• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪বছৰত অসমত ৪৭লাখ দুখীয়া নাইকিয়া হ’লঃ  নীতি আয়োগৰ তথ্য…

৪বছৰত অসমত ৪৭লাখ দুখীয়া নাইকিয়া হ’লঃ নীতি আয়োগৰ তথ্য…

2 years ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

25 minutes ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

1 hour ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

2 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

2 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

3 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

3 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

4 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

5 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

5 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

6 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

18 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

৪বছৰত অসমত ৪৭লাখ দুখীয়া নাইকিয়া হ’লঃ নীতি আয়োগৰ তথ্য…

editor by editor
January 16, 2024
in Uncategorized
0
৪বছৰত অসমত ৪৭লাখ দুখীয়া নাইকিয়া হ’লঃ  নীতি আয়োগৰ তথ্য…
0
SHARES
446
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বিগত ৯বছৰত ভাৰতত প্ৰায় ২৪কোটি ৮২লাখ দৰিদ্ৰ লোক নোহোৱা হ’ল। এই তথ্য কোনো এলাপেচা এজেঞ্চীয়ে দিয়া নাই। শেহতীয়াকৈ নীতি আয়োগে প্ৰদান কৰিছে এই তথ্য। যোৱা সোমবাৰে নীতি আয়োগে প্ৰদান কৰা তথ্য অনুসৰি, বিগত ৯বছৰত ভাৰতবৰ্ষত প্ৰায় ২৪কোটি ৮২লাখ লোক দৰিদ্ৰ সীমা ৰেখা অতিক্ৰম কৰিছে। আয়োগে প্ৰদান কৰা তথ্যত উল্লেখ আছে যে, ২০১৩-১৪বিত্তীয় বৰ্ষত দেশত দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা লোকৰ সংখ্যা ২৯.১৭শতাংশ আছিল যদিও ২০২২-২৩বিত্তীয় বৰ্ষত এই সংখ্যা হ্ৰাস হৈ হয়গৈ ১১.২৮শতাংশ।

24.82 crore people escaped multidimensional poverty in last 9 years

According to a Discussion Paper released by NITI Aayog today on Multidimensional Poverty, since 2005-06, India has registered a significant decline in #MPI from 29.17% in 2013-14 to 11.28% in 2022-23 which is a… pic.twitter.com/XEOvbzz8j4

— NITI Aayog (@NITIAayog) January 15, 2024

নীতি আয়োগত প্ৰকাশ পোৱা তথ্য অনুসৰি, বিগত ৯টা বছৰত উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশৰ দৰে ৰাজ্যত অধিক লোক দৰিদ্ৰ সীমা ৰেখা অতিক্ৰম কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, নীতি আয়োগে এই তথ্য স্বাস্থ্য, শিক্ষা আৰু জীৱনস্তৰৰ মানদণ্ডক মূল্যাংকন কৰি প্ৰস্তুত কৰিছে। নীতি আয়োগৰ এই তথ্য ৰাজহুৱা হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এয়া বহু উতসাহজনক। আমি গ্ৰহণ কৰা বিভিন্ন কাৰ্যপন্থাই এনেদৰেই সাকাৰ ৰূপ লৈছে। প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন উন্নত কৰাৰ নিমিত্তে আমাৰ এই ধাৰাবাহিকতা অব্যাহত থাকিব বুলি সদৰি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Very encouraging, reflecting our commitment towards furthering inclusive growth and focussing on transformative changes to our economy. We will continue to work towards all-round development and to ensure a prosperous future for every Indian. https://t.co/J20mVQbqSA

— Narendra Modi (@narendramodi) January 15, 2024

ইফালে অসমতো বিগত বছৰ কেইটাত হ্ৰাস পাইছে দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা লোকৰ সংখ্যা। ২০১৫-১৬বিত্তীয় বৰ্ষত অসমত দৰিদ্ৰ লোকৰ সংখ্যা ৩২.৬৫শতাংশ আছিল যদিও ২০২১বৰ্ষত এই সংখ্যা ১৯.৩৫শতাংশলৈ হ্ৰাস পাইছে। ২০১৫চনৰ পৰা অসমত প্ৰায় ৪৬লাখ ৮৭হাজাৰ ৫৪১গৰাকী লোক দৰিদ্ৰ সীমা ৰেখা  অতিক্ৰম কৰিছে। উক্ত তথ্য শেহতীয়াকৈ নীতি আয়োগে মুকলি কৰা তথ্যত প্ৰকাশ পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

April 2, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
Next Post
‘পৱিত্ৰ ৰিস্তা’ কেনেকৈ পাহঁৰে? এতিয়াও মন গ’লেই অংকিতাই ফোন কৰে সুশান্তৰ…

'পৱিত্ৰ ৰিস্তা' কেনেকৈ পাহঁৰে? এতিয়াও মন গ'লেই অংকিতাই ফোন কৰে সুশান্তৰ...

অযোধ্যাত তৈয়াৰ হ’ব শ্ৰীৰাম আন্তৰ্জাতিক বিশ্ববিদ্যালয়! মন্দিৰ উদ্বোধনৰ পূৰ্বে বৃহৎ ঘোষণা যোগী চৰকাৰৰ

অযোধ্যাত তৈয়াৰ হ’ব শ্ৰীৰাম আন্তৰ্জাতিক বিশ্ববিদ্যালয়! মন্দিৰ উদ্বোধনৰ পূৰ্বে বৃহৎ ঘোষণা যোগী চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.