• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিকোপতি নাই নিজা এখন বাহন, অৰ্থৰ অভাৱতেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে!

আজিকোপতি নাই নিজা এখন বাহন, অৰ্থৰ অভাৱতেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে!

3 years ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

14 minutes ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

1 hour ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

2 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

2 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

3 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

21 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

22 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

22 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

23 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

24 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আজিকোপতি নাই নিজা এখন বাহন, অৰ্থৰ অভাৱতেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে!

editor by editor
March 28, 2024
in ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
আজিকোপতি নাই নিজা এখন বাহন, অৰ্থৰ অভাৱতেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে!
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিত্তমন্ত্ৰীৰ নিজৰেই ভঁড়াল একেবাৰে শূন্য। লোকসভা নিৰ্বাচনত খৰচ কৰিবৰ বাবেও তেওঁৰ হাতত ধন নাই। সেয়ে দলে প্ৰাৰ্থীত্ব দিলেও প্ৰাৰ্থীত্বৰ প্ৰস্তাৱ তেওঁ উভতাই দিছে। এই মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীৰ কেবিনেটৰ এজন সদস্যই। ৰাজ্যসভাৰ সাংসদ নিৰ্মলা সীতাৰমণ মুঠ কিমান সম্পত্তিৰ মালিক সেই বিষয়টো লৈয়ো এতিয়া আৰম্ভ হৈছে চৰ্চা। কিমান সম্পত্তিৰ মালিক নিৰ্মলা সীতাৰমণ?

নৱভাৰত টাইমছে প্ৰকাশ কৰা প্ৰতিবেদনৰ তথ্য অনুসৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মুঠ সম্পত্তিৰ পৰিমাণ ২ কোটি ৫০লাখ ৯৯ হাজাৰ ৩৯৬ টকা। ইয়াৰ মাজতে আছে স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিও। ইয়াৰোপৰি নিৰ্মলাৰ হাতত আছে ৩১৫ গ্ৰাম সোন। ইয়াৰোপৰি আছে ২ কোটি ৰূপ। তেওঁৰ কোনোধৰণৰ চাৰিচকীয়া বাহন আজিকোপতি নাই। বাহনৰ ভিতৰত আচে কেৱল এখন বাজাজ স্কুটাৰ। যাৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ২৮হাজাৰ ২০০ টকা। হায়দৰাবাদত নিৰ্মলা সীতাৰমণৰ আছে ১৬ লাখ টকাৰ মাটি। কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদৰ মুঠ স্থাৱৰ সম্পত্তিৰ পৰিমান হৈছে ১ কোটি ৮৭লাখ ৬০ হাজাৰ ২০০ টকা।

নিৰ্মলা সীতাৰমণৰ নামত আছে ৩ লাখ ৫০ হাজাৰ টকাৰ এটা ব্যক্তিগত ঋণ। ইয়াৰোপৰি ৩০ লাখ ৪৪ হাজাৰ ৮৩৮ টকাৰ এটা বেংক ঋণো আছে তেওঁৰ নামত। ৰাজ্যসভাৰ মনোনয়ন জমা দিয়াৰ সময়ত নিৰ্বাচন কমিছনৰ ওচৰত দাঙি ধৰা তথ্যমতে তেওঁ হাতত আছে ১৭ হাজাৰ ২০০ টকা নগদ ধন। বেংকত FDৰ পৰিমাণ ৪৫লাখ ৪হাজাৰ ৪৭৯ টকা।

নিৰ্মলা সীতাৰমণৰ কেৰিয়াৰ
১৯৫৯ চনৰ ১৮ আগষ্টত নিৰ্মলা সীতাৰমণে মাদুৰাই চহৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ নাৰায়ণন সীতাৰমণ ৰে’ল বিভাগৰ এজন কৰ্মচাৰী আছিল। মাতৃ সাবিত্ৰী আছিল গৃহিনী। নিৰ্মলাৰ স্কুলীয়া জীৱন পাৰ হৈছিল মাদুৰাইতেই। ইয়াৰ পাছতেই তেওঁ তিৰুচিৰাপল্লীৰ সীতালক্ষ্মী ৰামস্বামী কলেজৰ পৰা অৰ্থনীতিত স্নাতক হয়। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলাই অৰ্থনীতিত স্নাতকোত্তৰ আৰু এম ফিল কৰে। সীতাৰমণৰ স্বামী পৰাকল প্ৰভাকৰো জে এন ইউৰ ছাত্ৰ আছিল। তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা পঢ়াশুনা কৰে। বিজেপিৰ প্ৰথমশাৰীৰ নেতা আৰু নৰেন্দ্ৰ মোদীৰ কেবিনেটৰ অন্যতম বিশ্বস্ত মন্ত্ৰী হৈছে নিৰ্মলা। তেওঁ দেশৰ প্রথম পুৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী। ইয়াৰ পূৰ্বে ইন্দিৰা গান্ধীয়ে ১৯৭০-১৯৭১ চনত প্রধানমন্ত্ৰী হৈ থকাৰ সময়ত নিজেই বিত্ত বিভাগটো পৰিচালনা কৰিছিল। নিৰ্মলা সীতাৰমণ বাণিজ্য আৰু কৰ্পোৰেট এফেয়াৰ্ছৰ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰি আছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য হিচাপে নিৰ্মলাই ২০০৩ ৰ পৰা ২০০৫ চনলৈকে দায়িত্ব পালন কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assambjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু
বিশ্ব

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

October 12, 2026
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’
বিনোদন

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

October 12, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

October 12, 2026
Next Post
শুকুৰবাৰে সিদ্ধ যোগ, হাতলৈ লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ

শুকুৰবাৰে সিদ্ধ যোগ, হাতলৈ লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ

ৰান্ধনীশালত তুলসী গছ আছেনে? জানক বাস্তুমনে ইয়াৰ ফলত কি কি শুভ প্রভাৱ আপোনাৰ জীৱনলৈ আহিব?

ৰান্ধনীশালত তুলসী গছ আছেনে? জানক বাস্তুমনে ইয়াৰ ফলত কি কি শুভ প্রভাৱ আপোনাৰ জীৱনলৈ আহিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.