অসম লাইভ ২৪ঃ কোভিড ৰিপ’ৰ্ট নহ’লেও এতিয়াৰে পৰা ভৰ্তি হ’ব পাৰিব হাস্পতালত। কোভিড ৰোগী সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। হাস্পতাল অথবা কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি হ’বলৈ এতিয়াৰে পৰা নালাগে কোভিড পজিটিভ ৰিপ’ৰ্ট। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষ বৰ্ধনে ঘোষণা কৰে এই নিৰ্দেশনা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা অনুসৰি অন্য চহৰৰ ব্যক্তি চিকিৎয়ালত ভৰ্তি হলেও প্ৰদান কৰিব লাগিব অক্সিজেন অথবা প্ৰয়োজনীয় ঔষধ-পাতি। শুকুৰবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। তিনি দিনৰ ভিতৰত এই নিৰ্দেশনা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জাৰি কৰিবৰ বাবে প্ৰয়োজনীয় পত্ৰ প্ৰেৰণ কৰিলৈ মুখ্য সচিবসকলক নিৰ্দেশ দিয়ে স্বাস্থ্য মন্ত্ৰালয়ে।
कोरोना मरीज़ों को बड़ी राहत !
🔷 कोविड स्वास्थ्य केंद्रों में मरीज़ों के दाखिले की राष्ट्रीय नीति में संशोधन
🔶 कोविड स्वास्थ्य केंद्रों में प्रवेश के लिए कोरोना पॉजिटिव रिपोर्ट की अनिवार्यता खत्म
🔷 किसी भी मरीज़ को किसी कीमत पर इलाज़ से वंचित नहीं किया जा सकता @PMOIndia pic.twitter.com/Q9se5ztpy4
— Dr Harsh Vardhan (@drharshvardhan) May 8, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ