰিব এইবোৰ ভুল, গোটেই বছৰ ভুগিব কষ্ট, অসন্তুষ্ট হ’ব মা লক্ষ্মী!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নৱগ্ৰহত কাইলৈ পঞ্চভূতত বিলীন হ’ব নিপন গোস্বামী আনহাতে কাইলৈয়ে মুক্তিলাভ কৰিব তেওঁৰ অভিনীত লংকাকাণ্ডইয়ো…

editor by editor
October 27, 2022
in অসম, গুৱাহাটী, চিনেমা
0
নৱগ্ৰহত কাইলৈ পঞ্চভূতত বিলীন হ’ব নিপন গোস্বামী আনহাতে কাইলৈয়ে মুক্তিলাভ কৰিব তেওঁৰ অভিনীত লংকাকাণ্ডইয়ো…
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অভিনেতা নিপন গোস্বামীয়ে মঞ্চৰ পৰা চলচ্চিত্ৰ অভিনয়লৈ প্ৰথম যাত্ৰা কৰিছিল ১৯৫৫ চনৰ ২ ডিচেম্বৰত ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন নামৰ ছবিখনেৰে। অসমীয়া চলচ্চিত্ৰজগতত এই ছবিখন আছিল ১২ সংখ্যক অসমীয়া ছবি। ১২ বছৰ বয়সতে এগৰাকী শিশু অভিনেতা হিচাপে এইখন ছবিৰ বাবে কেমেৰাৰ সন্মুখীন হৈছিল নিপন গোস্বামী।

এগৰাকী শিশু অভিনেতা হিচাপে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰা নিপন গোস্বামীয়ে নায়ক হিচাপে প্ৰথম অভিনয় কৰিছিল ১৯৬৮ চনৰ ১৯ জানুৱাৰীত মুক্তিলাভ কৰা অমৰ পাঠক পৰিচালিত ‘সংগ্ৰাম’ ছবিখনত। ‘সংগ্ৰাম’ ছবিখনৰ পৰা কাইলৈ মুক্তি পাবলগীয়া ৰজনী বৰ্মনৰ ‘লংকাকাণ্ড’ নামৰ ছবিখনলৈকে অসমীয়া চলচ্চিত্ৰৰ এক সুদীৰ্ঘ যাত্ৰা সামৰি আজি চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা অজান দেশলৈ গুচি গ’ল অসমীয়া ছবিৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামী। তেওঁ অভিনয় কৰা ছবিৰ তালিকাখন-

সংগ্ৰাম : ১৯৬৮
ড° বেজবৰুৱা : ১৯৬৯
বৰুৱাৰ সংসাৰ : ১৯৭০
মুকুতা : ১৯৭০
শেষ বিচাৰ : ১৯৭১
মৰিচীকা : ১৯৭২
ললিতা : ১৯৭২
অভিযান : ১৯৭৩
পৰিণাম : ১৯৭৪
সন্তান : ১৯৭৪
মেঘমুক্তি : ১৯৭৯
দূৰণিৰ ৰং : ১৯৭৯
আজলী নবৌ : ১৯৮০
মইনাজান : ১৯৮০
মন আৰু মৰম : ১৯৮০
উত্তৰ শূণ্য : ১৯৮১
অপৰূপা : ১৯৮২
নয়নমণি : ১৯৮৩
ককাদেউতা নাতি আৰু হাতী : ১৯৮৩
শকুন্তলা আৰু শংকৰ যোচেফ আলী : ১৯৮৪
জীৱন সুৰভি : ১৯৮৪
ব’হাগৰ দুপৰীয়া : ১৯৮৫
মন মন্দিৰ : ১৯৮৫
পূজা : ১৯৮৫
দীপজ্যোতি : ১৯৮৬
আৰতি : ১৯৮৬
মা : ১৯৮৬
যুগে যুগে সংগ্ৰাম : ১৯৮৬
প্ৰতিমা : ১৯৮৭
প্ৰতিশোধ : ১৯৮৭
প্ৰতিদান : ১৯৮৭
অ’ চেনাই : ১৯৮৭
আই মোৰ জনমে জনমে : ১৯৮৮
চিৰাজ : ১৯৮৮
ভাই ভাই : ১৯৮৯
বৰদৈচিলা : ১৯৮৯
ৰঙানদী : ১৯৯১
ৰিক্সাৱালা : ১৯৯৩
হৃদয়ৰ আৰে আৰে : ১৯৯৪
দেৱতা : ১৯৯৭
মোহমুক্তি : ১৯৯৮
মহাৰথী : ১৯৯৯
অনল : ১৯৯৯
বুকুৰ মাজত জ্বলে : ১৯৯৯
বৈভৱ : ১৯৯৯
হিয়া দিয়া নিয়া : ২০০০
তুমি মোৰ মাথো মোৰ : ২০০০
আছেনে কোনোবা হিয়াত : ২০০০
জোন জ্বলে কপালত : ২০০০
দাগ : ২০০১
কইনা মোৰ ধুনীয়া : ২০০১
প্ৰেম আৰু প্ৰেম : ২০০২
জখম : ২০০২
তুমিয়ে মোৰ কল্পনাৰ : ২০০২
প্ৰিয়া অ’ প্ৰিয়া : ২০০২
মৰমী হ’বানে লগৰী : ২০০২
জীৱন নদীৰ দুটি পাৰ : ২০০২
ত্যাগ : ২০০২
মিঠা মিঠা লগনত : ২০০২
ককাদেউতাৰ ঘৰ জোঁৱাই : ২০০২
প্ৰেমগীত : ২০০২
অৰ্পন : ২০০৩
প্ৰিয়া মিলন : ২০০৩
এয়েই জোনাকবিহীন জীৱন : ২০০৩
প্ৰছম ভৰা চকুলো : ২০০৩
জুমন সুমন : ২০০৩ ( নায়ক যতীন বৰাৰ পিতৃ )
সত্যম শিৱম সুন্দৰম : ২০০৩
মা তুমি অনন্যা : ২০০৪
হৃদয় কপোৱা গান : ২০০৪
অনুৰাগ : ২০০৪
কাদম্বৰী : ২০০৪
সোণৰ খাৰু নালাগে মোক : ২০০৫
হিয়াৰ দাপোনত তোমাৰেই ছবি : ২০০৫
কদম তলছ কৃষ্ণ নাচে : ২০০৫
অঘৰী আত্মা : ২০০৫
দেউতা দিয়া বিদায় : ২০০৬
জীৱন বাটৰ লগৰী : ২০০৯
পলে পলে উৰে মন : ২০১১
বৰলাৰ ঘৰ : ২০১২
মহাসমৰ : ২০১৩
হিয়া দিবা কাক : ২০১৪
মৰিচীকা : ২০১৬
গানে কি আনে : ২০১৬
মৃগনাভী : ২০১৭
শছষ অংগীকাৰ : ২০১৭
মিছন চাইনা : ২০১৭
দ্য আন্দাৰৱৰ্ল্ড : ২০১৮
সীমা – দ্য আনট’ল্ড ষ্ট’ৰী : ২০১৯
লংকাকাণ্ড : ২০২২

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

‘আল্লাহ ৰক্ষা কৰা!’ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল চফেদ আলী আৰু জাকিৰ আলী

November 7, 2026
নামনি অসমত চলিব প্ৰশাসনৰ বুলড’জাৰ, বেদখলকাৰীৰ মাজত হাহাকাৰ
অসম

নামনি অসমত চলিব প্ৰশাসনৰ বুলড’জাৰ, বেদখলকাৰীৰ মাজত হাহাকাৰ

November 7, 2026
বিনোদন

গুৰুতৰভাৱে অসুস্থ অমিতাভ বচ্চন, হঠাৎ স্থগিত কেবিচি’ৰ শ্বুটিং!

November 7, 2026
‘ৰামায়ণ’ত অসমৰ শিল্পকলাৰ চমক!
বিনোদন

‘ৰামায়ণ’ত অসমৰ শিল্পকলাৰ চমক!

November 7, 2026
Next Post
লুইতেৰে পানী বৈয়েই থাকিব, অনাদি কাললৈ মিঞা অসমতেই থাকিব

লুইতেৰে পানী বৈয়েই থাকিব, অনাদি কাললৈ মিঞা অসমতেই থাকিব

‘আমাৰ বংশৰ এটা পৰম্পৰা আছে…’, পিতৃৰ হেৰুৱাই ভাঙি পৰা কিংকিনী আৰু সিদ্ধাৰ্থই পৰম্পৰা ৰাখিয়েই ধন্যবাদ দিলে অসম চৰকাৰক

'আমাৰ বংশৰ এটা পৰম্পৰা আছে...’, পিতৃৰ হেৰুৱাই ভাঙি পৰা কিংকিনী আৰু সিদ্ধাৰ্থই পৰম্পৰা ৰাখিয়েই ধন্যবাদ দিলে অসম চৰকাৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.