• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নীতিশ কুমাৰৰ ৰোগৰ প্ৰকৃত কাৰণ দল বিভাজন নেকি!

নীতিশ কুমাৰৰ ৰোগৰ প্ৰকৃত কাৰণ দল বিভাজন নেকি!

1 year ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

6 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

7 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

8 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

8 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

10 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

11 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

11 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

12 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

12 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

13 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

1 day ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নীতিশ কুমাৰৰ ৰোগৰ প্ৰকৃত কাৰণ দল বিভাজন নেকি!

editor by editor
January 28, 2025
in ভাৰত, ৰাজনীতি
0
নীতিশ কুমাৰৰ ৰোগৰ প্ৰকৃত কাৰণ দল বিভাজন নেকি!
0
SHARES
235
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নীতিশ কুমাৰৰ ৰোগৰ প্ৰকৃত কাৰণ দল বিভাজন নেকি!

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ অসুস্থ হৈ পৰাৰ সময়ত ৰাজ্যত আৰম্ভ হৈছে নতুন ৰাজনৈতিক অস্থিৰতাৰ কাহিনী। নীতিশ কুমাৰ এনেদৰে অসুস্থ হৈ থকাৰ ফলত বিভিন্ন মহলত এতিয়া উত্থাপন হবলৈ ধৰিছে বিভিন্ন প্ৰশ্ন। যাৰ ফলত এন ডি এৰ ৰাজনীতি নিশ্চিতভাৱে সোমাই পৰিছে ৰহস্যৰ মাজত।

ইয়াৰ লগতে অন্য কেইবাখনো উল্লেখযোগ্য চেহেৰাই গা কৰি উঠা দেখা গৈছে , নীতিশ কুমাৰৰ স্বাস্থ্যৰ সুবিধা লৈ এন ডি এৰ সৰু সৰু দলবোৰৰ মাজত সংঘাতো অলপ বৃদ্ধি পাইছে।

যাৰ ফলত এতিয়া বিজেপিৰ বাবে এইটো ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে, কাৰণ বিহাৰৰ ‘চেয়াৰ পলিটিক্স’ত নীতিশ কুমাৰ তেওঁলোকৰ ট্ৰাম্প কাৰ্ড। আনহাতে যেতিয়াৰ পৰা নীতিশ কুমাৰে অসুস্থতাৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ লোৱা নাছিল, তেতিয়াৰ পৰা বিৰোধীয়ে ইয়াক এন ডি এৰ বিভাজন হিচাপে মানিবলৈ আৰম্ভ কৰিছে।

আনহাতে ২৬ জানুৱাৰীৰ দিনা পতাকা উত্তোলনৰ বাবে নীতিশ কুমাৰ প্ৰথমে গান্ধী ময়দানলৈ গৈ পাছত প্ৰতি বছৰৰ দৰে কোনো এক দলিত সমাজত গৈ পতাকা উত্তোলন কৰা কাৰ্যসূচী আছিল। পাছে নীতিশ কুমাৰে পাটনাৰ গান্ধী মৈদানলৈ গৈ পতাকা উত্তোলনৰ পিছত মুখ্যমন্ত্ৰী পোনে পোনে নিজৰ বাসগৃহলৈহে যায়।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ঠাইত দলিত মহুলী গাঁৱত উপস্থিত হয় মন্ত্ৰী বিজয় চৌধুৰী। বিজয় চৌধুৰ উপস্থিতিত মহাদলিত গোটৰ বয়োজ্যেষ্ঠ সুভাষ ৰবিদাসে পতাকা উত্তোলন কৰে । এনেদৰে এই কাৰ্যসূচীতো উপস্থিত নথকাত এতিয়া দলটোৰ অন্তৰ্নমহলত বিভাজন হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে, বিগত মাহত জানুৱাৰী মাহত পাটনাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰিজাইডিং বিষয়াৰ এখন সন্মিলন অনুষ্ঠিত হৈছিল। তাত উপস্থিত আছিল লোকসভাৰ অধ্যক্ষ আৰু সকলো ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ। নীতিশ কুমাৰ আহি সেই অনুষ্ঠানত ভাষণ দিয়াৰ কথা আছিল। কিন্তু সেই কাৰ্যসূচীত উপস্থিত নহয় নীতিশ কুমাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bihar Cm Nitish Kumarbihar politicsnitish kumar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

January 29, 2026
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?
জীৱনশৈলী

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

January 29, 2026
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?
জীৱনশৈলী

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

January 29, 2026
Next Post
কিয় বাবা ছিদ্দিকীৰ সৈতে তেনে হ’ল, শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা

কিয় বাবা ছিদ্দিকীৰ সৈতে তেনে হ'ল, শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা

ক্ৰিকেটৰ ভগবানে যি কৰিব নোৱাৰিলে কোহলী-বুমৰাহে অনায়াসে কৰি দেখুৱালে

ক্ৰিকেটৰ ভগবানে যি কৰিব নোৱাৰিলে কোহলী-বুমৰাহে অনায়াসে কৰি দেখুৱালে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.